সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কোনে গোচৰ তৰিলে কংগনাৰ বিৰুদ্ধে?

কংগনা ৰানাৱটৰ বিৰুদ্ধে গোচৰ ৰুজু৷মুম্বাইত কংগনা ৰানাৱটৰ বিৰুদ্ধে গোচৰ দাখিল এটা শিখ সম্প্ৰদায়ৰ৷শিখ কৃষকক খালিস্তানী আখ্যা দিয়াৰ অভিযোগত গোচৰ দাখিল কৰা হৈছে কংগনাৰ বিৰুদ্ধে৷শিখ সংগঠনটোৰ অভিযোগ-কংগনাই ইচ্ছাকৃতভাৱে কৃষক আন্দোলনক খলিস্তানী আন্দোলন বুলি অভিহিত কৰিছে। কংগনাৰ এই মন্তব্যই শিখ সম্প্ৰদায়ৰ অনুভূতিক তীব্ৰ আঘাত সানিছে। ভাৰতীয় অন্নদাতা কৃষকসকলক খলিস্তানী বুলি কৈ কংগনাই কৃষকসমাজক কৰিলে ঘোৰ অপমান।

Leave A Reply

Your email address will not be published.