সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

karnataka

চাৰি মাহত আৰু কি কি নিষিদ্ধ হ’ল কর্নাটকত?

দক্ষিণত আৰম্ভ হৈছে নিষিদ্ধকৰণৰ ৰাজনীতি৷ হিজাবৰ পিছত মন্দিৰৰ কাষত নিষিদ্ধ হৈছে মুছলমানৰ দোকান৷ নিষিদ্ধ হৈছে গো মাংস,নিষিদ্ধ হৈছে হালাল৷ কিন্তু কিয় দক্ষিণত আৰম্ভ হৈছে নিষিদ্ধকৰণৰ ৰাজনীতি? সৱিশেষ আলোচনা কৰিম, কিন্তু তাৰ আগতে জানি লও আহক,…

হিজাব খুলি মহাবিদ্যালয়ত প্ৰৱেশৰ নিৰ্দেশ দিছিল প্ৰতিবাদকাৰীয়ে : মুছকান

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কৰ্ণাটকৰ এখন মহাবিদ্যালয়ৰ মুছকান নামৰ এগৰাকী ছাত্ৰীৰ এক ভিডিঅ'ই টোলপাৰ লগাইছে দেশ। ভিডিঅ'ত দেখা গৈছিল হিজাব পৰিহিতা একৰাকী ছাত্ৰীক লক্ষ্য কৰি "জয় শ্ৰী ৰাম" ধ্বনিৰে গেৰুৱা স্কাৰ্ফ পৰিধান কৰি আগবাঢ়ি অহা…

পেগাছাছৰ সহায়ত কৰ্ণাটক চৰকাৰৰ পতন ঘটোৱা হৈছিল নেকি ?

পেগাছাছ নামৰ স্পাইৱেৰটো কিদৰে কাৰোবাৰ মৃত্যুৰ কাৰণ হৈ উঠিব পাৰে , সেয়া দ্য ক্ৰছকাৰেন্টৰ পূৰ্বৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷ সেয়া আছিল বিদেশৰ ঘটনা ৷ কিন্তু ভাৰতত পেগাছাছৰ সহায়ত চৰকাৰৰ পতন ঘটোৱাৰ এক বিস্ফোৰক বাতৰি শেহতীয়াকৈ পোহৰলৈ আহিছে ৷…

ছ’চিয়েল মিডিয়াত দিয়া সাম্প্ৰদায়িক পোষ্টক লৈ বাংগালোৰত হিংসাত্মক সংঘৰ্ষ-৩ জনৰ মৃত্যু

ছ'চিয়েল মিডিয়াত দিয়া এটা পোষ্টক লৈ পূৱ বাংগালোৰত সংঘটিত হৈ হিংসাত্মক সংঘৰ্ষ। এই ঘটনাত প্ৰায় তিনিজন লোকৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে। Indian Express নামৰ দেশৰ আগশাৰীৰ বাতৰি কাকত খনত প্ৰকাশ পোৱা অনুসৰি যোৱা নিশা কৰ্ণাটকৰ পুলকেশী নগৰৰ…

বাৰত বিক্ৰী হ’ব সুৰা…

অৱশেষত সুৰা বিক্ৰীৰ বাবে খুলিল বাৰ আৰু ৰেষ্টুৰেন্ট৷ কৰ্ণাটক চৰকাৰে শেহতীয়া এক নিৰ্দেশনাযোগে ৰাজ্যখনৰ বাৰ আৰু ৰেষ্টুৰেন্টসমূত সুৰা বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে৷ কিন্তু বাৰত বহি কোনেও সুৰাপান কৰিব নোৱাৰিব৷ বাৰসমূহে খুচুৰা মূল্যত গ্ৰাহকক সুৰা…