সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

পুনৰ চীন আক্ৰান্ত কোভিডত

সম্প্ৰতি চীনত গৃহবন্দী হৈ আছে প্ৰায় ৩০ মিলিয়ন জনতা। তথ্য অনুসৰি মঙ্গলবাৰে চীনত ৫২৮০ জন নতুন কোভিড ৰোগী চিনাক্ত হয়। এই পৰিসংখ্যা পূৰ্বৱৰ্তী দিনৰ তুলনাত দুগুণতকৈও অধিক। ৰাষ্ট্ৰখনৰ প্ৰায় ১৩ খন চহৰ ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে।…

হিজাব সন্দৰ্ভত দ্ৰুত শুনানিৰ দাবীত উচ্চতম ন্যায়ালয়ৰ দাৰস্থ বহুকেইজন আবেদনকাৰী

বিগত ১১ ফেব্ৰুৱাৰীত কৰ্ণাটক উচ্চ ন্যায়ালয়ে হিজাব সন্দৰ্ভত অন্তৱৰ্তীকালীন ৰায় প্ৰদান কৰিছিল। এই ৰায়ক প্ৰত্যাহ্বান জনাই দ্ৰুত শুনানিৰ দাবীত উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয় বহুকেইজন আবেদনকাৰী। অৱশ্যে উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত পুনৰ কোনো আবেদন…

বিৰোধীয়ে যুঁজিছে আৰ এছ এছৰ ছায়াৰ সৈতে

কোৱা হয় ২০১৩ ৰ মুজাফ্ফৰনগৰৰ সাম্প্ৰদায়িক সংঘৰ্ষই ২০১৪ ৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত বিজেপিৰ বিজয় উজু কৰি তুলিছিল ৷ মোদীৰ অপাৰ জনপ্ৰিয়তাই ২০১৭ ত উত্তৰ প্ৰদেশত শাসনলৈ আনিছিল বিজেপিক ৷ পুলৱামা – বালাকোটে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ বিজয় অধিক…

জাতৰ বেলি মাৰ গ’ল নেকি ?

যোগী আদিত্যনাথ আকৌ এবাৰ মুখ্যমন্ত্ৰী হ’ল , অখিলেশ যাদৱ আকৌ এবাৰ পৰাজিত হ’ল ৷ পৰাজিত হ’ল আৰু এজন নেতা ৷ তেওৰ নাম জয়ন্ত চৌধুৰী৷ ৰাষ্ট্ৰীয় লোক দলৰ নেতা ৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী , জাতসকলৰ অবিসম্বাদী নেতা চৌধুৰী চৰণ সিঙৰ নাতি ৷ জন্ম ১৯৭৮…

আৰু বহু আদিত্যনাথ আহি আছে

২০১৭ চন ৷উত্তৰ প্ৰদেশত অভাৱনীয় সফলতা লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ হাতত তুলি দিয়া হ’ল মুখ্যমন্ত্ৰী নিৰ্বাচনৰ দায়িত্ব ৷ নৰেন্দ্ৰ মোদীৰ শেষ বিচাৰত উঠিল যোগী আদিত্যনাথৰ নাম ৷ চৰ্চা চলিল প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰিছে নেকি…

সমাজবাদৰ ৰাজনীতিৰ দিন উকলিল নেকি ?

টিপু চুলতান বন গয়া ৷ টিপু যেতিয়া প্ৰথম স্কুললৈ যায় , তেতিয়া তাৰ কোনো আনুষ্ঠানিক নাম নাছিল ৷ পৰিয়ালৰ হিচাপ কিতাপ ৰাখোতা তিৱাৰীৰ হাতত ধৰি খোজ দিছিল ওচৰৰে এখন নাৰ্ছাৰী স্কুলত ৷ কিন্তু টিপু নামেৰে নামভৰ্তি কৰাত অসুবিধা হ’ল ৷ স্কুলৰ পৰা…

ৰাজকন্যা বৰুৱাৰ জামিন লাভ

ৰাজকন্যা বৰুৱাৰ জামিন লাভ। ৫০ হাজাৰ টকাৰ আমানত ধনৰ বিনিময়ত জামিন লাভ দুটাকৈ গোচৰত অভিযুক্ত ৰাজকন্যা বৰুৱা। যোৱা ৭ মাৰ্চত এটা গোচৰত জামিন লাভ কৰাৰ লগতে আজি আনটো গোচৰত জামিন লাভ ৰাজকন্যাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে এই জামিন।