সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

slider

হাগ্ৰামাৰ পদূলিত পিকনিক খাব পাৰিবনে হিমন্ত বিশ্ব শৰ্মাই?

UPPL এ অগ্ৰগতি লাভ কৰি আছে: ১৩ খন আসনত।BJP এ অগ্ৰগতি লাভ কৰি আছে: ১১ খন আসনত।BPF এ অগ্ৰগতি লাভ কৰি আছে: ১৪ খন আসনত।আৰু GSPএ অগ্ৰগতি লাভ কৰি আছে: ০১ খন আসনত।ইতিমধ্যে জয়লাভ কৰিছে BPF ৰ ০৫ জন প্ৰাৰ্থী আৰু UPPL ৰ ০১ জন প্ৰাৰ্থীয়ে।

BJPএ অগ্ৰগতি লাভ কৰিছে ১০ খন আসনত।

UPPL এ অগ্ৰগতি লাভ কৰি আছে: ১৭ খন আসনত।BJP এ অগ্ৰগতি লাভ কৰি আছে: ১০ খন আসনত।BPF এ অগ্ৰগতি লাভ কৰি আছে: ১১খন আসনত।কংগ্ৰেছে অগ্ৰগতি লাভ কৰি আছে: ০১ খন আসনত।আৰু GSPএ অগ্ৰগতি লাভ কৰি আছে: ০১ খন আসনত।

হাগ্ৰামা-প্ৰমোদ পিছপৰি আছে!

দেৱৰগাঁৱত প্ৰথম ৰাউণ্ডৰ পিছত ৪৮ টা ভোটত পিছ পৰি আছে হাগ্ৰামা মহিলাৰী।অন্যহাতে ককলাবাৰী সমষ্টিত পিছ পৰি আছে UPPLৰ প্ৰাৰ্থী প্ৰমোদ বড়ো।অৱশ্যে অন্য এখন আসনত আগবাঢ়ি আছে প্ৰমোদ বড়ো।

জানক বিটিচি নিৰ্বাচনৰ শেহতীয়া খবৰ-

UPPL এ অগ্ৰগতি লাভ কৰি আছে: ১৯ খন আসনত।BJP এ অগ্ৰগতি লাভ কৰি আছে: ১১ খন আসনত।BPF এ অগ্ৰগতি লাভ কৰি আছে: ০৮ খন আসনত।কংগ্ৰেছে অগ্ৰগতি লাভ কৰি আছে: ০১ খন আসনত।আৰু GSPএ অগ্ৰগতি লাভ কৰি আছে: ০১ খন আসনত।

জানক বিটিচি নিৰ্বাচনৰ শেহতীয়া খবৰ-

UPPL এ অগ্ৰগতি লাভ কৰি আছে:২১ খন আসনত।BJP এ অগ্ৰগতি লাভ কৰি আছে:১১ খন আসনত।BPF এ অগ্ৰগতি লাভ কৰি আছে:০৬ খন আসনত।Cong+ অগ্ৰগতি লাভ কৰি আছে: ০১খন আসনত।আৰু GSPএ অগ্ৰগতি লাভ কৰি আছে: ০২ খন আসনত।

মহাৰাষ্ট্ৰ চৰকাৰৰ নতুন নিৰ্দেশনা।কি আছে এই নিৰ্দেশনাত?

মহাৰাষ্ট্ৰ চৰকাৰৰ নতুন নিৰ্দেশনা। চৰকাৰী কৰ্মচাৰীৰ পোছাক পৰিধানৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে উদ্ধৱ থাকৰে চৰকাৰে। কৰ্মক্ষেত্ৰলৈ এতিয়াৰে পৰা জীনছ, টি-চাৰ্ট পৰিধান কৰি আহিব নোৱাৰিব কৰ্মচাৰীসকলে। তাৰ পৰিৱৰ্তে নতুন নিৰ্দেশনা অনুসৰি মহিলা

কোনে শেষ হাঁহি মাৰিব বিটিচিত?

অব্যাহত আছে বিটিচি নিৰ্বাচনৰ ভোটগণনা। ৪ জিলাৰ ৪০ পৰিষদীয় সমষ্টিত চলি আছে ভোটগণনা। তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলিছে UPPL আৰু BPF ৰ মাজত। ২৫খন আসনত অগ্ৰগতি UPPL ৰ। ৪ খন আসনত অগ্ৰগতি BJP ৰ। আৰু তাৰ বিপৰীতে ১৩ খন আসনত এই মুহূৰ্তলৈ অগ্ৰগতি লাভ

হৃদৰোগত আক্ৰান্ত হৈছে বলীউদৰ প্ৰখ্যাত কোৰিঅ’গ্ৰাফাৰ ৰেম’ ডিছুজা।

হৃদৰোগত আক্ৰান্ত হৈছে বলীউদৰ প্ৰখ্যাত কোৰিঅ’গ্ৰাফাৰ তথা পৰিচালক ৰেম’ ডিছুজা। শুকুবাৰে দুপৰীয়া হাৰ্ট এটেক হয় পৰিচালকগৰাকীৰ।ৰেম’ ডিছুজাক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান পূৰ্বতকৈ স্বাস্থ্যৰ অৱস্থা কিছু

অসমৰ ৰেলযাত্ৰীলৈ সুখবৰ।

ৰেলযাত্ৰীৰ বাবে সু-খবৰ। ১৪ ডিচেম্বৰৰ পৰা চলিব যাত্ৰীবাহী ৰেল। নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ চলিব যাত্ৰীবাহী ৰেল। আনহাতে ২৫ ডিচেম্বৰৰ পৰা চলিব লামডিং কালিপুৰ দুৱাৰ ইণ্টাৰচিটী ৰেল। পৰৱৰ্তী সময়ত ৰেলসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰপূৱ