বিনা যুদ্ধই আমেৰিকাই পাকিস্তানক গতালে নেকি আফগানিস্তান ?
জৰ্জ বুশ্বৰ পৰা ওচামা বিন লাডেনলৈ সকলোৱে আফগান যুদ্ধক দেশখনৰ মুক্তিৰ যুদ্ধ হিচাপে বিশ্বৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু বাস্তৱ সত্যটো হ’ল – কোনো এজন ৰাষ্ট্ৰপতিৰ আমোলতে আফগানিস্তান ৰাষ্ট্ৰ গঠনৰ চেষ্টা কৰা নহ’ল ৷