সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

narendra modi

প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ টিপ্পনী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০ লাখ কোটি টকাৰ আর্থিক পেকেজক এইবাৰ কটাক্ষ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ৷ টুইট কৰি চিদাম্বৰমে কয়- ''কালি প্ৰধানমন্ত্ৰীয়ে আমাক এটা হেডলাইন দিলে আৰু লগত দিলে এখন উকা কাগজ৷ সেয়েহে প্ৰধানমন্ত্ৰীৰ ঘোষণাক লৈ…

প্ৰধানমন্ত্ৰীক কটাক্ষ প্ৰশান্ত কিশোৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে নিশা দেশবাসীক উদ্দেশ্যি দিয়া বক্তব্যক লৈ সপক্ষে -বিপক্ষে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ২০ লাখ কৌটিৰ পেকেজক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে প্ৰধানমন্ত্ৰী গৰাকীক কটাক্ষ কৰিছে খ্যাতনামা নিৰ্বাচনী…

লকডাউন বৃদ্ধিৰ লগতে ২০ লাখ কোটি টকাৰ আর্থিক প্যাকেজ ঘোষণা- প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বক্তব্য: • ভাৰতবাসীৰ প্রতিজন নাগৰিকৰ প্রতি আমাৰ আহ্বান, স্বনির্ভৰ ভাৰত গঢ়ি তোলক • চতুর্থ দফাৰ লকডাউন সম্পূৰ্ণ ভিন্ন হব • কৰোনাভাইৰাচ দীর্ঘদিন আমাৰ মাজত থাকিব • ২০ লাখ কোটি টাকাৰ আর্থিক প্যাকেজ ঘোষণা, এই…

আজি দেশবাসীক পুনৰ সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ পিছত  আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। নিশা ৮ বজাত প্ৰধানমন্ত্ৰীয়ে কি সম্বোধন কৰিব তাক লৈ ব্যাপক চৰ্চা হৈছে। দেশত লক্ ডাউন বৃদ্ধি কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে…

গুজৰাট,দিল্লীৰ মুখ্যমন্ত্ৰী য়ে কি কলে প্ৰধানমন্ত্ৰীক?

Containment zone ৰ বাহিৰে দিল্লীৰ বাকী অংশত অৰ্থনৈতিক কাৰ্যকলাপ আৰম্ভ কৰিবলৈ দিব লাগে- এই দাবী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত হোৱা ভিডিও কনফাৰেন্সৰ সময়ত কেজৰিৱালে কয় যে ৰাজ্যখনৰ অৰ্থনৈতিক…

কৰোনা ভাইৰাছক অজুহাত হিচাপে লৈ কেন্দ্ৰীয় চৰকাৰে ৰাজনীতি কৰিব বিচাৰিছে- মমতা বেনাৰ্জী

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সকলৰ মাজত হোৱা ভিডিও কনফাৰেন্সৰ সময়ত মুকলিকৈ ক্ষোভ উজাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক কঠোৰ সমালোচনা কৰি তেওঁ কয় যে কৰোনা ভাইৰাছক অজুহাত হিচাপে লৈ…

১৭ মে’ৰ পাছত আৰু কিমান দিন লকডাউন?

লক্ ডাউন পুনৰ বৃদ্ধি হ'ব নেকি? নে অহা দেওবাৰেই শেষ হ'ব দেশজোৰা লক্ডাউন? ৰেড,অ'ৰেঞ্জ আৰু গ্ৰীণ জ'নৰ পৰিৱৰ্তে অন্য পদ্ধতিৰে কোভিড-১৯ ৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰা হ'ব নেকি? এনে বহু প্ৰশ্নৰ মাজতেই কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ'…

ভাগৰত শুই গ’ল ৰেলৱে ট্ৰেকত, প্ৰাণ গ’ল ১৪ শ্ৰমিকৰ

এফালে ক’ৰোনা ,আনফালে লকডাউনে যেন চেপি খুন্দি আনিছে খাটি খোৱা লোকৰ জীৱন৷জীৱিকাৰ তাড়নাত বহি:ৰাজ্যলৈ যোৱা বহু শ্ৰমিক এতিয়া পদব্ৰজে উভটিছে নিজৰ ঘৰলৈ৷ ঘৰলৈ ওভতাৰ পথতে আজি মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত সংঘটিত হ’ল এটা অত্যন্ত শোকাৱহ ঘটনা৷ ৰাজ্যখনৰ…