সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

who

ক’ভিডৰ নতুন ভেৰিয়েণ্ট প্ৰতিৰোধ কৰাৰ বাবে কি ব্যৱস্থা লৈছে ভাৰত চৰকাৰে?

বিশ্বজুৰি কভিডৰ দ্বিতীয় ঢৌৰ আতংক অব্যাহত থকাৰ মাজতে নতুনকৈ পোহৰলৈ আহিছে আন এটা ক'ভিড ভেৰিয়েণ্ট। শুক্ৰবাৰে এক বিবৃতি যোগে বিশ্ব স্বাস্থ্য সংস্থাই ক'ভিডৰ নতুন প্ৰকাৰটোক গ্ৰীক বৰ্ণমালাৰ আখৰ ওমাইক্ৰন নাম দি ক'ভিডৰ এটা উদ্বেগজনক প্ৰকাৰ হিচাপে…

বিশ্বত ২০০ কৌটি চিৰিঞ্জৰ নাটনি :WHO ৰ আশংকা

ক’ৰোনা ভেকচিনৰ বাবে সমগ্ৰ বিশ্ব চিৰিঞ্জৰ নাটনিৰ সন্মুখীন হ’ব পাৰে ৷ এই আশংকা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ হুৰ এক প্ৰতিবেদনত কোৱা হয় যে অহা বছৰটোত ভেকছিন প্ৰদানৰ বাবে চিৰিঞ্জৰ নাটনি হ’ব পাৰে৷ ইয়াৰ ফলত ভেকছিন প্ৰদানৰ গতিও লেহেমীয়া…

কোভাক্সিনৰ লগত চীনে কি ভেকছিনক স্বীকৃতি দিলে ব্ৰিটেইনে ?

বিশ্ব স্বাস্থ্য সংস্থাৰ পাছত কোভাক্সিন ভেকছিনক স্বীকৃতি দিলে ব্ৰিটেইনেও ৷ কোভাক্সিনৰ দুটা ড’জ লোৱা লোকসকলে ব্ৰিটেইন ভ্ৰমন কৰিলে কোৱাৰেন্টাইনত থাকিব নালাগে ৷ অহা ২২ নৱেম্বৰৰ পৰা এই নিৰ্দেশনা বলবৎ হ’ব ৷ সোমাবাৰে ব্ৰিটিছ চৰকাৰে এই কথা সদৰী…

WHO ৰ সকীয়ণি – আকৌ প্ৰাণঘাতক ৰূপত আহিছে ক’ৰোনা

মহামাৰী ক’ৰোনাৰ বিদায় সমাগত বুলি ভবাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে আন কৰিছে আন এক ভয়কৰ তথ্য ৷ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৰ ধাৰণা – ক’ৰোনা মহামাৰী এতিয়াও শেষ হোৱা নাই ৷ বৰং নতুনকৈ আঘাত হানিব পাৰে বিশ্বৰ বিভিন্ন স্থানত ৷হুৰ…

দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লোকে ল’ব লাগিব ভেকচিনৰ তিনিটা পালিঃ বিশ্ব স্বাস্থ্য সংস্থা

ক'ভিড ভেকচিনৰ তৃতীয় পালি সম্পৰ্কত বিশেষ পৰামৰ্শ আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOই। বিশ্ব স্বাস্থ্য সংস্থাৰ ভেকচিন পৰ্যালোচকসকলে সোমবাৰে জনাইছে যে দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লোকসকলে দুটাৰ পৰিৱৰ্তে তিনিটা ভেকচিনৰ পালি লোৱা উচিত।…

ক’ৰোনাৰ নতুন ৰূপ , কাম নিদিব ভেকচিনে : হুৰ আশংকা

ক’ৰোনা ভাইৰাছৰ এটা নতুন ৰূপে চিন্তাত পেলাইছে বিশ্ব স্বাস্থ্য সংস্থাক ৷ কলম্বিয়াৰ কোভিড ৰোগীৰ দেহত ধৰা পৰা নতুন ৰূপৰ ক’ৰোনা ভাইৰাছবিধৰ নাম দিয়া হৈছে ‘মু’ ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ আশংকা – নতুন ৰূপৰ এই ভাইৰাছে ভেকচিনৰ কাৰ্যকৰীতাও হ্ৰাস কৰিব ৷…

WHOৰ বিজ্ঞানীয়ে বেছি কথা কয়ঃ চন্দ্ৰ মোহন পাটোৱাৰী

বিশ্ব স্বাস্থ্য সংস্থাক তুচ্ছ তাচ্ছিল্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ। মন্ত্ৰী গৰাকীৰ মতে ক'ভিডৰ ঔষধ প্ৰস্তুত কৰাত ব্যৰ্থ হৈছে WHO। বিশ্ব স্বাস্থ্য সংস্থাৰ বিজ্ঞানীসকলে বেছি কথা কয়। ঔষধ তৈয়াৰ কৰাৰ নামত কোটি কোটি টকাৰ লোকচান কৰি আছে…

সাৱধান! ভাৰতত চিনাক্ত কৰা হৈছে নকল ক’ভিড ভেকচিন

দেশত ক'ভিডৰ ক্ষিপ্ৰ টীকাকৰণ চলি থকাৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আহিছে এটা উদ্বেগজনক খবৰ। বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতি যোগে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত কভিশ্বিল্ডৰ নকল সংস্কৰণ চিনাক্ত কৰা হৈছে। বিবৃতিটোত কোৱা হৈছে যে জুলাইৰ পৰা…

WHO আৰু ডোনাল্ড ট্ৰাম্পে কিয় সমালোচনা কৰিছে ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ সংখ্যাক?

ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ হাৰ বিশ্বৰ অন্যান্য দেশৰ তুলনাত বহু কম বুলি মন্তব্য দিছে বিশ্ব স্বাস্থ্য সংস্থা(World Health Organisation) ৰ মুখ্য বিজ্ঞানী সৌম্যা স্বামীনাথানে। এই পৰ্য্যন্ত ভাৰতে সৰ্বমুঠ ২.০৮ কোটি কৰোনা টেষ্ট সম্পন্ন কৰিছে।…

হঠাতে সুৰ সলালে বিশ্ব স্বাস্থ্য সংস্থাই

সমগ্ৰ বিশ্বতে ক'ৰোনাৰ ত্ৰাসৰ সময়ত হাইড্ৰ'ক্সিক্ল'ৰ'কুইনে সৃষ্টি কৰিছে বহু বিতৰ্কৰ। ড'নাল্ড ট্ৰাম্পেও দিছিল কেতবোৰ মন্তব্য। আনকি তেওঁ নিজে হাইড্ৰ'ক্সিক্ল'ৰ'কুইনৰ ব্যৱহাৰ কৰিছিল বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই…