সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

pandemic

আৰু ৭ গৰাকী পজিটিভ : অসমত ২০০+ ক’ৰোনা ৰোগী

অসমত ক'ৰোনা আক্ৰান্তৰ সংখ্যাই ২০০ ৰ সীমা অতিক্ৰম কৰিলে ৷ নতুনলৈ ৭ গৰাকী লোক ক'ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ ৰাজহুৱা কৰিছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ শেহতীয়াকৈ ক'ৰোনা আক্ৰান্তসকলৰ ভিতৰত ৪ গৰাকী সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত থকাৰ…

ভাৰতত ক’ৰোনা : ১ লাখৰো অধিক আক্ৰান্ত

এক লাখৰ সীমা অতিক্ৰম কৰিলে ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ৷ যোৱা ২৪ ঘন্টাত ৪,৯৭০ গৰাকী লোকৰ দেহলৈ নতুনকৈ ক’ৰোনা সংক্ৰমিত হয়৷ দেশত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ১,০১,১৩৯ গৰাকী৷ ইফালে, কালিৰ দিনটোত পুণৰ ১৩৪ গৰাকী ক’ৰোনা ৰোগী মৃত্যুমুখত…

গুৱাহাটীত আৰু ৭ গৰাকী ক’ৰোনা ৰোগী, এজনৰ মৃত্যু

গুৱাহাটীত আজি নতুনকৈ ক'ৰোনাত সংক্ৰমিত হ'ল ৭ জনকৈ লোক৷ ইয়াৰে ৩ জন সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত আছে আৰু ৩ গৰাকী ফাচীবজাৰৰ আলু গুডামৰ সংক্ৰমণৰ লগত জড়িত৷ সৰুসজাইত থকা লোককেইজন বহি:ৰাজ্যৰ পৰা অহা ৷ আন এগৰাকী ব্যক্তিৰ চিকিৎসাধীন অৱস্থাত…

অসমত আৰু দুজন ক’ৰোনাত আক্ৰান্ত,মুঠ ১০৬

ৰাজ্যত পুনৰ দুজন ব্যক্তি ক'ৰোনাত আক্ৰান্ত।কাছাৰ জিলাত চিনাক্ত হৈছে দুই নতুন আক্ৰান্ত।সোমবাৰে দিনটোত মুঠ ছয়জন আক্ৰান্ত চিনাক্ত হৈছে অসমত।বৰ্তমান ৰাজ্যত ১০৬ জনলৈ বৃদ্ধি পালে ক'ৰোনা আক্ৰান্ত।টুইটাৰযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমত আৰু দুজনৰ দেহত ক’ৰোনা,১০২ লৈ বৃদ্ধি

ৰাজ্যত আৰু দুজন ব্যক্তিৰ দেহত ধৰা পৰিছে ক'ৰোনা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে এজন যোৰহাটৰ আৰু আনজন নগাৱৰ৷ দুয়োগৰাকী লোক সম্প্ৰতি কোৱাৰেন্টাইন চেন্টাৰত আছে৷ ইয়াকে লৈ অসমত ক'ৰোনা আক্ৰান্তৰ সংখ্যা ১০২ জনলৈ বৃদ্ধি পালে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত…

ক’ৰ পৰা বিয়পিল ক’ৰোনা ? WHO ৰ পৰা উত্তৰ লাগে ভাৰতক

ক’ৰ পৰা বিয়পিল ক’ৰোনা ? ভাৰতেও এই প্ৰশ্নৰ উত্তৰ বিচাৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা ৷ আনহাতে , এই ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই এতিয়ালৈকে কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলে -তাৰো নিৰপেক্ষ মূল্যায়ন বিচাৰিছে ভাৰতসহ বিশ্বৰ…

ভাৰতত এদিনতে ৫০০০+: ক’ৰোনাই লৈছে কালৰূপ

ভাৰতত ক’ৰোনাৰ সংক্ৰমন দ্ৰুতৰ পৰা দ্ৰুততৰ হৈ পৰিছে ৷ দেওবাৰৰ দিনটোত দেশত নতুনকৈ ৫২৪২ গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে ৷ ইয়াকে লৈ ভাৰতত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৬,১৬৯ ৷ এদিনত হোৱা সংক্ৰমন এয়াই সৰ্বাধিক ৷ ইফালে ,যোৱা ২৪…

নতুনকৈ ৩ জন :১০০ চুলে অসমৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যাই

অসমত ক'ৰোনা আক্ৰান্তৰ সংখ্যাই ১০০ চুলে৷ নতুনকৈ ৩ গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈছে৷ দুগৰাকী মুম্বাই আৰু এগৰাকী বিহাৰৰ পৰা অহা লোক ৷আটাইকেইগৰাকী সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত আছে৷ সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷ Alert ~…

অসমত ৯ বছৰীয়া শিশুৰ দেহত ক’ৰোনা

অসমত এইবাৰ ৯ বছৰীয়া শিশুৰ দেহলৈ সংক্ৰমিত হ'ল ক'ৰোনা৷ আক্ৰান্ত শিশুটি যোৰহাটৰ ৷ শিশুটি শেহতীয়াকৈ দিল্লীৰ পৰা অসমলৈ আহিছিল৷ তেওঁৰ নাম ফাৰহান আখটাৰ ৷ ঘৰ যোৰহাট টাউনৰ ৩ নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে৷ বৰ্তমান অসমত মুঠ ক'ৰোনা আক্ৰান্তৰ সংখ্যা…

ভাৰতত ক’ৰোনা:২৪ ঘন্টাত সৰ্বাধিক লোক আক্ৰান্ত

• ভাৰতত শণিবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ৰোনাত আক্ৰান্ত হয়৷ যোৱা ২৪ ঘন্টাত দেশত মুঠ ৪,৯৮৭ গৰাকী লোকৰ দেহলৈ এই ভাইৰাছ সংক্ৰমিত হয়৷ ইয়াকে লৈ ভাৰতত এতিয়া মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৯০,৯২৭৷ • যোৱা ২৪ ঘন্টাত মৃত্যু হ’ল ১২০ গৰাকী লোকৰ ৷ ভাৰতত…