সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

pandemic

যোৰহাটত হাজিৰ সৰ্বনাশী ক’ৰোনা

ৰাজ্যত আৰু তিনিজন কৰোনাত আক্ৰান্ত। মুম্বাইৰ পৰা এম্বুলেন্সত অহা দুজন ৰোগীৰ covid 19 পজিটিভ।দুয়োজন ব্যক্তিৰ ঘৰ যোৰহাটত। ব্যক্তি দুগৰাকীক লৈ অহা এম্বুলেন্সৰ চালকৰো covid 19 পজিটিভ।চালকজনক উভটাই পঠিওৱা হৈছে মুম্বাইলৈ। ৰাজ্যত এতিয়ালৈকে সৰ্বমুঠ…

আৰু এজন ক’ৰোনাত আক্ৰান্ত…

চুবুৰীয়া মেঘালয়ত আৰু এজন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইটযোগে এই কথা সদৰী কৰিছে৷আক্ৰান্ত লোকজন শ্বিলঙৰ বাসিন্দা৷তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ৷মেঘালয়ত এতিয়ালৈকে দুজন ক’ৰোনা আক্ৰান্ত ৰোগীক চিনাক্ত…

ক’ৰোনা:ত্ৰিপুৰাত ভয়াৱহ হৈছে পৰিস্থিতি

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে৷কেৱল শুক্ৰবাৰৰ দিনটোতে ৰাজ্যখনত ৩০ গৰাকী লোক নতুনকৈ ক’ৰোণাত আক্ৰান্ত হয়৷ ইয়াৰে ২৫ গৰাকী লোক বি এছ এফ জোৱান৷ তেওঁলোক আম্বাছাত থকা ৮৬ নং বি এছ এফ কেম্পত কৰ্মৰত আছিল৷ ৪ গৰাকী ১৩৮নং…

ক’ৰোনাৰ শেহতীয়া খবৰ: ভাৰতত ২৪ ঘন্টাত মৃত্যু ….

ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ৬০ হাজাৰৰ সীমা চোৱাৰ পথত৷ ক্ৰমাগতভাৱে তৃতীয় দিনাৰ বাবে কালিৰ দিনটোতো ৩ হাজাৰতকৈ অধিক লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে৷ আনহাতে মৃতকৰ সংখ্যাও ১,৯৮১ জনলৈ বৃদ্ধি পাইছে৷ • যোৱা ২৪ ঘন্টাত ভাৰতত মৃত্যু হৈছে ৯৫…

ডেন্টেল কলেজতো ক’ৰোনা: আক্ৰান্ত হ’ল দ্বীপা

অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে ন'ভেল ক'ৰোনা ভাইৰাছৰ সংক্ৰমন৷ শুক্ৰবাৰৰ দিনটোতে ৰাজ্যখনত নতুনকৈ ৬ জন লোক এই ভয়াৱহ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়৷ ইয়াৰে ৫ জন লোক কাছাৰৰ আৰু তেওলোক আটাইকেইজন ৰাজস্থান ফেৰৎ৷ আনগৰাকী ক'ৰোনা আক্ৰান্ত ৰোগী হৈছে গুৱাহাটীৰ…

মহামাৰীৰ মাজত নতুন জীৱন: ভাৰতত জন্ম হ’ব ২.১০ কৌটি শিশু

মহামাৰীৰ সংঘাতৰ মাজতে আহিছে নতুন জীৱনৰ খবৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে চলিত বছৰৰ মাৰ্চ মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত সমগ্ৰ বিশ্বত ১১ কৌটি ৬০ লাখ শিশুৰ জন্ম হ’ব৷ আৰু জন্মৰ তালিকাৰ শীৰ্ষস্থানত থাকিব ভাৰত৷ সংস্থাটোৰ মতে ভাৰতত এই সময়ছোৱাত জন্ম…