সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

indianarmy

পাটিয়ালা পেগ , যৌনতা আৰু চাৰি সেনা বিষয়াৰ নিলম্বন

গোপনীয়তা ভংগৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছে চাৰিগৰাকী সেনা বিষয়া ৷ উৰ্ধতন কৰ্তৃপক্ষই মোবাইল ফোন আৰু অন্যান্য ডিজিটেল সামগ্ৰী জব্দ কৰি গোপনীয়তা ভংগ কৰাৰ অভিযোগ উত্থাপণ কৰিছে এইকেইগৰাকী সেনা বিষয়াই ৷ উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হোৱা…

ৰাজপথ – ৰে’লপথ এতিয়া ‘অগ্নিপথ’ : কিমান দৰমহা পাব অগ্নিবীৰে ?

কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি ‘অগ্নিপথ’ ৷এই আঁচনি অনুসৰি ১৭.৫ বছৰ বয়সৰ পৰা ২১ বছৰ বয়সৰ যুৱক – যুৱতীক দিয়া হ’ব সেনাৰ চাকৰি ৷এইসকল সৈনিক পৰিচিত হ’ব ‘অগ্নিবীৰ’ হিচাপে ৷ কিন্তু এই চাকৰিৰ বয়স হ’ব মাত্ৰ ৪ বছৰ ৷ ৪ বছৰ চাকৰি কৰাৰ পাছত ৭৫ শতাংশ…

হিমবাহত আৱদ্ধ হৈ মৃত্যু ৭ সেনা জোৱানৰ

অৰুণাচল প্ৰদেশত দেওবাৰে হোৱা হিমস্খলনত আৱদ্ধ হৈ পৰা ৭ সেনা জোৱানৰ শৱদেহ মঙলবাৰে উদ্ধাৰ কৰা হয় ৷ সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হয় যে অৰুণাচল প্ৰদেশৰ কামেঙ সীমান্তত বৰফৰ স্তুপত আবদ্ধ হৈ পৰা ৭ জন সেনা জোৱানৰে মৃত্যু হৈছে ৷ সীমান্তত…

অৰুণাচল প্ৰদেশত হিমস্খলনৰ ফলত প্ৰায় ৭ জন ভাৰতীয় সেনা আৱদ্ধ

দেওবাৰৰ পৰা অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰৰ উচ্চ উচ্চতা অঞ্চলত হোৱা হিমস্খলনৰ ফলত প্ৰায় ৭ জন ভাৰতীয় সেনা আৱদ্ধ।  এটা টহলৰ অংশত আৱদ্ধ হৈ আছে ভাৰতীয় সেনাসকল। বৰ্তমানো সেনাসকলক উদ্ধাৰৰ অভিযান চলাই আছে। উদ্ধাৰ অভিযানত সহায় কৰিবলৈ বিশেষ দলবোৰক…

ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ ইন চীফ হিচাপে অসম সন্তান

মঙলবাৰে অসম সন্তান ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই সেনাৰ ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ ইন চীফ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ৰঙিয়াত  জন্মগ্ৰহণ কৰা ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ-ইন-চীফ হিচাপে দায়িত্ব গ্ৰহণ কৰা ৰাণা প্ৰতাপ কলিতা অসম…

সাধাৰণ নাগৰিকক হত্যাৰ অভিযোগ তুলি অৰ্ধ সামৰিক বাহিনীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে নাগালেণ্ড আৰক্ষীয়ে

৪ ডিচেম্বৰৰ আবেলি নাগালেণ্ডৰ মন জিলাৰ তিৰু-অটিং অঞ্চলত সেনাই ভুলবশত গুলীয়াই হত্যা কৰিছিল ১৩ জনকৈ সাধাৰণ নাগৰিকক। এই মৃত্যুৰ বাবে ভাৰতীয় সেনাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি ২১তম পেৰা স্পেচিয়েল ফৰ্চৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে…

প্ৰশিক্ষণৰ সময়তে ১ জন জোৱানৰ মৃত্যু , ৩০ চিকিৎসাধীন

প্ৰশিক্ষণৰত অৱস্থাতে কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এজন ভাৰতীয় সেনা জোৱানে ৷ এই ঘটনা সংঘটিত হৈছে পাঠানকোটৰ সমীপৰ ভাৰতীয় সেনাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰত ৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি পাঠানকোটৰ সমীপৰ মামুন সেনা শিবিৰত হিট ষ্ট্ৰ’কৰ ফলত এজন…

জম্মু-কাশ্মীৰত কেনেকৈ নিহত হল ভাৰতীয় সেনা-জোৱান?

জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ সন্দেহজনক গতিবিধিৰ খবৰ পোৱাৰ পিছতে থানামাণ্ডিৰ কাৰিয়ট কালাচ অঞ্চলত উগ্ৰপন্থী বিচাৰি অভিযানত নামিছিল আৰক্ষী আৰু ভাৰতীয় সেনা। বুধবাৰে কাশ্মীৰৰ ৰাজৌৰী জিলাত অনুসন্ধান আৰম্ভ কৰিছিল ভাৰতীয় সেনাৰ এটা বিশেষ দলে। ৰাজৌৰীত…