সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

covid19

কোভিডৰ ঠিকা আৰু কলকাতাৰ কোম্পেনীৰ মাজত কি সম্পৰ্ক আছে?

কোভিডৰ ঠিকা আৰু কলকাতাৰ কোম্পেনীৰ মাজত আছে এক বিশেষ সম্পৰ্ক ৷ কলকাতাৰ কোন স্থানৰ পৰা ধন বিনিয়োগ হয় অসমত ? এতিয়া কি চলি আছে তাত ? চাওক এই বিশেষ প্ৰতিবেদন- COVID FILES (PART-2) প্ৰতিবেদন-৪ https://youtu.be/vRMzX7F5NUg

‘নিওকোভ’ আহিছে : কিমান ভয়াৱহ ‘নিওকোভ’?

কোভিডৰ এক নতুন সংস্কৰণ “নিওকোভ”ৰ উপস্থিতি দক্ষিণ আফ্ৰিকাত ধৰা পৰা বুলি সদৰী কৰিছিল চীনৰ এদল বিজ্ঞানীয়ে ৷ তেওলোকৰ মতে বৰ্তমান কেৱল জীৱ- জন্তুৰ মাজত এই ভাইৰাছ সংক্ৰমিত হৈ আছে যদিও অদূৰ ভৱিষ্যতে ই ভয়াৱহ ৰুপ ল’ব পাৰে ৷ চীনৰ বিজ্ঞানীৰ এই সকীয়ণিৰ…

আৰু এসপ্তাহলৈ নিষিদ্ধ নিৰ্বাচনী সভা-সমদল

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ ৰাজ্যত নিৰ্বাচনী সভা , সমদলৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল ৰাখিছে নিৰ্বাচন আয়োগে ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শণিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচন আয়োগৰ বৈঠকত নিৰ্বাচনী সভা-সমদল আৰু এসপ্তাহলৈ নিষিদ্ধ কৰাৰ…

আগন্তুক গণৰাজ্য দিৱস উপলক্ষে নতুন SOP জাৰি

আগন্তুক গণৰাজ্য দিৱস উপলক্ষে নতুন SOP জাৰি। SOPৰ নিয়ম অনুসৰিহে পালন কৰিব লাগিব ৰাজ্যবাসীয়ে গণৰাজ্য দিৱস। - *ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু অতিথিৰ ভাষণত থাকিব সীমাবদ্ধতা * গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ উদযাপনত সৰ্বাধিক ১০০০ জন লোক উপস্থিত…

আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন SOP…..

আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন SOP….. * নিশা ১০বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন জাৰি। * মাস্ক পিন্ধাটো বাধ্যতামূলক। * ভেকচিনৰ দুয়োটা ডজ লোৱা প্ৰমাণ লগত লৈ ফুৰিব লাগিব। * ৰাতি ভেলাঘৰত থাকিব নোৱাৰিব অসমীয়া। * পুৱা ৬ বজাৰ…

গুৱাহাটী বিশ্ববিদ্যালয়ত কোভিডৰ আতংকঃ বাতিল সাংস্কৃতিক সন্ধিয়া

আজি কোভিড পজিটিভ হল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২১ জনকৈ শিক্ষাৰ্থী। সেয়েহে এতিয়া আগন্তুক পাঁচ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। তদুপৰি বিশ্ববিদ্যালয়খনে ১৪ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক সন্ধিয়া বাতিল কৰিছে।…

ভেকচিনৰ নামতো ব্যৱসায়ত ব্যস্ত কেন্দ্ৰীয় চৰকাৰ!

ৰাজস্থানৰ স্বাস্থ্যমন্ত্ৰী সুভাষ গৰ্গে ভেকচিনৰ নামতো কেন্দ্ৰীয় চৰকাৰে ব্যৱসায় আৰম্ভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সুভাষ গৰ্গে জনোৱা অনুসৰি চিৰম ইন্সটিটিউতক ভেকচিন ক্ৰয় কৰাৰ বাবে ধন দিয়াৰ উপৰিও প্ৰতিটো ভেকচিন ডোজৰ নামত কেন্দ্ৰীয়

অর্ণৱ গোস্বামীক জেৰা কৰা বিষয়া দুজনৰ এজন ক’ভিড -১৯ পজিটিভ

ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অর্ণৱ গোস্বামীক এক মানহানি গোচৰত যোৱা মাহত মাৰাথান জেৰা চলাইছিল মুম্বাই আৰক্ষীয়ে৷ অর্ণৱ গোস্বামীক জেৰা কৰা বিষয়া দুজনৰ এজন ক'ভিড -১৯ পজিটিভ৷ আজি এই কথা উচ্চতম ন্যায়ালয়ত জনাই সাংবাদিকগৰাকীৰ অধিবক্তা হৰিশ চালভেই৷…