পুণৰ তিনিমাহলৈ বৃদ্ধি আলফা(স্বাধীন)ৰ অস্ত্ৰবিৰতি

Share This Article

সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফা(স্বা)য়ে পুণৰ তিনিমাহলৈ অস্ত্ৰবিৰতিৰ সময়সীমা বৃদ্ধি কৰিছে ৷ পৰেশ বৰুৱা স্বাক্ষৰিত এক বিবৃতিত কোৱা হয় যে যোৱা ১৪ মে’ৰ পৰা আলফা(স্বা) য়ে অব্যাহত ৰখা একপক্ষীয় যুদ্ধবিৰতিৰ ম্যাদ পুণৰ তিনিমাহলৈ বৃদ্ধি কৰা হৈছে ৷ জনস্বাৰ্থৰ খাতিৰতে এই সিদ্ধান্ত লোৱা বুলি তেও সদৰী কৰে ৷ এই সময়ছোৱাত সংগঠনটো সশস্ত্ৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিব ৷
অহা ১৫ নৱেম্বৰত সংগঠনটোৰ পূৰ্বৰ একপক্ষীয় যুদ্ধবিৰতিৰ ম্যাদ উকলি যোৱাৰ কথা আছিল ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.