সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurent

পেট্ৰলৰ পৰা ৰাজ্য চৰকাৰ সমূহতকৈ কিমান বেছি কৰ সংগ্ৰহ কৰিছে মোদী চৰকাৰে?

কৰ সংগ্ৰহত পাকৈত মোদী চৰকাৰ৷নিজেই বর্ধিত কৰ সংগ্ৰহ কৰি ৰাজ্য সমূহৰ ওপৰত দোষ জাপি দিছে মোদী চৰকাৰে৷ পেট্ৰলৰ পৰা ৰাজ্য চৰকাৰ সমূহতকৈ কিমান বেছি কৰ সংগ্ৰহ কৰিছে মোদী চৰকাৰে? কিমান সচা নৰেন্দ্ৰ মোদীয়ে অবিজেপি শাসিত ৰাজ্য সমূহৰ ওপৰত তোলা অভিযোগ?…

‘মই নোৱাৰা কাম, কেনেকৈ কৰিব বিৰোধীয়ে?’ -হিমন্ত বিশ্ব শর্মা

‘চহী লগিব মোৰ,কংগ্ৰেছে কয় কাম আমি কৰিম৷এইটো কেনেকৈ হ’ব?’প্ৰশ্ন মুখ্যমন্ত্ৰীৰ? ‘মই নোৱাৰা কাম,কেনেকৈ কৰিব বিৰোধীয়ে?’- প্ৰশ্ন মুখ্যমন্ত্ৰীৰ৷ পৌৰ নিগম নির্বাচনত ভোট বিচাৰি গুৱাহাটীবাসীক আৰু কি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই?…

পুণৰ তিনিমাহলৈ বৃদ্ধি আলফা(স্বাধীন)ৰ অস্ত্ৰবিৰতি

সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফা(স্বা)য়ে পুণৰ তিনিমাহলৈ অস্ত্ৰবিৰতিৰ সময়সীমা বৃদ্ধি কৰিছে ৷ পৰেশ বৰুৱা স্বাক্ষৰিত এক বিবৃতিত কোৱা হয় যে যোৱা ১৪ মে’ৰ পৰা আলফা(স্বা) য়ে অব্যাহত ৰখা একপক্ষীয় যুদ্ধবিৰতিৰ ম্যাদ পুণৰ তিনিমাহলৈ বৃদ্ধি কৰা হৈছে ৷…

ৰাজ্যত বন্ধ হব ২০০০ খন বিদ্যালয়

বিদ্যালয় একত্ৰিতকৰণৰ বাবেই ৰাজ্যত বন্ধ হোৱাৰ দিশে ২০০০ খন বিদ্যালয়। যি প্ৰক্ৰিয়াৰ অধীনত ৰাজ্যত লোপ পাব দুই হাজাৰ চৰকাৰী বিদ্যালয় আৰু প্ৰায় ১৪ হাজাৰ শিক্ষক কৰ্মচাৰী পদ ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি বলৱৎ কৰাৰ পূৰ্বেই এই সন্দৰ্ভত গঠিত কৰা হব আয়োগ…

তালিবানৰ দখলৰ পৰা কোনে মুক্ত কৰিলে ৩ জিলা ?

তালিবানে বন্দুকৰ বলত আফগানিস্তানৰ ক্ষমতা দখল কৰিলেও আকৌ ঐক্যবদ্ধ হ’বলৈ লৈছে তালিবান বিৰোধী গোটসমূহ ৷ এই গোটসমূহে তালিবানৰ দখলৰ পৰা নিজৰ নিজৰ অঞ্চলসমূহ পুণৰুদ্ধাৰৰ বাবে যুদ্ধ আৰম্ভ কৰিছে ৷ শুকুৰবাৰে বাগলান প্ৰদেশৰ বানু, পুল-ই-হিচাৰ, আৰু…

পেগাছাছৰ নামত কোনো লেনদেন হোৱা নাই বুলি ক’ত ক’লে চৰকাৰে ?

পেগাছাছৰ জড়িয়তে চোৰাংছোৱাগিৰি কৰাৰ অভিযোগক লৈ দেশত তুমুল  বিতৰ্ক চলি আছে ৷ অচল হৈ পৰিছে দুয়োখন সদন ৷ কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোৰ পৰা দূৰৈত অৱস্থান কৰিছে ৷ তাৰ মাজতে আজি প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে ৰাজ্যসভাত ঘোষণা কৰিছে যে পেগাছাছ…

অমৰ সিঙৰ দেহাৱসান

ভাৰতীয় ৰাজনীতিৰ এক পৰিচিত ব্যক্তি অমৰ সিঙ আৰু নাই ৷ ৰাজ্যসভাৰ সাংসদ তথা সমাজবাদী পাৰ্টীৰ প্ৰাক্তন নেতা অমৰ সিঙৰ আজি ছিংগাপুৰৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে ৷ বিগত প্ৰায় ছমাহ ধৰি ৰাজনীতিকগৰাকী ৰোগত আক্ৰান্ত হৈ আছিল ৷ কেইমাহমান পূৰ্বে ছিংগাপুৰৰ…

সকলো ৰাজ্যই অনুসৰণ কৰক দিল্লী মডেল : ক’লে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীয়ে

দেশত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সকলো ৰাজ্যই ‘ দিল্লী মডেল ‘ অনুসৰণ কৰা উচিত৷ – এই মন্তব্য আগবঢ়াইছে দেশৰ গৃহ ৰাজ্য মন্ত্ৰী কিশন ৰেড্ডীয়ে ৷ আজি সংবাদমাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় শাসিত অঞ্চল হোৱা বাবে তেওঁ…

ভাৰতত মোবাইল সেৱাৰ আজি ২৫ বছৰ : কোনে কালৈ কৰিছিল প্ৰথমটো কল

মোবাইল ফোন এতিয়া আমাৰ জীৱনযাত্ৰাৰ  এক অভিন্ন অংগ ৷ পৰিয়ালৰ পৰা আমি বিচ্ছিন্ন হৈ থাকিব পাৰিম কিন্তু অলপমান সময়ৰ বাবেও মোবাইলৰ পৰা আতৰত থকাটো যেন এক গভীৰ যন্ত্ৰনাৰ বিষয় ৷ আমাৰ সকলোৰে জীৱন আৰু আমাৰ চৌপাশৰ সমাজখনক সলনি কৰি পেলোৱা মোবাইল…