সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

pandemic

৯২ৰ পৰা ৯৪ হ’ল ক’ৰোণা আক্ৰান্তৰ সংখ্যা, এইবাৰ গুৱাহাটীত

পুনৰ বাঢ়িল ক’ৰোণা আক্ৰান্তৰ সংখ্যা ৷বেয়া খবৰৰ উপৰি পুনৰ বেয়া খবৰ ৷পুনৰ ২জন ক’ৰোণা ৰোগী  চিনাক্ত হ’ল অসমত৷ ৷দুয়োগৰাকী নতুন ক’ৰোণা ৰোগী গুৱাহাটীৰ ৷ জনালে শেহতীয়া টুইটযোগে মন্ত্ৰী হিমন্ত বিশ্বই ৷ শেহতীয়া আপডেট অনুসৰি ক’ৰোণা ৰোগীৰ সংখ্যা…

অসমত আৰু দুজন ক’ৰোনাত আক্ৰান্ত

ৰাজ্যত আৰু দুজন লোক ক'ৰোনাত আক্ৰান্ত হৈছে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ক্ষন্তেক আগতে টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে৷আক্ৰান্ত দুয়োগৰাকী লোক ফাঁচীবজাৰৰ আলু গুডামৰ সংক্ৰমণৰ লগত জড়িত বুলি জানিব পৰা গৈছে৷ ইয়াত পাছত ৰাজ্যত ক'ৰোনা…

ক’ৰোনা : চীনক অতিক্ৰম কৰিলে ভাৰতে

ভাৰতত অব্যাহত আছে ক’ৰোনাৰ দ্ৰুত সংক্ৰমন৷ শুক্ৰবাৰৰ দিনটোত পুণৰ ৩ হাজাৰৰো অধিক লোকৰ দেহলৈ সংক্ৰমিত হয় ন’ভেল ক’ৰোনা ভাইৰাছ- • . ভাৰতৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে চীনক ৷ যোৱা ২৪ ঘন্টাত দেশত ৩,৯৭০ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত…

ক’ৰোনা : ১ লাখৰ সংখ্যা অতিক্ৰম কৰাৰ দিশে ভাৰত

ভাৰতত যোৱা দুদিন ধৰি ১০.৫ % হাৰত ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে৷ আজি পুৱাৰ ভাগলৈ দেশত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হৈছে ৮১,৯৭০ ৷ যোৱা বুধবাৰে এই সংখ্যা আছিল ৭৪,২৮১ ৷কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি পুৱা এই তথ্য প্ৰকাশ কৰিছে৷ যদি একেই হাৰত…

ক’ৰোনা : চীনক অতিক্ৰম কৰাৰ পথত ভাৰত

ভয়াৱহ ৰূপত বাঢ়িছে দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা৷ কেৱল বুধবাৰৰ দিনটোতে অসমত ১৫ গৰাকী লোক নতুনকৈ ক’ভিড ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ • ভাৰতত বিগত ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে ৩,৭২২ গৰাকী লোক৷ বৰ্তমান মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৭৮,০০৩ ৷…

ক’ৰোনা: ভাৰত বিশ্বৰ ৮ নম্বৰত

বিশ্বজুৰি মহামাৰীৰ সূচনা কৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমন এতিয়াও দেশে দেশে অব্যাহত আছে ৷ভাৰততো শেহতীয়াকৈ ক’ৰোনাৰ সংক্ৰমনে ভয়াবহ ৰূপ লৈছে৷ কিন্তু তাৰ মাজতো আশাৰ খবৰটো হ’ল – বহু ৰোগী সুস্থ হৈ ইতিমধ্যে ঘৰলৈ ঘূৰি গৈছে৷ চিকিৎসাধীন হৈ থকা ৰোগীৰ…

ক’ৰোনা : ৭০ হাজাৰৰ সীমা অতিক্ৰম কৰিলে ভাৰতে

৭০ হাজাৰৰ সীমা অতিক্ৰম কৰিলে ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই৷ অৱশ্যে সোমবাৰৰ দিনটোত ভাৰতত ক’ৰোনা সংক্ৰমনৰ হাৰ কিছু হ্ৰাস পাইছে৷ • সোমবাৰৰ দিনটোত ভাৰতত নতুনকৈ ৩৬০৪ গৰাকী লোক ক’ভিড ১৯ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷এতিয়া দেশখনত মুঠ ক’ৰোনা ৰোগীৰ…

দুবছৰলৈ নোলায় ক’ৰোনাৰ ভেকছিন৷-ক’লে বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াই

দুবছৰলৈ ক’ৰোনা ভাইৰাছৰ ভেকছিন প্ৰস্তুত হোৱা কোনো সম্ভাৱনা নাই৷ সেইবাবে দেশসমূহে ভাইৰাছৰ লগত দীঘলীয়া সময় একেলগে বাস কৰিবলৈ সাজু হোৱা উচিত৷ -এই মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ কংৰোনা সংক্ৰান্তীয় বিশেষ দূত ডেভিড নাবাৰোৰ৷’দ্য ইণ্ডিয়ান…

ক’ৰোনা: ভাৰতত এদিনত আক্ৰান্ত ৪,২১৩

ক’ৰোনা সংক্ৰমনৰ ক্ষেত্ৰত কালিৰ দিনটো ভাৰতৰ বাবে আছিল অত্যন্ত চিন্তনীয়৷ • এদিনত দেশত সৰ্বাধিক লোক আক্ৰান্ত হয় দেওবাৰৰ দিনটোত৷ বিগত ২৪ ঘন্টাত ভাৰতত ৪,২১৩ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে৷ মৃত্যু হ’ল ৯৭ গৰাকী ৰোগীৰ৷ • ভাৰতত মুঠ আক্ৰান্তৰ…

ভাৰতত ক’ৰোনা : ২৪ ঘন্টাত কি ঘটিল?

ভাৰতত ক’ৰোনাৰ সংক্ৰমনৰ হাৰ প্ৰতিদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ • বিগত ২৪ ঘন্টাত দেশখনত নতুনকৈ ৩,২৭৭ গৰাকী লোকৰ দেহলৈ ক’ভিড ১৯ ভাইৰাছ সংক্ৰমিত হৈছে৷ • বৰ্তমান ভাৰতত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৬২,৯৩৯ গৰাকী৷ • এই ৰোগত মৃত্যু হোৱা…