সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#thecrosscurret

চৰকাৰৰ নিয়ন্ত্ৰনত চলিব নেকি দেশৰ সংবাদ মাধ্যম?

চৰকাৰৰ নিয়ন্ত্ৰণলৈ যাব নেকি দেশৰ সংবাদ মাধ্যম?সংবাদ স্বাধীনতাৰ ওপৰত বহু সময়ত প্ৰশ্ন উত্থাপন হৈ অহাৰ মাজতে সংসদত দাখিল হোৱা এখন প্ৰতিবেদনে পুনৰ উত্থাপন কৰিছে এই প্ৰশ্ন-চৰকাৰৰ নিয়ন্ত্ৰণলৈ যাব নেকি দেশৰ সংবাদ মাধ্যম?বুধবাৰে যোগাযোগ আৰু তথ্য…

কংগ্ৰেছ অবিহনে নহয় , কংগ্ৰেছৰ নেতৃত্বতো নহয় : বিৰোধী ৰাজনীতিৰ সমীকৰণ

কংগ্ৰেছ অবিহনে নহয় , কংগ্ৰেছৰ নেতৃত্বতো নহয় – বিৰোধী ৰাজনীতিৰ এই সমীকৰণ কাৰ্যত: স্পষ্ট হৈ উঠিছে৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ বৈঠকৰ পাছতে দিল্লীৰ ক্ষমতাৰ অলিন্দত এই কথাই প্ৰতিধ্বনিত হৈছে ৷ চৰ্চা…

ভাৰতীয়ই এৰিছে ভাৰত , পাকিস্তানীয়ে বিচাৰিছে ভাৰতীয় নাগৰিকত্ব

মোদীৰ আমোলত দেশ এৰিছে লাখ লাখ ভাৰতীয়ই ৷ ইয়াৰ বিপৰীতে ভাৰতৰ নাগৰিকত্ব  বিচাৰি হাবাথুৰি খাইছে হাজাৰ হাজাৰ পাকিস্তানীয়ে ৷ আচৰিত যেন লাগিলেও এয়াই আজিৰ ভাৰতৰ বাস্তৱ পৰিস্থিতি ৷ খোদ গৃহমন্ত্ৰালয়ৰ তথ্যত উন্মোচিত হৈছে এই তথ্য ৷– মঙলবাৰে লোকসভাত…

ডিচেম্বৰ ১ তাৰিখৰ পৰা কি কি বস্তুৰ পৰিৱৰ্তন হ’ল—

ডিচেম্বৰৰ 1 তাৰিখৰ পৰা পুনৰ বৃদ্ধি হ'ল গেছ ছিলিণ্ডাৰৰ দাম।ইয়াৰ লগতে বিত্তীয় লেনদেন আৰু বহুতো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ পৰিৱৰ্তন হৈছে।যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ পকেটত পৰিব পাৰে।এই পৰিৱৰ্তনবোৰ আধাৰ-পিএফ লিংক, গৃহ ঋণ আৰু বেঙ্ক সম্পৰ্কীয়…

ন্যায় প্ৰাপ্তিলৈ কিমান দূৰ?

নীৰজ দাস ওৰফে কলা লৰাৰ মৃত্যু প্ৰকৃততে অনিমেষ আৰু অনিমেষৰ পৰিয়ালৰ প্ৰতি ন্যায় বুলি গণ্য কৰিব পাৰিনে?কলা লৰাৰ মৃত্যুয়ে অনিমেষ ভূঞাক ন্যায় প্ৰদান কৰিলে নে ন্যায়ৰ পৰা চিৰদিনৰ কাৰণে অনিমেষক বঞ্চিত কৰিলে?এই প্ৰশ্নৰ উত্থাপন এইবাবেই হৈছে,কাৰণ কলা…

জিপি সিঙৰ টুইটক লৈ চর্চা সবর্ত্ৰ

”প্ৰতিটো কাৰ্য বা কামৰে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে।- নিউটনৰ তৃতীয় সূত্ৰ।’ নিশা ২ বাজি ২৯ মিনিটত এটা টুইট কৰি এই কথা কৈছিল জিপি সিঙে৷নিশ্চিতভাবে জিপি সিঙৰ টুইটে ইংগিত দিছিল অনিমেষ হত্যাৰ মূল অভিযুক্ত ক’লা লৰাৰ মৃত্যুৰ কথা৷ উল্লেখনীয়…

কলা গুণ্ডাৰ মৃত্যু

যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা লৰাৰ মৃত্যু। মঙ্গলবাৰে শেষ নিশা আৰক্ষীৰ বাহনৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ বাহনৰ খুন্দাত মৃত্যু হয় ক’লা ল’ৰাৰ। যোৰহাটৰ মাজমজিয়াত সংঘটিত হোৱা অনিমেষ বৰা হত্যা কাণ্ডৰ মূল অভিযুক্ত আছিল এই…

ফাষ্টট্ৰেক আদালতৰ জৰিয়তে অনিমেষ হত্যাৰ তদন্ত

ফাষ্টট্ৰেক আদালতৰ জৰিয়তে অনিমেষ হত্যাকাণ্ডৰ দোষীক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যে প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা৷ এমাহৰ ভিতৰত দোষীৰ বিৰুদ্ধে দাখিল কৰিব লাগিব চাৰ্জশ্বীট। খোদ জি পি সিঙে ব্যক্তিগতভাৱে তদাৰক কৰিব ঘটনাৰ তদন্ত…

যোৰহাট কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ।

যোৰহাট কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। যোৰহাট আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে ঘটনাৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস। নীৰজৰ লগতে তেওঁৰ ভাতৃ ভাইটী দাসকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সোমবাৰে যোৰহাট টাউনৰ মাজমজিয়াত সংঘটিত হোৱা অনিমেষ ভূঞা…

লোকসভাত বাতিল কৃষি আইন৷

লোকসভাত গৃহীত কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক।সদনৰ হুলস্থুলীয়া পৰিৱেশৰ মাজতে গৃহীত বিধেয়কখন।কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে উত্থাপন কৰিছিল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক।বিধেয়কখন উত্থাপন কৰাৰ লগে লগে সদনত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি।বিৰোধীয়ে আইনখনক লৈ…