সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

ripunbora

ৰিপুন বৰাক অসম তৃণমূলৰ সভাপতিৰ দায়িত্ব

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাক অসম তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়ে হৈছে ৷ শেহতীয়াকৈ  তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল ৷ তৃণমূলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত কলকাতাত…

হৰ্ছ ট্ৰেডিঙ আচলতে কি ?

উনৈশ  শতিকাৰ আৰম্ভণিত কেমব্ৰিজ অভিধানত অন্তৰ্ভুক্ত হৈছিল এটা শব্দ ৷ হৰ্ছ ট্ৰেডিঙ ৷ ঘোৰাৰ বেচা কিনা সংক্ৰান্ততে এই শব্দটো ব্যৱহাৰ কৰা হৈছিল ৷ কিন্তু লাহে লাহে হৰ্ছ ট্ৰেডিঙ হৈ পৰিল এটা ৰাজনৈতিক শব্দ ৷ উনৈশ শতিকাৰ আৰম্ভণিৰ দিনবোৰত ভাল প্ৰজাতিৰ…

ৰিপুন বৰা হ’ব কংগ্রেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী

৩১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ কংগ্রেছৰ প্ৰাৰ্থী নাম চূড়ান্ত হ'ল। ৰিপুন বৰা হ'ব কংগ্রেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী। ৫ প্ৰাৰ্থীৰ নাম কংগ্রেছ হাইকামাণ্ডলৈ প্ৰেৰণ কৰিছিল APCC য়ে। হাইকামাণ্ডে ৰিপুন বৰাৰ নাম অনুমোদন জনাইছে।

ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাত বাধা হ’ল কোন দুই নেতা ?ক’লে অখিল গগৈয়ে

সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ বাবেই বিগত বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধ হ’ব নোৱাৰিলে ৰাইজৰ দল আৰু কংগ্ৰেছ ৷ নতুন দিল্লীত এই মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ তেও কয় – বিগত নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলে…

কোন হ’ব প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ?

আজি ঘোষণা হ'ব নেকি - অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিৰ নাম ? শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে এই প্ৰশ্নৰে ৷ শেহতীয়া লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়ৰ পাছত  সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল ৰিপুন বৰাই ৷ সেই সময়ত…

ভাৰতৰ নতুন গৃহ ৰাজ্যমন্ত্ৰী নিশিথ প্ৰামাণিক বাংলাদেশী

ভাৰতৰ নতুন গৃহৰাজ্য মন্ত্ৰীগৰাকী বাংলাদেশী ৷ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত নতুনকৈ স্থান পোৱা পশ্চিমবংগৰ সাংসদ নিশিথ প্ৰামাণিকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷ অভিযোগ তুলিছে ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ…

হঠাৎ ৰিপুন বৰাক দিল্লীলৈ তলব কিয়?

বৃহস্পতিবাৰে অৰ্থাৎ কালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক হঠাৎ তলব কৰা হ’ল দিল্লীলৈ ৷ খোদ ছোনিয়া গান্ধীয়ে ৰিপুন বৰাক তলব কৰাক লৈ ৰাজনৈতিক মহলত জোৰদাৰ চৰ্চা চলিল ৷ নিৰ্বাচনৰ আগে আগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ’ব নেকি – তাক লৈও ব্যাপক…