নূপুৰ শৰ্মাক ১০ টা ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ।

নূপুৰ শৰ্মাই দেশবাসীৰ ওচৰত ক্ষমা খুজিব? বিতৰ্কিত নেত্ৰী নূপুৰ শৰ্মাক ১০ টা ধমক উচ্চতম ন্যায়ালয়ৰ। একেসময়তে দিল্লী আৰক্ষীকো ভৰ্ৎসনা ন্যায়ালয়ৰ। ন্যায়ালয়ৰ প্ৰশ্ন ইমান দিনে কি কৰি আছিল দিল্লী আৰক্ষীয়ে?

আৰক্ষীয়েই এতিয়া আইন। আৰক্ষীয়েই আদালত। আৰক্ষীয়ে বিচাৰক। দেশত আইনৰ শাসনৰ অৱসান হ’ল নেকি? আৰম্ভ হ’ল নেকি পুলিচৰাজ?

চিকিৎসা বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ নামভৰ্তিৰ ক্ষেত্ৰত অন্যান্য পিছপৰা জাতি (অ’ বি চি)ৰ বাবে ২৭ শতাংশ সংৰক্ষণ বাহাল ৰাখিছে উচ্চতম ন্যায়ালয়ে ৷ নীটৰ ক্ষেত্ৰত এই সংৰক্ষণ প্ৰযোজ্য হৈ থাকিব বুলি ৰায়দান কৰি ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু এ এছ বোপান্নাৰ…

আজি উচ্চতম ন্যায়ালয়ে হৰিদ্বাৰ আৰু দিল্লীত ১৭ আৰু ২১ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা দুটা অনুষ্ঠানত আপত্তিজনক ভাষণ প্ৰদান কৰা অভিযুক্তৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশনা জাৰি কৰিছে । দিল্লীৰ বাসিন্দা কোৰবান আলি আৰু জ্যেষ্ঠ অধিবক্তা অঞ্জনা প্ৰকাসে দাখিল কৰা এই গোচৰ আগবঢ়োৱা…

২০১৮ চনৰ ১৫ আগষ্টত লালকিল্লাত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত কয় যে ” আমাৰ বাবে গৌৰবৰ বিষয় যে আমাৰ ন্যায় ব্যৱস্থাৰ সবাটোতকৈ শিখৰ অৰ্থাৎ উচ্চতম ন্যায়ালয়ত তিনি গৰাকী মহিলা অধিষ্ঠিত হৈ আছে। ভাৰতবৰ্ষৰ সকলো নাৰীয়ে গৰ্বৰে কব পাৰিব…