সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

কিয় নালাগে এই ক’লা আইন?

নাগালেণ্ডৰ ঘটনাৰ পিছতেই পুনৰ উত্থাপন হৈছে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ প্ৰসংগ৷প্ৰতি মুহুত্বতে মানৱ অধিকাৰ ভুলুণ্ঠিত কৰি অহা এই আইন বাতিলৰ দাবী উত্থাপন হৈছে সর্বত্ৰ৷কিন্তু এই আইন বাতিলৰ দাবী এইবাৰেই উত্থাপন হোৱা নাই৷দেশৰ উচ্চতম ন্যায়ালয়ৰ…

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে পুটিনেঃ কিন্তু কিয়?

প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। ভাৰত মহান শক্তি-বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰ আৰু সময়-পৰীক্ষিত বন্ধু বুলি ঘোষণা কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে কোভিডে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ স্বত্বেও ভাৰত-ৰাছিয়া সম্পৰ্কৰ…

সেনাৰ মতে গাড়ী নৰখোৱা বাবেই নাগালেণ্ডত হত্যা কৰা হল নেকি নিৰীহ জনতাক?

নাগালেণ্ডৰ নৰমেধ যজ্ঞই জোকাৰিছে সমগ্ৰ দেশ । নাগালেণ্ডৰ ভাৰত-ম্যানমাৰ সীমান্তৰ মন জিলাত সেনাৰ গুলীত ১৪ গৰাকীকৈ অসামৰিক লোকৰ মৃত্যু হোৱাৰ পিছত বিৰোধীৰ প্ৰতিবাদে উত্তাল কৰিছে সংসদৰ শীতকালীন অধিৱেশন। ভাৰতীয় সেনাৰ ভুলৰ বাবেই মৃত্যুবৰণ কৰা ১৪…

সাধাৰণ নাগৰিকক হত্যাৰ অভিযোগ তুলি অৰ্ধ সামৰিক বাহিনীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে নাগালেণ্ড আৰক্ষীয়ে

৪ ডিচেম্বৰৰ আবেলি নাগালেণ্ডৰ মন জিলাৰ তিৰু-অটিং অঞ্চলত সেনাই ভুলবশত গুলীয়াই হত্যা কৰিছিল ১৩ জনকৈ সাধাৰণ নাগৰিকক। এই মৃত্যুৰ বাবে ভাৰতীয় সেনাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি ২১তম পেৰা স্পেচিয়েল ফৰ্চৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে…

চাৰি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হল ম্যানমাৰৰ নোবেল বঁটা বিজয়ী নেত্ৰী আং চান চু কী

কোভিড প্ৰটকল ভংগ আৰু উছতনি মূলক কথা প্ৰচাৰ কৰাৰ অপৰাধত সোমবাৰে ম্যানমাৰৰ ৰাজধানীৰ এখন বিশেষ আদালতে ৪ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে দেশখনৰ বহিষ্কৃত নেত্ৰী আং চান চু কীক। ১ ফেব্ৰুৱাৰীত সেনাই ক্ষমতা দখল কৰাৰ পিছৰে পৰা ৭৬ বছৰীয়া নবেল বঁটা…

বেংকৰ শাখা বিলুপ্ত হ’ব , আৰম্ভ হ’ব ডিজিটেল বেংক

বেংক হ’ব ডিজিটেল ৷ নাথাকিব বেংকৰ কোনো শাখা ৷ এনে এটা দিনৰ বাবে বেছি অপেক্ষা কৰিব নালাগে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণাৰ পৰা এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে ৷ শুকুৰবাৰে ইনফিনিটি ফ’ৰামৰ এক সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়…

অসমৰ ৪৪ খন নদী এতিয়া ভালে নাই

প্ৰদূষণৰ কবলত ৰাজ্যৰ ৪৪ খন নদী৷২ ডিচেম্বৰত ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ে ডাঙি ধৰা তথ্য অনুসৰি Central Pollution Control Board দেশজুৰি সমীক্ষা চলাইছিল দেশৰ ৫২১ খন নদীৰ ভিতৰত৷সেই অনুসৰি ৩২৩ খন নদীক প্ৰদূষিত বুলি চিনাক্ত কৰিছে…

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু পেট্ৰলিয়ামজাত সামগ্ৰীৰ মূল্য হ্রাস কৰাৰ দাবীত আজি ৰাজ্যজুৰি কৃষক মুক্তি সংগ্রাম সমিতিয়ে প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। দিনৰ ১১ বজাৰ পৰা অসমৰ বিভিন্ন জিলা সদৰত কৃষক মুক্তি সংগ্রাম সমিতিৰ জিলা সমিতিসমূহৰ…

ৰতন টাটালৈ কি বঁটা আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

◆ উদ্যোগপতি ৰতন টাটালৈ ৰাজ্যৰ সৰ্বোচ্ছ অসামৰিক সন্মান অসম বৈভৱ বঁটা ◆ নতুন দিল্লীত এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ◆ পূৰ্বতে এই বঁটাক অসম ৰত্ন বঁটা বুলি জনা গৈছিল

আজি চুকাফা দিৱস

আজি অসম দিৱস অৰ্থাৎ স্বৰ্গদেউ চাওলুং চুকাফা দিৱস। অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা তথা বৰ অসমৰ নিৰ্মাতা স্বৰ্গদেউ চুকাফা বন্দনাৰে মুখৰিত হ’ব ৰাজ্য। অসম বুৰঞ্জীৰ মহানায়ক চুকাফাৰ কৰ্মৰাজী অনুপ্ৰেৰণাৰে উদ্বুদ্ধ। আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা…