সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰিপুন বৰাক অসম তৃণমূলৰ সভাপতিৰ দায়িত্ব

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাক অসম তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়ে হৈছে ৷ শেহতীয়াকৈ  তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল ৷ তৃণমূলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত কলকাতাত তৃণমূল কংগ্ৰেছত যোগ দিছিল ৰিপুন বৰাই ৷

Leave A Reply

Your email address will not be published.