সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

coronavirus

পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব বিশ্ববিখ্যাত তাজমহল

পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব বিশ্ববিখ্যাত তাজমহল আৰু আগ্ৰাফ'ৰ্ট । ২১ ছেপ্টেম্বৰৰ পৰা মুকলি হ'ব তাজমহল। যিহেতু বিশ্বত কৰ'ণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছিল সেয়ে ১৭ মাৰ্চৰ পৰাই বন্ধ কৰি দিয়া হৈছিল তাজমহল আৰু আগ্ৰাফ'ৰ্ট। আৰু অৱশেষত পুনৰ…

বিত্তীয় বৰ্ষ ২০২১ টো দেশৰ অৰ্থনীতি ঋণাত্মকেই হ’ব: FITCH

বিত্তীয় বৰ্ষ ২০২১ টো দেশৰ অৰ্থনীতিৰ কোনো বিশেষ পৰিৱৰ্তন নহয়। দেশৰ GDP ২০২১ বিত্তীয় বৰ্ষটো ঋণাত্মক হোৱাৰ সম্ভাৱনা প্ৰবল। এই তথ্য প্ৰকাশ পাইছে আমেৰিকাৰ ৰেটিং ব্যৱস্থা FITCH ৰ শেহতীয়া এক প্ৰতিবেদনত। FITCH ৰ অনুমান অনুসৰি বিত্তীয় বৰ্ষ ২০২১ ত…

ৰাজ্যত সাপ্তাহিক লকডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ

আজি অসম চৰকাৰে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত ৰাজ্যত চলি থকা সাপ্তাহিক লক ডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ কৰিছে। এই কথা টুইটাৰ যুগে জনাইছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। Weekend lockdown and night curfew have been lifted , however,…

সাংসদত বিৰোধীৰ প্ৰশ্ন কৰাৰ অধিকাৰ কিয় কাঢ়ি ল’ব বিচাৰিছে মোডী চৰকাৰে?

কৰোনাৰ সুযোগ লৈ শাসকীয় বিজেপিয়ে দেশৰ গণতন্ত্ৰক নিঃশেষ কৰি দিয়াৰ ষড়যন্ত্ৰ কৰিছে নেকি? এই অভিযোগ আমাৰ নহয় বিৰোধীৰ। ৰাজ্য সমূহক GST ৰ প্ৰাপ্য ধন আদায় নিদি বিজেপি চৰকাৰে দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কুঠাৰাঘাত কৰাৰ অভিযোগ উঠাৰ সময়তে সাংসদৰ…

ৰেল বিভাগৰ বিশেষ ঘোষণা: ছেপ্টেম্বৰৰ পৰা চলিব ১২০ খন বিশেষ ৰেল

ৰেল বিভাগৰ বিশেষ ঘোষণা। ছেপ্টেম্বৰৰ পৰা চলিব ১২০ খন বিশেষ ৰেল। আনলক ৪ৰ নিৰ্দেশনা অনুসৰি সকলো যান-বাহনৰ চলাচলত অনুমতি প্ৰদানৰ পিছতেই ইতিমধ্যে ৰেলৱে বিভাগে ৰাজ্য চৰকাৰ আৰু কৰ্তৃপক্ষৰ মাজত আলোচনা হয় পৰৱৰ্তী সময়ত ৰেল চলাচল সন্দৰ্ভত। আনফালে…

অনলাইন শিক্ষাৰ বাবে মাত্ৰ ২৪% ভাৰতীয় পৰিয়ালৰহে আছে ইণ্টাৰনেট সুবিধা:সমীক্ষা

অনলাইন শিক্ষা গ্ৰহণ কৰিবলৈ মাত্ৰ ২৪% ভাৰতীয় পৰিয়ালৰহে ইণ্টাৰনেটৰ সুবিধা আছে। এই কথা প্ৰকাশ পাইছে UNICEF নামৰ ৰাষ্ট্ৰ সংঘৰ প্ৰতিষ্ঠানটোৰ এক সমীক্ষাত। সমীক্ষাটোত প্ৰকাশ পোৱা অনুসৰি কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১৫ লাখ স্কুল বন্ধ হৈ থকাৰ…

৩০ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব ফাইনেল পৰীক্ষা: উচ্চতম ন্যায়ালয়

আজি উচ্চতম ন্যায়ালয়ে ৩০ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্য আৰু বিশ্ববিদ্যালয় সমূহক ফাইনেল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। মহামান্য উচ্চতম ন্যায়ালয়ৰ আজিৰ ৰায়দানত কয় যে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ কোনো ছাত্ৰ ছাত্ৰীক পাছ কৰোৱাটো ন্যায় সংগত…

মূল্যবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ:এসপ্তাহত ৬ বাৰকৈ বৃদ্ধি হ’ল পেট্ৰ’লৰ মূল্য

লকডাউনে জুৰুলা কৰা সৰ্বসাধাৰণৰ মূৰত এইবাৰ পুনৰ মাধমাৰ শোধাইছে ইন্ধনৰ মূল্যবৃদ্ধিয়ে।যোৱা প্ৰায় এসপ্তাহ ধৰি দেশত পেট্ৰলৰ দাম দৈনিক বাঢ়ি আছে। আজি মঙলবাৰেও পেট্ৰলৰ দাম বৃদ্ধি কৰা হৈছে যদিও ডিজেলৰ দাম অৱশ্যে একেই আছে। IndianOil ৰ ৱেবছাইটত…

সমুখত বিহাৰ নিৰ্বাচন: PM CARES ৰ ধনেৰে বিহাৰত নিৰ্মান হ’ব ৫০০ বিচনা যুক্ত দুখনকৈ হস্পিতাল

CAG অথবা RTI ৰ পৰিসৰৰ পৰা দূৰত ৰখা PM CARES ৰ ধনেৰে এইবাৰ নিৰ্মান হ'ব বিহাৰত ৫০০ বিছনা যুক্ত হস্পিতাল। প্ৰধানমন্ত্ৰী অফিচৰ (PMO) ৰ পৰা হোৱা এই ঘোষণা অনুসৰী বিহাৰৰ পাটনা আৰু মুজ্জাফৰনগৰ ত PM CARES ৰ ধনেৰে ৫০০ বিচনা যুক্ত দুখন কৈ হস্পিতাল…