সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

CORONA

প্ৰয়োজন সৰ্বাত্মক নজৰদাৰীঃ লক্ ডাউন শিথিল কৰাক লৈ সতৰ্কতা WHOৰ

লক্ ডাউন তুলি দিবলৈ প্ৰয়োজন হ'ব 'সৰ্বাত্মক নজৰদাৰী'। লক্ ডাউনকালীন নীতি নিয়মৰ বাকী শিথিল হোৱাৰ পিছত সাৱধান নহ'লে পুনৰ দ্ৰুতগতিত সংক্ৰমিত হ'ব ক'ৰোণা। ভাৰতৰ তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ পৰৱৰ্তী কাৰ্যপন্থাক লৈ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলৰ…

য়ুহানৰ পৰা আহিছে পুনৰ বেয়া খবৰ

চীনৰ য়ুহানৰ পৰা আৰম্ভ হৈছিল অতিমাৰী ক'ৰোনা৷ ক'ৰোনাৰ সংক্ৰমন ৰোধ হোৱাৰ পাছত যোৱামাহত য়ুহানত উঠাই দিয়া হয় লক্ডাউন৷ কিন্তু লক্ডাউন উঠাই লোৱাৰ এমাহৰ পিছত পুনৰ ক'ৰোণা ভাইৰাছৰ সংক্ৰমণ ঘটিছে  য়ুহানত। এটা কমপ্লেক্সৰ ৫জনকৈ ব্যক্তিৰ শৰীৰত নতুনকৈ ধৰা…

ক’ৰোনা: ভাৰত বিশ্বৰ ৮ নম্বৰত

বিশ্বজুৰি মহামাৰীৰ সূচনা কৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমন এতিয়াও দেশে দেশে অব্যাহত আছে ৷ভাৰততো শেহতীয়াকৈ ক’ৰোনাৰ সংক্ৰমনে ভয়াবহ ৰূপ লৈছে৷ কিন্তু তাৰ মাজতো আশাৰ খবৰটো হ’ল – বহু ৰোগী সুস্থ হৈ ইতিমধ্যে ঘৰলৈ ঘূৰি গৈছে৷ চিকিৎসাধীন হৈ থকা ৰোগীৰ…

ক’ৰোনা : ৭০ হাজাৰৰ সীমা অতিক্ৰম কৰিলে ভাৰতে

৭০ হাজাৰৰ সীমা অতিক্ৰম কৰিলে ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই৷ অৱশ্যে সোমবাৰৰ দিনটোত ভাৰতত ক’ৰোনা সংক্ৰমনৰ হাৰ কিছু হ্ৰাস পাইছে৷ • সোমবাৰৰ দিনটোত ভাৰতত নতুনকৈ ৩৬০৪ গৰাকী লোক ক’ভিড ১৯ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷এতিয়া দেশখনত মুঠ ক’ৰোনা ৰোগীৰ…

গুৱাহাটীত নতুনকৈ দুজন ব্যক্তি ক’ৰোনাত আক্ৰান্ত

গুৱাহাটীত নতুনকৈ দুজন ব্যক্তি ক'ৰোনাত আক্ৰান্ত হৈছে৷ ইয়াৰে এজনৰ আচল ঘৰ মৰিগাঁৱত৷ আনজন ব্যক্তি গুৱাহাটীৰ৷ টুইটযোগে এই খবৰ প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই Alert ~ 2 persons are tested #COVID19 + in Guwahati. One originally hails…

কৰোনা ভাইৰাছক অজুহাত হিচাপে লৈ কেন্দ্ৰীয় চৰকাৰে ৰাজনীতি কৰিব বিচাৰিছে- মমতা বেনাৰ্জী

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সকলৰ মাজত হোৱা ভিডিও কনফাৰেন্সৰ সময়ত মুকলিকৈ ক্ষোভ উজাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক কঠোৰ সমালোচনা কৰি তেওঁ কয় যে কৰোনা ভাইৰাছক অজুহাত হিচাপে লৈ…

গুৱাহাটীত কোৱাৰেণ্টাইনত মৃত্যু

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত কোৱাৰেণ্টাইনতে মৃত্যু ঘটে তনুৰাম শইকীয়া নামৰ এজন ব্যক্তিৰ৷ দৰঙৰ দলগাঁৱৰ তনুৰাম শইকীয়া কৰ্কট ৰোগত আক্ৰান্ত আছিল৷ মুম্বাইত চিকিৎসা কৰাবলৈ গৈ লকডাউনৰ বাবে ৪০ দিন আবদ্ধ হৈ থাকি যোৱা ৫ মে’ত মুম্বাইৰ পৰা…

দুবছৰলৈ নোলায় ক’ৰোনাৰ ভেকছিন৷-ক’লে বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াই

দুবছৰলৈ ক’ৰোনা ভাইৰাছৰ ভেকছিন প্ৰস্তুত হোৱা কোনো সম্ভাৱনা নাই৷ সেইবাবে দেশসমূহে ভাইৰাছৰ লগত দীঘলীয়া সময় একেলগে বাস কৰিবলৈ সাজু হোৱা উচিত৷ -এই মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ কংৰোনা সংক্ৰান্তীয় বিশেষ দূত ডেভিড নাবাৰোৰ৷’দ্য ইণ্ডিয়ান…

ক’ৰোনা: ভাৰতত এদিনত আক্ৰান্ত ৪,২১৩

ক’ৰোনা সংক্ৰমনৰ ক্ষেত্ৰত কালিৰ দিনটো ভাৰতৰ বাবে আছিল অত্যন্ত চিন্তনীয়৷ • এদিনত দেশত সৰ্বাধিক লোক আক্ৰান্ত হয় দেওবাৰৰ দিনটোত৷ বিগত ২৪ ঘন্টাত ভাৰতত ৪,২১৩ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে৷ মৃত্যু হ’ল ৯৭ গৰাকী ৰোগীৰ৷ • ভাৰতত মুঠ আক্ৰান্তৰ…

ক’ৰোনাত আক্ৰান্ত চীনৰ গুৱাংঝৌলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানচালক

এয়াৰ ইণ্ডিয়াৰ ৫জন বিমানচালক আৰু ২ জন টেকনিচিয়ানসহ মুঠ ৭জনৰ শৰীৰত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। বিমান উৰণৰ ৭২ ঘণ্টাৰ পূৰ্বে কৰা পৰীক্ষণত ধৰা পৰিছে এই কথা। ইয়াৰ পিছতেই তেঁওলোকক কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰকাশিত খবৰ অনুসৰি…