সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

rahulgandhi

মিষ্টাৰ ৫৬ ইঞ্চি এতিয়া চীনক ৰঙা চকু নেদেখুৱায় কিয়ঃ মোডীক কটাক্ষ ৰাহুল গান্ধীৰ

ভাৰত-চীনৰ শেহতীয়া সম্পৰ্কক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছৰ ৰাজকুমাৰ ৰাহুল গান্ধীয়ে। উল্লেখ্য যে বিগত দেওবাৰে ভাৰতীয় আৰু চীনা সেনাৰ মাজত অনুষ্ঠিত হোৱা ১৩ সংখ্যক আলোচনা বিফল হৈছিল। লাডাখ সমস্যাক লৈ…

লখিমপুৰৰ খেৰীলৈ ৰাহুল গান্ধী নেতৃত্বাধীন কংগ্ৰেছৰ উচ্চস্তৰীয় প্ৰতিনিধি দল

মাৰ যোৱা নাই লখিমপুৰৰ কাণ্ডৰ বিভীষিকা। আজি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী, মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু চৰণজিৎ সিং চান্নীয়ে হিংসাত নিহত সকলৰ পৰিয়ালবৰ্গৰ সৈতে মিলিত হবলৈ লক্ষ্ণৌ বিমানবন্দৰৰ পৰা লখিমপুৰ খেৰীলৈ ৰাওনা হয়। উল্লেখ যে প্ৰতিনিধি…

প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনা ২.৩১ কোটি পালি কিন্তু পিছদিনা মাত্ৰ ৮৫.৪২ লাখ পালি ভেকচিনহে প্ৰদান কৰা…

১৭ ছেপ্টেম্বৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। মোডীৰ জন্মদিনৰ দিনটোতেই প্ৰায় ২.৩১ কোটি পালি ভেকচিন প্ৰদানেৰে ৰেকৰ্ড গঢ়িলে ভাৰত চৰকাৰে। কিন্তু তাৰ পিছদিনাই ঘটিল এটা আশ্চৰ্যজনক ঘটনা। ১৮ ছেপ্টেম্বৰ অৰ্থাৎ মোডীৰ জন্মদিনৰ পিছদিনা দেশত…

কংগ্ৰেছত যোগদান কৰিব নেকি JNUৰ প্ৰাক্তন ছাত্ৰ নেতা কানহাইয়া কুমাৰে?

চিপিআই নেতা তথা জেএনইউ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কানহাইয়া কুমাৰে ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পিছতে দেশত এতিয়া সৃষ্টি হৈছে কৌতুহল আৰু বিতৰ্কৰ। ৰাহুল সাক্ষাৎ কৰাৰ পিছতে কানহাইয়া কুমাৰে কংগ্ৰেছত যোগদান কৰিব বুলি এতিয়া দেশজুৰি চৰ্চা আৰম্ভ…

কি নতুন ৰণনীতিৰে জম্মুত কংগ্ৰেছৰ ৰাজকুমাৰ?

২ দিনীয়া ভ্ৰমণসূচীৰে জম্মুত উপস্থিত হৈছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ ৯ আৰু ১০ ছেপ্টেম্বৰৰ জম্মু ভ্ৰমণ সম্পৰ্কে এবিপি নিউজৰ সৈতে বাৰ্তালাপ কৰি জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গোলাম আহমেদ মীৰে কয় যে বৃহস্পতিবাৰে জম্মু…

সময়ৰ বুকুত জাহ যাব নেকি কংগ্ৰেছ ? ইতিহাসে কি কয় ?

দেশজুৰি কংগ্ৰেছৰ বিপদঘন্টা বাজিছে ৷ পঞ্জাৱৰ পৰা ছট্টিছগড়লৈ , পশ্চিমবংগৰ পৰা অসমলৈ –সকলোতে কংগ্ৰেছ দল খণ্ড বিখণ্ড হৈ পৰিছে ৷ সমুখত দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ নিৰ্বাচন ৷ কিন্তু এই পৰ্যন্ত ৰাহুল গান্ধীকে ধৰি দলৰ শীৰ্ষ নেতৃত্বই ভৰি থোৱা…

প্ৰশান্ত কিশোৰৰ কংগ্ৰেছ যাত্ৰাত হেঙাৰ হৈছে কোন ?

দেশৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছ এতিয়া আভ্যন্তৰীণ সংঘাতত জৰ্জৰিত ৷ জ্যোতিৰাদিত্য সিন্ধিয়া , জিতিন প্ৰসাদৰ দৰে যুৱ নেতাই দল এৰি গৈছে ৷ শচীন পাইলট অসন্তুষ্ট ৷ পঞ্জাৱ , ৰাজস্থানত চৰকাৰ চলিছে চূড়ান্ত অস্থিৰতাৰ মাজত ৷ তাৰ মাজতে কংগ্ৰেছৰ সংকট কালৰ…

ৰাহুল গান্ধীৰে কি কথা পাতিলে অখিল গগৈয়ে ?

বুধবাৰে বিয়লি প্ৰায় ৫.৪৫ বজাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত মূলত: উপ –নিৰ্বাচন আৰু আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় ৷ ২১ , টোঘলক লেনত থকা ৰাহুল…

ৰাহুল গান্ধীৰ মতে জিডিপি মানে কি ?

মূল্যবৃদ্ধিক লৈ আকৌ এবাৰ সৰৱ হৈ উঠিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে চৰকাৰে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি সাধাৰণ নাগৰিকক প্ৰত্যক্ষভাৱে মাধমাৰ শোধাইছে ৷ ৰাহুল গান্ধীয়ে লগতে কয় –…

ৰাহুল গান্ধী – অখিল গগৈৰ বৈঠকত আজি কি আলোচনা হ’ব ?

এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতা ভংগৰ পাছত দ্ৰুতগতিত সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷ এইবাৰ মহাজোঁটৰ ক্ৰমাৎ কাষ চাপিছে ৰাইজৰ দল ৷ মঙলবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকৰ সৈতে এক দীঘলীয়া আলোচনাত মিলিত হয় ৰাইজৰ…