সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আইৰ সমান হ’ব কোন? মাতৃ দিৱসৰ শুভেচ্ছা…

নৈৰ সমান বব কোন,আইৰ সমান হ’ব কোন?
আজি আন্তৰ্জাতিক মাতৃ দিৱস৷ বিংশ শতিকাৰ আৰম্ভনিতে সংযুক্ত যুক্তৰাষ্ট্ৰত আন্না জাৰ্ভিছ নামৰ মহিলাগৰাকীয়ে নিজৰ মাতৃৰ স্মৃতিত এই দিৱস আৰম্ভ কৰিছিল ৷পৰৱৰ্তী সময়ত ১০ মে’ৰ দিনটোৱে আন্তৰ্জাতিক মাতৃদিৱস হিচাপে স্ৱীকৃতি লাভ কৰে৷ আজি পুৱাৰে পৰা বিভিন্নজনে নিজৰ আইক জনোৱা শুভেচ্ছা বাৰ্তাৰে ভৰি পৰিছে সামাজিক মাধ্যম৷The Crosscurrent য়েও প্ৰতিগৰাকী মাতৃক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.