সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

মেঘালয়ত মমতা বাহিনীৰ চমক- ১২ কংগ্ৰেছী বিধায়ক তৃণমূললৈ

মেঘালয় কংগ্ৰেছত মোক্ষম আঘাত৷কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছলৈ ১২ জন বিধায়ক৷উল্লেখনীয় যে,মেঘালয় বিধানসভাৰ প্ৰধান বিৰোধী দল কংগ্ৰেছত আছিল ১৮ জন বিধায়ক৷ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১২ জন বিধায়কৰ তৃণমূল গমনে এতিয়া ৰাজ্যখনত কংগ্ৰেছ…

কবি সনন্ত তাঁতি আৰু নাই—

অসমীয়া কাব্য সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ, সাহিত্য অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট কবি সনন্ত তাঁতিৰ নিশা ১.০৫ মিনিটত নতুন দিল্লীত দেহাৱসান হয়।কবি সনন্ত তাঁতিৰ নশ্বৰ দেহ আজি নতুন দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়া যোগে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে…

খাৰুৱা তেলৰ মূল্য হ্ৰাস কৰাৰ বাবে কি কৰিব ভাৰত আৰু আমেৰিকাই?

ক্ৰমাৎ বিশ্বব্যাপী বৃদ্ধি পাবলৈ লৈছে ইন্ধনৰ মূল্য। খাৰুৱা তেলৰ অনিয়ন্ত্ৰিত মূল্যই বিশ্বৰ বহু দেশৰ অৰ্থনৈতিক পৰিকাঠামোত আঘাত হানিছে। ভাৰতৰ দৰে উন্নয়নশীল দেশত পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় ইন্ধনৰ মূল্য বৃদ্ধিয়ে যথেষ্ট নেতিবাচক প্ৰভাৱ…

কৃষকে কিদৰে বাধ্য কৰাই আহিছে চৰকাৰক?

প্ৰধানমন্ত্ৰী নৰেন্দ্রমোদীয়ে অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰা কৃষকসকলৰ ওচৰত নমস্কাৰ জনাই আইনকেইখন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে নিজেই ১৯ নৱেম্বৰত দেশবাসীৰ সন্মুখত এই কথা ঘোষণা কৰে।যোৱা ৭…

গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা মাজুলীৰ যুৱকৰ মৃতদেহ উদ্ধাৰ হ’ল মেঘালয়ত

অৱশেষত মেঘালয়ৰ বৰ্ণিহাতত উদ্ধাৰ কৰা হল গুৱাহাটীৰ দিছপুৰৰ সৰু মতৰিয়া অঞ্চলৰ পৰা বিগত চাৰি দিন ধৰি নিৰুদ্দেশ হৈ থকা মাজুলীৰ সন্দীপ ভূঞা নামৰ যুৱক জনৰ মৃতদেহ। পল্টন বজাৰ আৰক্ষীৰ ভাষ্য অনুসৰি ২৯ বছৰীয়া মৃত যুৱক জন গুৱাহাটীৰ এটা বিত্তীয়…

মই মমতাৰ লগত আছো -বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে কিয় ক’লে এইদৰে ?

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সম্প্ৰতি নতুন দিল্লীত আছে ৷ মমতাৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগ দিছে জেডি(ইউ)ৰ জ্যেষ্ঠ নেতা পৱন বাৰ্মা , প্ৰাক্তন বিজেপি সাংসদ কীৰ্তি আজাদে ৷ বুধবাৰে দিল্লীৰ ৰাজনৈতিক চৰ্চাক নতুন মাত্ৰা দি মমতা…

কোনে গোচৰ তৰিলে কংগনাৰ বিৰুদ্ধে?

কংগনা ৰানাৱটৰ বিৰুদ্ধে গোচৰ ৰুজু৷মুম্বাইত কংগনা ৰানাৱটৰ বিৰুদ্ধে গোচৰ দাখিল এটা শিখ সম্প্ৰদায়ৰ৷শিখ কৃষকক খালিস্তানী আখ্যা দিয়াৰ অভিযোগত গোচৰ দাখিল কৰা হৈছে কংগনাৰ বিৰুদ্ধে৷শিখ সংগঠনটোৰ অভিযোগ-কংগনাই ইচ্ছাকৃতভাৱে কৃষক আন্দোলনক খলিস্তানী…

ক্ৰিপ্তোকাৰেন্সি : ডিজিটেল মুদ্ৰাৰ দাম অভাবনীয়ভাৱে হ্ৰাস

ক্ৰিপ্তোকাৰেন্সিত বিনিয়োগ কৰি আপুনিও লাখপতি বা কৌটিপতি হোৱাৰ সপোন দেখিছিল নেকি ? যদি দেখিছিল , আপোনাৰ বাবে আছে এটা দু:সংবাদ ৷ ডিজিটেল মুদ্ৰাৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নতুন আইন প্ৰণয়নৰ কথা চিন্তা কৰিছে ৷ অহা শীতকালীন অধিৱেশনতে…

আজি লাচিত দিৱস৷

অসমৰ শৌৰ্য, বীৰ্যৰ প্ৰতিক বীৰ লাচিতৰ আজি জন্মদিন। ১৬২২ খ্ৰীষ্টাব্দৰ ২৪ নৱেম্বৰত জন্মগ্ৰহণ কৰা বীৰ লাচিত শৰাইঘাট ৰণৰ নায়ক আছিল।সমগ্ৰ ৰাজ্যত অসমীয়াৰ শৌৰ্য, বীৰ্যৰ প্ৰতীক লাচিতক সশ্ৰদ্ধ স্মৰণ কৰিছে। অসম চৰাকাৰে চৰকাৰীভাৱে কাছাৰীঘাটত অনুষ্ঠিত…

কৃষক সকলে দাবী কৰি থকা কি এই নূন্যতম সমৰ্থন মূল্য (MSP)?

দেশৰ এজন সচেতন নাগৰিক হিচাপে MSPৰ কথা আপুনি নিশ্বয়কৈ শুনিছে। শেহতীয়াকৈ নৰেন্দ্ৰ মোদী চৰকাৰে বাতিল কৰা তিনিখনকৈ বিতৰ্কিত কৃষি আইনৰ লগত বিশেষ ভাৱে জড়িত এই MSP। উল্লেখ্য যে বৰ্তমানো চলি থকা দেশৰ কৃষক আন্দোলনৰ এটা মূল চালিকা শক্তি হৈছে MSP।…