সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the crosscureent

এটা থ্ৰ’ত সকলো ভাৰতীয়ৰ হৃদয়ত স্থান পালে নীৰজে। ২৪ ঘন্টাত অনুৰাগীৰ সংখ্যা বৃদ্ধি পালে ২.২…

স্বৰ্ণ জয়ৰ পিছতেই নীৰজ চোপ্ৰাৰ ইষ্টাগ্ৰাম একাউন্টত অনুৰাগীৰ সংখ্যা হ'লগৈ ২.২ মিলিয়ন। ইয়াৰ পূৰ্বে তেওঁৰ অনুৰাগীৰ সংখ্যা আছিল ১০০ হাজাৰ। এই ঐতিহাসিক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা নীৰজ চোপ্ৰাক জানিবলৈ এতিয়া গোগুলত নিৰজ চোপ্ৰা নামৰ লৰাজনক খুঁচৰি…

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান। আৰ্মী হাস্পতালত অতিশয় সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা প্ৰণৱ মুখাৰ্জী আক্ৰান্ত হৈছিল কোৰোণাত। হাস্পতালখনত তেওঁৰ ব্ৰেন চাৰ্জাৰী কৰোৱা হৈছিল। ব্লাড ক্লট আঁতৰোৱাৰ কাৰণে এই অস্ত্ৰোপচাৰ কৰোৱা…

জয়পুৰৰ ভীক্ষাৰীৰ তালিকাত তিনিজন স্নাতক আৰু দুজন স্নাতকোত্তৰ

জয়পুৰৰ চিটি পুলিচৰ এক সমীক্ষাত চহৰ খনৰ মুঠ ১১৬২ জন ভীক্ষাৰীৰ ২ জন স্নাতকোত্তৰ আৰু তিনিজন স্নাতক বুলি জানিব পৰা গৈছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি ৮২৫ জন ভীক্ষাৰীৰ কোনো পঢ়া শুনা নথকাৰ পৰিবৰ্তে ৩৯ জন শিক্ষিত আৰু ১৯৩ জন…

কৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজত NEET আৰু JEE পৰীক্ষা অনুস্থিত নকৰিবলৈ আহ্বান বিশ্ব বিখ্যাত পৰিবেশ কৰ্মী…

বৰ্তমান সমগ্ৰ দেশ জুৰি কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি NEET আৰু JEE ৰ পৰীক্ষা পিছোৱাৰ যি দাবী উত্থাপন হৈছে তালৈ সমৰ্থন আগবঢ়াইছে বিশ্ব বিখ্যাত পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গে। আজি টুইটাৰ যোগে থানবাৰ্গে NEET আৰু JEE পৰীক্ষা পিছোৱাৰ…

মহাৰাষ্ট্ৰত বিল্ডিং খহি ৬ জনৰ মৃত্যু,উদ্ধাৰ অভিযান অব্যাহত

মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ মাহাদ নামৰ এক আবাসীক অঞ্চলত বিল্ডিং এটা খহি পৰাৰ ফলত প্ৰায় ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭৮ জন লোকক ঘটনাস্থলীৰ ধংসস্তুপৰ পৰা উদ্ধাৰ কৰা হৈছে। প্ৰায় ৪০ টা পৰিয়াল বসবাস কৰা বিল্ডিংটোৰ কালি বিয়লি ৬.৫০ বজাত ওপৰৰ তিনিটা…

নেহৰু-গান্ধী পৰিয়ালেই বজাব নেকি কংগ্ৰেছৰ মৃত্যু ঘন্টা?

আজি প্ৰায় এবছৰেই হ'ল ভাৰতৰ সকলোতকৈ পুৰণি দলটো নেতৃত্বৰ অভাৱত ককবকাই আছে। যোৱা লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে দলটোৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিছিল ৰাহুল গান্ধীয়ে। সেই দিন ধৰি আজিলৈকে দলটো চলি আছে অন্তৱৰ্তীকালীন সভাপতি ছোনীয়া গান্ধীৰ…

সামৰিক বিকল্পই শেষ ভৰসা নেকি ভাৰত চীনৰ সীমান্ত উত্তেজনাৰ!

বহুকেইটা কূটনৈতিক আলোচনাৰ পিছতো ভাৰত- চীনৰ মাজত চলি থকা সীমান্ত বিবাদৰ সমাধান এতিয়াও অনিশ্চয়তাৰ গৰ্ভত। এনে এক জটিল সময়তে ভাৰতৰ চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱতৰ শেহতীয়া মন্তব্যই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। বিপিন ৰাৱতে ANI নামৰ নিউজ…

নিজৰ টুইটৰ বাবে ক্ষমা নিবিচাৰে প্ৰশান্ত ভূষণে, আজি এক বিবৃত্তি যুগে উচ্চতম ন্যায়ালয়ক জনায় বিশিষ্ট…

প্ৰশান্ত ভূষণৰ বিৰুদ্ধে চলি থকা আদালত অৱমাননাৰ গোচৰত উচ্চতম ন্যায়ালয়ে যোৱা ২০ আগষ্টত ভূষণক আজি অৰ্থাৎ সোমবাৰৰ ভিতৰত তেওঁৰ পূৰ্বৰ স্থিতি সম্পৰ্কে পুনৰ বিচাৰ কৰি আদালতত ক্ষমা বিচৰাৰ পৰামৰ্শ দিছিল। কিন্তু আজি বিশিষ্ট আইনজীৱি জনে এক বিবৃত্তি…

পৈত্তিক সম্পত্তিৰ ওপৰত কন্যাৰো থাকিবা সমান অংশীদাৰ-উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

আজি উচ্চতম ন্যায়ালয়ে পিতৃৰ মৃত্যুৰ পাছত পুত্ৰৰ লগতে কন্যাও সম্পত্তিৰ সমান অংশীদাৰ হ'ব বুলি এক ঐতিহাসিক ৰায় দান কৰিছে। মহামান্য ন্যায়ালয়ৰ তিনি গৰাকী ন্যায়ধীশৰ বিচাৰপীঠে কয় যে হিন্দু উত্তৰাধিকাৰ(সংশোধন)আইন ২০০৫ বলবৎ হোৱাৰ আগতে পিতৃৰ মৃত্যু…