সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

Supreme Court

শ্ৰমিকৰ দৰমহা সন্দৰ্ভত হস্তক্ষেপ নকৰে ছুপ্ৰিম কৰ্টে! স্বস্তিৰ নিশ্বাস নিয়োগকৰ্তাৰ…

দেশজুৰি চলা অৰ্থনৈতিক মন্দাৱস্থাই ব্যাপক প্ৰভাৱ পেলাইছে ব্যক্তিগত খণ্ডত। ফলত নিয়োজিত কৰ্মচাৰীৰ দৰমহাৰ ক্ষেত্ৰত বিয়োগাত্মক প্ৰভাৱ পৰিছে। কিন্তু দেশৰ উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে এইক্ষেত্ৰত ন্যায়ালয়ে পোনপটীয়াকৈ হস্তক্ষেপ কৰিব নোৱাৰে।…

প্ৰবাসী শ্ৰমিকৰ ৰে’ল ভাড়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

প্ৰবাসী শ্ৰমিকৰ পৰা কোনো চৰকাৰে ট্ৰেইন বা বাছৰ ভাড়া ল'ব নোৱাৰিব- এই নিৰ্দেশ জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। ৰাজ্যসমূহে ট্ৰেইনৰ অনুৰোধ জনোৱাৰ লগে লগে পলম নকৰি ট্ৰেইনৰ ব্যৱস্থা কৰিব লাগিব বুলিও ৰে'ল মন্ত্ৰালয়ক শীৰ্ষ ন্যায়ালয়ে নিৰ্দেশ…

সাম্প্ৰদায়িক, বিদ্বেষমূলক খবৰ প্ৰচাৰ কৰা মিডিয়াৰ বিৰুদ্ধে ছুপ্ৰীম ক’ৰ্ট

ক'ৰোনা মহামাৰীয়ে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে একাংশ লোকে ইলেকট্ৰনিক, প্ৰিণ্ট আৰু ছচিয়েল মিডিয়াৰ যোগেদি সাম্প্ৰদায়িক তথা বিদ্বেষমূলক খবৰ প্ৰকাশ কৰি আহিছে। তাৰ মাজতেই বুধবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰ, প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া আৰু নিউজ…

১ মে’ৰ পৰা ৯১লাখ প্ৰবাসীক প্ৰত্যাৱৰ্তন নিজ নিজ ৰাজ্যলৈ

দেশত শ্ৰমিকৰ বাবে স্পেছিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰাৰ পাছত এতিয়ালৈকে প্ৰায় ৯১লাখ প্ৰব্ৰজিত শ্ৰমিকক নিজ নিজ গৃহলৈ ওভতাই নিয়া হৈছে। ছুপ্ৰীম কৰ্টক এই কথা জনাইছে কেন্দ্ৰীয় চৰকাৰে। লগতে এজনো শ্ৰমিক ৰৈ নোযোৱাকৈ শেষৰ পৰ্যন্ত এই বিশেষ সেৱাৰ ব্যৱস্থা…