সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১৬ মে’ : বিজ্ঞানৰ বাবে আজিৰ দিনটো কিয় গুৰুত্বপূৰ্ণ ?

১৯৭৪: ইজৰাইলৰ যুদ্ধবিমানে ফিলিস্থান আৰু দক্ষিণ লেবাননত বোমা নিক্ষেপ কৰে৷ ২৭ লোকৰ মৃত্যু আৰু ১৩৮ আহত৷
১৯৭৫: দেশৰ ২২ তম্ ৰাজ্য হিচাপে ছিকিমৰ গঠন৷
১৯৯৬: ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী হিচাপে অটল বিহাৰী বাজপেয়ীৰ শপতগ্ৰহণ৷
২০০৬: কৃত্ৰিম ভৰিৰে এভাৰেষ্টত প্ৰথমবাৰৰ বাবে আৰোহণ কৰে নিউজিলেণ্ডৰ ৪৭ বৰ্ষীয় মাৰ্ক ইঞ্জলিছে৷
২০১৩: আমেৰিকান বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে ক্লোনৰ বাবে মানৱ ভ্ৰূণৰ পৰা ষ্টেম চেল উলিওৱাত সফল হয় ৷ বিজ্ঞান জগতৰ বাবে ই আছিল এক বৃহৎ সফলতা৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.