সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

facebook

ফেচবুক, টুইটাৰে কিয় অপসাৰণ নকৰে মুছলমান বিৰোধী পোস্ট?

ফেচবুক, টুইটাৰে কিয় অপসাৰণ নকৰে মুছলমান বিৰোধী পোস্ট? ৰিপোৰ্ট কৰাৰ পাছতো কিয় ৰিমৰ্ভ নকৰে ইছলাম'ফবিক পোষ্ট ফেচবুক, টুইটাৰে? ৰিপোৰ্ট কৰাৰ পাছতো ৯০% পোষ্ট অপসাৰণত ব্যৰ্থ সামাজিক মাধ্যম দুটা। চাওঁক এই বিশেষ প্ৰতিবেদন। - স্বতন্ত্ৰতাৰ বাবে…

ফেচবুকে কেনেকৈ সহায় কৰে বিজেপিক?

বিজেপিৰ পৰম বন্ধু ফেচবুক৷ বিজেপি আৰু ফেচবুকৰ গোপন মিতিৰালী সন্দর্ভত ইতিমধ্যে কেইবাখনো প্ৰতিবেদন প্ৰকাশ কৰিছে আলজাজিৰাই৷ সেই গোপন মিতিৰালীৰ সুযোগতেই নির্বাচনৰ সময়ত ফেচবুকৰ জৰিয়তে বিশাল সুবিধা আদায় কৰি আহিছে বিজেপিয়ে৷আলজাজিৰাৰ শেহতীয়া এক…

আজি ফেচবুকৰ ১৮ সংখ্যক জন্মবাৰ্ষিকী

প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীত উদযাপন কৰা হয় ফেচবুকৰ জন্মবাৰ্ষিকী। আজি ফেচবুকে সম্পূৰ্ণ কৰিলে ১৮ বছৰ। হাৱাৰ্ড ইউনিভাৰ্চিটিত অধ্যয়ন কৰি থকা সময়ছোৱাত নিজৰ কেইজনমান বন্ধুৰ সতে মিলিত হৈ ২০০৪ চনত ফেচবুক সৃষ্টি কৰিছিল মাৰ্ক জুকাৰবাৰ্গে। ফেচবুকৰ…

শ্বেয়াৰ বজাৰত বৃহৎ লোকচান ফেচবুক (মেটা)

বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰত বৃহৎ লোকচানৰ সন্মুখীন ফেচবুক (মেটা)। মাৰ্ক জোকাৰবাৰ্গৰ সম্পত্তিৰ ২৪ বিলিয়ন ডলাৰ লোকচান শ্বেয়াৰ বজাৰত। এদিনতে ২৬ শতাংশ হ্ৰাস মেটাৰ শ্বেয়াৰৰ মূল্য। ২০০৪ চনৰ পৰা বৰ্তমানলৈকে শ্বেয়াৰ বজাৰত ফেচবুকৰ এয়াই বৃহৎ লোকচান।…

ফেচবুকত ড: হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিদ্বেষ বিয়পাইছিল নেকি ?

বিগত বিধানসভা নিৰ্বাচনত ড: হিমন্ত বিশ্ব শৰ্মাই বিয়পাইছিল সংখ্যালঘু আৰু মুছলমানৰ বিৰুদ্ধে ঘৃণা আৰু বিদ্বেষ ৷ যাৰ বাবে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ এটা ভাষণক ফেচবুকে ৰেড ফ্লেগেৰে চিহ্নিত কৰিছিল ৷ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ফেচবুকে…

জুৰি বৰা বৰগোহাঞিৰ লগত ফেচবুক পেপাৰ্ছৰ কি সম্পৰ্ক ?

লেখিকা , ঔপন্যাসিকা জুৰি বৰা বৰগোহাঞিক অকথ্য , অভব্য , অশালীন ভাষাৰে ফেচবুকত আক্ৰমণ কৰা হৈছে৷ মূলত: দীপাৱলী সম্পৰ্কীয় পোষ্ট এটাৰ বাবেই তেওক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে ৷ জুৰি বৰা বৰগোহাঞিক মুছলমান , খ্ৰীষ্টানৰ এজেন্ট আখ্যা দিয়াৰ উপৰিও…

কিহৰ বাবে দুখীয়া হ’ল ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গ?

ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গৰ ব্যক্তিগত সম্পত্তি কেইঘণ্টামানৰ ভিতৰতে ৭ বিলিয়ন ডলাৰতকৈও অধিক হ্ৰাস পাইছে। যাৰ ফলত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত মাৰ্কৰ স্থান এক হ্ৰাস পাইছে। এজন হুইচব্ল'লাৰ আগবাঢ়ি অহাৰ পিছত আৰু বিভ্ৰাটে…

ফেচবুক , ইউ টিউবক লৈ কি ক’লে উচ্চতম ন্যায়ালয়ে ?

ধৰ্মীয় অপপ্ৰচাৰ , ভুৱা বাতৰিক লৈ এইবাৰ উদ্বিগ্নতা ব্যক্ত কৰিছে দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে ৷ভাৰতত কোভিডৰ প্ৰথম ঢৌৰ সময়ত নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতক লৈ একাংশ সামাজিক মাধ্যম , ৱেব পোৰ্টেলত প্ৰচাৰ হৈছিল নানা ধৰণৰ ভুৱা বাতৰি ৷ তাৰ পাছত…

ফেচবুকে নিষিদ্ধ কৰিব নেকি শিলাদিত্যক?

বিজেপি নেতাৰ সাম্প্ৰদায়িক প্ৰৰোচনা মূলক বক্তব্যক ফেচবুকৰ কৰ্মচাৰীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ খবৰে দেশৰ ৰাজনীতিত খলকনি সৃষ্টি কৰাৰ পিছত আজি ফেচবুকে নিষিদ্ধ কৰিলে বিজেপি বিধায়ক টি ৰাজা সিঙক। উল্লেখযোগ্য যে টি ৰাজা সিঙৰ সাম্প্ৰদায়িক বিষ বাষ্প…

ফেচবুকৰ শীৰ্ষ বিষয়া অংখি দাস মোডীৰ সমৰ্থক, ২০১৪ ৰ নিৰ্বাচনৰ সময়ত মোডীৰ প্ৰচাৰতো সহায় কৰিছিল:ৰিপোৰ্ট

ফেচবুক-বিজেপি সম্পৰ্কৰ বিতৰ্কত প্ৰতিদিনে নতুন নতুন তথ্য পোহৰলৈ আহিছে। ফেচবুকৰ শীৰ্ষ বিষয়া অংখি দাসৰ বিজেপিৰ লগত ঘনিষ্ঠতা সম্পৰ্কে ৱাল ষ্ট্ৰীট জাৰ্নেল(WSJ) ৰ পূৰ্বৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল। কিন্ত শেহতিয়াকৈ WSJ ৰ আন এক প্ৰতিবেদনত অংখি দাস…