সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

slider

৯২ৰ পৰা ৯৪ হ’ল ক’ৰোণা আক্ৰান্তৰ সংখ্যা, এইবাৰ গুৱাহাটীত

পুনৰ বাঢ়িল ক’ৰোণা আক্ৰান্তৰ সংখ্যা ৷বেয়া খবৰৰ উপৰি পুনৰ বেয়া খবৰ ৷পুনৰ ২জন ক’ৰোণা ৰোগী  চিনাক্ত হ’ল অসমত৷ ৷দুয়োগৰাকী নতুন ক’ৰোণা ৰোগী গুৱাহাটীৰ ৷ জনালে শেহতীয়া টুইটযোগে মন্ত্ৰী হিমন্ত বিশ্বই ৷ শেহতীয়া আপডেট অনুসৰি ক’ৰোণা ৰোগীৰ সংখ্যা…

চিনেমা হল অতীত হ’ল নেকি ? কোন কেইখন চিনেমাই মুক্তি পাব আপোনাৰ মোবাইলত ?

লকডাউনৰ বাবে কি দহখন নতুন চিনেমা মুক্তি পাব ডিজিটেল মাধ্যমত ? ক’ৰোনাৰ আতংকৰ মাজতে প্ৰায় দুমাহ ধৰি লকডাউন চলিছে দেশত ৷ দেশৰ প্ৰায় সকলোধৰনৰ উদ্যোগ বাণিজ্যৰ ওপৰত পৰিছে মাধমাৰ ৷ অৱধাৰিতবাবেই অভাৱনীয় ক্ষতিৰ মুখামুখি হৈছে চিনেমা উদ্যোগ ৷সমস্ত…

‘গাহৰি’ বিতৰ্কৰ অন্য এক ৰিয়েলিটী

"আহি থকা যাত্ৰীবাহী ৰেল, কমি যোৱা সংস্থাপন, বাঢ়ি অহা অনিশ্চয়তা, পুষ্টিহীনতাত ভূগিবলৈ গৈ থকা শিশুবোৰ, একেটা শৌচালয়কে সমজুৱাকৈ ব্যৱহাৰ কৰা বস্তিবোৰ, তেৰ বছৰীয়া হৃদৰোগত আক্ৰান্ত শিশু COVOID positive হিচাপে ঘোষিত হোৱাৰ পিছত মাতৃৰ বাঢ়ি অহা…

আকৌ প্ৰাণ গ’ল ২৪ শ্ৰমিকৰ৷ ক’ত এই ঘটনা?

এক শোকাৱহ পথ দুৰ্ঘটনাত পুণৰ প্ৰাণ গ’ল ২৪ শ্ৰমিকৰ ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ঔৰায়া জিলাত ৷ আজি পুৱতি নিশা সংঘটিত দুৰ্ঘটনাটোত আন ৩৭ শ্ৰমিকো আহত হৈছে ৷ ঘটনা বিৱৰণী মতে ,ৰাজস্থানৰ পৰা অহা আটা ভৰ্তি ট্ৰাকখনত ঝাৰখণ্ড, বিহাৰ আৰু…

অসমত আৰু দুজন ক’ৰোনাত আক্ৰান্ত

ৰাজ্যত আৰু দুজন লোক ক'ৰোনাত আক্ৰান্ত হৈছে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ক্ষন্তেক আগতে টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে৷আক্ৰান্ত দুয়োগৰাকী লোক ফাঁচীবজাৰৰ আলু গুডামৰ সংক্ৰমণৰ লগত জড়িত বুলি জানিব পৰা গৈছে৷ ইয়াত পাছত ৰাজ্যত ক'ৰোনা…

‘মই জানো, গীতিমণিৰ দেউতাকে গাহৰি মাংসৰ ব্যৱসায় কৰে…’জুবলীয়ে আৰু কি ক’লে ?

এটা টেলিভিছন চেনেলৰ ৰিয়েলিটী শ্ব’ ৷ আঁত ধৰোতা জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱা ৷ প্ৰতিযোগী এগৰাকীক তেওঁ সোধে- পাপাই কি কৰে? প্ৰতিযোগীয়ে উত্তৰ দিয়ে – বিজনেছ কৰে? জুবলীয়ে আকৌ সোধে – কি বিজনেছ কৰে? প্ৰতিযোগী গৰাকীয়ে এইবাৰ উত্তৰ দিয়ে – পাপাই…

ক’ৰোনা : চীনক অতিক্ৰম কৰিলে ভাৰতে

ভাৰতত অব্যাহত আছে ক’ৰোনাৰ দ্ৰুত সংক্ৰমন৷ শুক্ৰবাৰৰ দিনটোত পুণৰ ৩ হাজাৰৰো অধিক লোকৰ দেহলৈ সংক্ৰমিত হয় ন’ভেল ক’ৰোনা ভাইৰাছ- • . ভাৰতৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে চীনক ৷ যোৱা ২৪ ঘন্টাত দেশত ৩,৯৭০ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত…

১৬ মে’ : বিজ্ঞানৰ বাবে আজিৰ দিনটো কিয় গুৰুত্বপূৰ্ণ ?

১৯৭৪: ইজৰাইলৰ যুদ্ধবিমানে ফিলিস্থান আৰু দক্ষিণ লেবাননত বোমা নিক্ষেপ কৰে৷ ২৭ লোকৰ মৃত্যু আৰু ১৩৮ আহত৷ ১৯৭৫: দেশৰ ২২ তম্ ৰাজ্য হিচাপে ছিকিমৰ গঠন৷ ১৯৯৬: ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী হিচাপে অটল বিহাৰী বাজপেয়ীৰ শপতগ্ৰহণ৷ ২০০৬: কৃত্ৰিম ভৰিৰে…

আৰু কিমান দিনলৈ লকডাউন বৃদ্ধিৰ পোষকতা অসম চৰকাৰৰ?

অসমত দুসপ্তাহ বৃদ্ধি হ'ব পাৰে লকডাউন৷ কেৱল অসমেই নহয় ,সমগ্ৰ দেশত দুসপ্তাহ লকডাউন বৃদ্ধি কৰাৰ পোষকতা কৰিছে অসম চৰকাৰে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক আনুষ্ঠানিক পৰামৰ্শও আগবঢ়াইছে৷ উল্লেখ্য যে , লকডাউন ৪.০ সন্দৰ্ভত ৰাজ্য চৰকাৰসমূহৰ পৰা পৰামৰ্শ…