সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

india

টি ২০ বিশ্বকাপ : ২৪ অক্টোবৰত ভাৰত- পাকিস্তানৰ মুখামুখি ৰণ

টি-২০ বিশ্বকাপৰ সূচী প্ৰকাশ কৰিছে আই চি চিয়ে ৷ এই সূচী অনুসৰি ২৪ অক্টোবৰত ডুবাইৰ ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে মুখামুখি ৰণত নামিব ভাৰত ৷ মঙলবাৰে প্ৰকাশ কৰা সূচী অনুযায়ী ফাইনেল অনুষ্ঠিত হ’ব ১৪ নৱেম্বৰত ৷ বিৰাট কোহলী বাহিনী প্ৰথম মেচতেই…

ভাৰতক স্থিতি সলনি  কৰিবলৈ কিয় আহ্বান জনাইছে তালিবানে ?

আফগানিস্তানলৈ ভাৰতীয় সেনা প্ৰেৰণ নকৰিবলৈ পূৰ্বেই ভাবুকি দিছিল তালিবানে ৷ এইবাৰ  আফগানিস্তানৰ ক্ষমতালৈ অহাৰ পাছত তালিবান বাহিনীয়ে ভাৰতক নিজৰ স্থিতি সলনি কৰিবলৈ আহ্বান জনাইছে ৷ তালিবানৰ মুখপাত্ৰ শাহীন সুহেলে কয় যে পূৰ্বৰ আশ্ৰফ ঘানি চৰকাৰৰ…

তালিবানৰ দখললৈ আফগানিস্তান : ভাৰতৰ ২২ হাজাৰ কৌটিৰ বিনিয়োগ অথলে যাব নেকি ?

আগগানিস্তানৰ ক্ষমতা তালিবানৰ হাতলৈ যোৱাটো  নিশ্চিত হৈছে ৷ দেওবাৰে তালিবানে দেশখনৰ ৰাজধানী চহৰ কাবুল দখল কৰিছে ৷ ইতিমধ্যে পদত্যাগ কৰিছে দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷ সমগ্ৰ চহৰজুৰি স্পষ্ট হৈ পৰিছে ক্ষমতা হস্তান্তৰৰ পৰিৱেশ ৷ ইছলামিক…

তালিবানৰ দখলত আৰু তিনিখন চহৰ : ভাৰতে কাৰ পক্ষ ল’ব ?

তালিবানে দখল কৰিছে আফগানিস্তানৰ ইখনৰ পাছত সিখন চহৰ ৷ শুকুৰবাৰে দেশখনৰ আৰু তিনিখন চহৰ তালিবানে নিজৰ দখললৈ নিয়ে ৷ ইয়াৰ লগে লগে আফগানিস্তানৰ ৩৪ খন ৰাজ্যৰ ১৮ খনৰ ৰাজধানী তালিবানৰ দখললৈ গ’ল ৷  তালিবানে ইতিমধ্যে দেশখনৰ দ্বিতীয় আৰু তৃতীয় বৃহৎ চহৰ…

ভাৰতে আফগানিস্তানক দিয়া হেলিকপ্তাৰ তালিবানৰ দখলত

আফগানিস্তানক ভাৰতে প্ৰদান কৰা চাৰিখন যুঁজাৰু হেলিকপ্তাৰৰ এখন তালিবানে দখল কৰিছে ৷ এই এম আই -২৪ হেলিকপ্তাৰখনৰ লগত ফটো উঠি তালিবানী বিদ্ৰোহীয়ে সেয়া ছোচিয়েল মেডিয়াতো শ্বেয়াৰ কৰিছে ৷২০১৯ চনত কাবুল আৰু বেলাৰুছৰ মাজত হোৱা এক চুক্তি অনুসৰি ভাৰতে…

টকিঅ’ অলিম্পিক : মহিলা হকীত নতুন ইতিহাস

মহিলা হকীত সৃষ্টি হ'ল নতুন ইতিহাস৷ তিনিবাৰৰ স্বৰ্ণবিজয়ী অষ্ট্ৰেলিয়া দলক পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে মহিলা হকী দলটোৱে ৷ আজি কোৱাৰ্টাৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক ১-০ গ'লৰ ব্যৱধানত পৰাজিত কৰে ৷ ভাৰতৰ হৈ একমাত্ৰ গ'লটো প্ৰদান কৰে গুৰজিৎ…

পেগাছাছ : ইজৰাইল – ফ্ৰান্সৰ তদন্ত ঘোষণা , ভাৰতৰ ওলোটা স্থিতি

ইজৰাইলী ছফটৱেৰ পেগাছাছৰ দ্বাৰা সাংবাদিক , সমাজকৰ্মী , ৰাজনীতিকৰ ওপৰত নজৰদাৰী কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত দেশে দেশে খলকনি লাগিছে ৷ বিশেষকৈ এই ছফটৱেৰ বিক্ৰী কৰা দেশ ইজৰাইলেও পেগাছাছৰ অপব্যৱহাৰ সন্দৰ্ভত তদন্ত কৰিবৰ বাবে বিশেষ মন্ত্ৰীগোট গঠন…

চৰকাৰে লুকুৱাইছে তথ্য : ভাৰতত ক’ৰোণাত ৪৯ লাখৰ মৃত্যু

কোভিড মহামাৰীৰ দ্বিতীয় ঢৌত ভাৰতত চৰকাৰী পৰিসংখ্যাই কোৱাৰ দৰে ৪ লাখ নহয় , মৃত্যু হৈছে  ৪৯ লাখ লোকৰ ৷ জুন মাহৰ শেষলৈ দেশখনত ক'ৰোণাত আক্ৰান্ত হৈ এই বৃহৎ সংখ্যক লোকৰ মৃত্যু হৈছে ৷ এই চাঞ্চল্যকৰ প্ৰতিবেদন প্ৰকাশ কৰিছে ৱাশ্বিঙটনৰ আন্তৰ্জাতিক…

ভাৰতত মহিলাই কিয় ভেকচিন লোৱা নাই ?

কোভিড মহামাৰীৰ টিকাকৰণৰ ক্ষেত্ৰত বৰ্তমান ভাৰতবৰ্ষ দ্বিতীয় স্থানত আছে। চীনে ১.৩ আৰব ডোজ ভেকচিন প্ৰদান কৰি প্ৰথম স্থানত আছে আৰু ৩৯.৫ কোটি ভেকচিন প্ৰদান কৰি দ্বিতীয় স্থানত আছে ভাৰত। কেন্দ্ৰীয় চৰকাৰৰ দাবী অনুসৰি , এই বছৰলৈ দেশৰ জ্যেষ্ঠ…

আফগানিস্থানত পানীত পৰিব নেকি ভাৰতৰ ২২ হাজাৰ কৌটি ?

আফগানিস্থানত পুণৰ সক্ৰিয় হৈছে তালিবান ৷ আফগান সেনাৰ সৈতে আৰম্ভ হৈছে মুখামুখি সংঘৰ্ষ ৷ ইয়াৰ লগে লগে ভাৰতৰো দু:শ্চিন্তা বৃদ্ধি পাইছে ৷ কিয়নো দেশখনত ভাৰতৰ বিনিয়োগৰ পৰিমান ৩ বিলিয়ন ডলাৰৰো অধিক ৷