টেগ CORONA

‘দোকানত কোনো মুছলমান কৰ্মী নাই’ বিজ্ঞাপন দি গ্ৰেপ্তাৰ বেকাৰিৰ মালিক

‘জৈন বেকাৰছ্ এণ্ড কনফেকছনাৰিজ’৷ চেন্নাইৰ টি নগৰৰ এখন বেকাৰি। বেকাৰিৰ স্বত্ত্বাধিকাৰীয়ে দোকানৰ সন্মুখত আঁৰি দিয়ে এক বিজ্ঞাপনৰ হ’ৰ্ডিং। বিজ্ঞাপনটোত কোৱা হয় -‘জৈন কৰ্মীয়ে খাদ্য প্ৰস্তুত কৰে। দোকানত কোনো মুছলমান কৰ্মী নাই’। কিন্তু কিয় বেকাৰীৰ মালিকে দিলে এই বিজ্ঞাপন? ঘটনাৰ আৰম্ভ…

ভাৰতত ক’ৰোনা : ২৪ ঘন্টাত কি ঘটিল?

ভাৰতত ক’ৰোনাৰ সংক্ৰমনৰ হাৰ প্ৰতিদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ • বিগত ২৪ ঘন্টাত দেশখনত নতুনকৈ ৩,২৭৭ গৰাকী লোকৰ দেহলৈ ক’ভিড ১৯ ভাইৰাছ সংক্ৰমিত হৈছে৷ • বৰ্তমান ভাৰতত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৬২,৯৩৯ গৰাকী৷ • এই ৰোগত মৃত্যু হোৱা লোকৰ…

যোৰহাটত হাজিৰ সৰ্বনাশী ক’ৰোনা

ৰাজ্যত আৰু তিনিজন কৰোনাত আক্ৰান্ত। মুম্বাইৰ পৰা এম্বুলেন্সত অহা দুজন ৰোগীৰ covid 19 পজিটিভ।দুয়োজন ব্যক্তিৰ ঘৰ যোৰহাটত। ব্যক্তি দুগৰাকীক লৈ অহা এম্বুলেন্সৰ চালকৰো covid 19 পজিটিভ।চালকজনক উভটাই পঠিওৱা হৈছে মুম্বাইলৈ। ৰাজ্যত এতিয়ালৈকে সৰ্বমুঠ কৰোনা আক্ৰান্তৰ সংখ্যা 62 জন।টুইটাৰ যোগে এই…

ঘৃণাৰ ছুনামি বন্ধ কৰকঃ আন্ত’নিও গুতেৰেছ

পৃথিৱীজুৰি চলিছে ক’ভিড ১৯ মহামাৰীৰ বিৰুদ্ধে প্ৰাণপণ যুজ ৷ আক্ৰান্ত প্ৰতিখন দেশেই মৰণপণ প্ৰতিৰোধ জাৰী ৰাখিছে ক’ভিড ১৯ৰ বিৰুদ্ধে ৷কিন্ত এই মহামাৰীৰ সুযোগ লৈয়েই বিশ্বজুৰি ঘৃণাৰ ছুনামি আৰম্ভ হৈছে বুলি মন্তব্য কৰি সাৱধানবাণী শুনালে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানে ৷ ক’ৰোণাক লৈ সৃষ্ট…

আৰু এজন ক’ৰোনাত আক্ৰান্ত…

চুবুৰীয়া মেঘালয়ত আৰু এজন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইটযোগে এই কথা সদৰী কৰিছে৷আক্ৰান্ত লোকজন শ্বিলঙৰ বাসিন্দা৷তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ৷মেঘালয়ত এতিয়ালৈকে দুজন ক’ৰোনা আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছে৷ প্ৰথমগৰাকী ক’ৰোনা আক্ৰান্ত চিকিৎসকৰ ইতিমধ্যে মৃত্যু হৈছে৷ তেওঁৰ…

ক’ৰোনাকলৈও ৰাজনীতি কৰিছে বিজেপিয়ে- বিৰোধী

লক্ডাউনৰ সন্দৰ্ভত দেশৰ ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক ভিডিঅ কনফাৰেন্সিং অনুষ্ঠিত কৰিছিল।ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভিডিঅ কন্ফাৰেন্সিংঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে ক’ৰোলোৰ সংক্ৰমণ বেছি বা কম হলে কোনো ৰাজ্যৰ সফলতা বা বিফলতা বুলি ধৰা নহ’ব। কিন্তু…

ক’ৰোনা:ত্ৰিপুৰাত ভয়াৱহ হৈছে পৰিস্থিতি

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে৷কেৱল শুক্ৰবাৰৰ দিনটোতে ৰাজ্যখনত ৩০ গৰাকী লোক নতুনকৈ ক’ৰোণাত আক্ৰান্ত হয়৷ ইয়াৰে ২৫ গৰাকী লোক বি এছ এফ জোৱান৷ তেওঁলোক আম্বাছাত থকা ৮৬ নং বি এছ এফ কেম্পত কৰ্মৰত আছিল৷ ৪ গৰাকী ১৩৮নং…

ক’ৰোনা ভাইৰাছৰ লগত সহাৱস্থান কৰিয়েই জীয়াই থাকিব লাগিব!

ক’ৰোনা ভাইৰাছৰ লগত সহাৱস্থান কৰি কি দৰে বাচিব লাগিব, সেইয়া আমি শিকিব লাগিব৷ এই সময়ৰ সেইটোৱে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান’- এই মন্তব্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লব আগৰৱাল৷ আজি এক সংবাদমেলত শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে এই বিশেষ…

ক’ৰোনাৰ শেহতীয়া খবৰ: ভাৰতত ২৪ ঘন্টাত মৃত্যু ….

ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ৬০ হাজাৰৰ সীমা চোৱাৰ পথত৷ ক্ৰমাগতভাৱে তৃতীয় দিনাৰ বাবে কালিৰ দিনটোতো ৩ হাজাৰতকৈ অধিক লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে৷ আনহাতে মৃতকৰ সংখ্যাও ১,৯৮১ জনলৈ বৃদ্ধি পাইছে৷ • যোৱা ২৪ ঘন্টাত ভাৰতত মৃত্যু হৈছে ৯৫ গৰাকী…

ডেন্টেল কলেজতো ক’ৰোনা: আক্ৰান্ত হ’ল দ্বীপা

অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমন৷ শুক্ৰবাৰৰ দিনটোতে ৰাজ্যখনত নতুনকৈ ৬ জন লোক এই ভয়াৱহ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়৷ ইয়াৰে ৫ জন লোক কাছাৰৰ আৰু তেওলোক আটাইকেইজন ৰাজস্থান ফেৰৎ৷ আনগৰাকী ক’ৰোনা আক্ৰান্ত ৰোগী হৈছে গুৱাহাটীৰ আঞ্চলিক দন্ত চিকিৎসা…