সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

CORONA

‘কোভিড-১৯’ ৰ প্ৰতিষেধক গংগাজল!

কোৰোণা মহামাৰীৰ সাম্প্ৰতিক পৰিস্থিতিত বিশ্বৰ বিজ্ঞানী, চিকিত্সক মহল ব্যস্ত হৈ আছে ‘কোভিড-১৯’ ভাইৰাছৰ নিৰ্মূলক লৈ। কিন্তু তেনে এক সময়তেই ভাৰতত গংগাজলৰ প্ৰসংগ উত্থাপিত হৈছে। দেশৰ 'অতুল গংগা' নামৰ এটা এনজিঅ’-এ কেন্দ্ৰীয় চৰকাৰৰ জল…

বন্ধ হ’ল বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান,গুৱাহাটী হ’ব নেকি অৰেঞ্জ জ’ন?

বিগত ২৪ ঘন্টাত অসমৰ ৮ জনকৈ লোক নতুনকৈ আক্ৰান্ত হৈছে ক’ৰোনাত ৷ ইয়াৰে ৪ গৰাকীয়ে হ’ল গুৱাহাটী মহানগৰীৰ৷ আক্ৰান্ত সকলৰ ভিতৰত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ এগৰাকী ছাত্ৰও৷আনহাতে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ আবাসিক অঞ্চলত…

মহামাৰীৰ মাজত নতুন জীৱন: ভাৰতত জন্ম হ’ব ২.১০ কৌটি শিশু

মহামাৰীৰ সংঘাতৰ মাজতে আহিছে নতুন জীৱনৰ খবৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে চলিত বছৰৰ মাৰ্চ মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত সমগ্ৰ বিশ্বত ১১ কৌটি ৬০ লাখ শিশুৰ জন্ম হ’ব৷ আৰু জন্মৰ তালিকাৰ শীৰ্ষস্থানত থাকিব ভাৰত৷ সংস্থাটোৰ মতে ভাৰতত এই সময়ছোৱাত জন্ম…

ক’ৰোনা:অসমত নতুনকৈ আক্ৰান্ত ৮ জন ৷কোন ৰাজ্যত সৰ্বাধিক ?

বিগত ২৪ ঘন্টাত দেশত ৩হাজাৰতকৈ অধিক লোকৰ দেহলৈ ক’ৰোনা ভাইৰাছ সংক্ৰমিত হৈছে৷ইয়াৰ ভিতৰত অসমত কালিৰ দিনটোত আক্ৰান্ত হোৱা ৮ জন লোকো আছে ৷বৰ্তমান ভাৰতত ক’ৰোনা আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৫৬,৩৪২ গৰাকী৷ইয়াৰে ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে সুস্থ হৈ…