সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

yogi adityanath

আৰু বহু আদিত্যনাথ আহি আছে

২০১৭ চন ৷উত্তৰ প্ৰদেশত অভাৱনীয় সফলতা লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ হাতত তুলি দিয়া হ’ল মুখ্যমন্ত্ৰী নিৰ্বাচনৰ দায়িত্ব ৷ নৰেন্দ্ৰ মোদীৰ শেষ বিচাৰত উঠিল যোগী আদিত্যনাথৰ নাম ৷ চৰ্চা চলিল প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰিছে নেকি…

সমাজবাদৰ ৰাজনীতিৰ দিন উকলিল নেকি ?

টিপু চুলতান বন গয়া ৷ টিপু যেতিয়া প্ৰথম স্কুললৈ যায় , তেতিয়া তাৰ কোনো আনুষ্ঠানিক নাম নাছিল ৷ পৰিয়ালৰ হিচাপ কিতাপ ৰাখোতা তিৱাৰীৰ হাতত ধৰি খোজ দিছিল ওচৰৰে এখন নাৰ্ছাৰী স্কুলত ৷ কিন্তু টিপু নামেৰে নামভৰ্তি কৰাত অসুবিধা হ’ল ৷ স্কুলৰ পৰা…

ৰাম জন্মভূমি ন্যাসৰ অধ্যক্ষৰ কৰোনা ভাইৰাছ পজিটিভ, নৰেন্দ্ৰ মোডীয়ো হ’ব লাগিব নেকি কোৱাৰেণ্টাইন?

ৰাম জন্মভূমি ন্যাসৰ অধ্যক্ষ মহন্ত নিটীয়া গোপালদাসজীৰ আজি কৰোনা ভাইৰাছ পজিটিভ আহিছে। এই খবৰ নিশ্চিত কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। উল্লেখযোগ্য যে যোৱা ৫ আগষ্টৰ ৰাম জন্মভূমিৰ ভূমি পূজন অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ…

‘ৰাম’ নহয় এইবাৰ ‘পৰশুৰাম’ক লৈ উত্তপ্ত উত্তৰ প্ৰদেশৰ ৰাজনীতি

উত্তৰ প্ৰদেশ ৰাজ্যখনৰ ভাৰতীয় ৰাজনীতিত এক বিশেষ স্থান আছে। প্ৰায় ৮০ জনকৈ সাংসদ লোকসভাৰ মজিয়ালৈ পঠিওৱা ৰাজ্য খনৰ ৰাজনীতিয়ে সেয়েহে প্ৰভাৱ পেলাই সমগ্ৰ দেশৰ ৰাজনীতিতে। উত্তৰ প্ৰদেশৰেই অযোধ্যাত ৯০ৰ দশকত ৰাম জন্মভূমি আন্দোলনৰ মাজেৰেই বিজেপিয়ে…

অযোধ্যাত নিৰ্মাণ হ’ব লগীয়া মছজিদত ভৰি নিদিয়ে যোগী আদিত্যনাথে

বাবৰি মছজিদৰ ৰায়ত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ মৰ্মে অযোধ্যাত নিৰ্মাণ হ'ব লগা মছজিদৰ উদ্ধোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ পালেও ভৰি নিদিয়ে যোগী আদিত্যনাথে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী জনে কয় যে এজন 'যোগী' তথা 'হিন্দু'…

উত্তৰ প্ৰদেশত বাছ ৰাজনীতিৰ গৰম বতাহ :৫০ হাজাৰ ফেচবুক লাইভ

শ্ৰমিকৰ বাবে কংগ্ৰেছে আগবঢ়োৱা বাছক কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশৰ ৰাজনীতিত গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে৷ কংগ্ৰেছে দিয়া বাছৰ তালিকাত অন্য বাহনৰ নম্বৰ থকাৰ অভিযোগ তুলি লক্ষ্ণৌ আৰক্ষীয়ে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ অজয় কুমাৰ লল্লুৰ বিৰুদ্ধে গোচৰ…