সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

CONGRESS

ৰাষ্ট্ৰীয় টিভিছেনেল সমূহৰ উত্তেজিত আৰু অসূয়াপূৰ্ণ বিতৰ্কৰ বাবেই প্ৰাণ গ’ল নেকি কংগ্ৰেছ…

ৰাষ্ট্রীয় টিভি চেনেল সমূহৰ ৰাজনৈতিক বিতৰ্কসমূহৰ স্তৰ নিম্নগামী হোৱাটো কোনো নতুন কথা নহয়। পিছে শেহতীয়াকৈ কংগ্ৰেছ প্ৰবক্তা ৰাজীৱ ত্যাগীৰ এনে এক টিভি বিতৰ্কত অংশ গ্ৰহণ কৰাৰ পিছতে হোৱা মৃত্যুক কেন্দ্ৰ কৰি এতিয়া যথেষ্ট চৰ্চিত হৈছে সংবাদ মাধ্যমৰ…

“মোডী হ্যে ত্যৌ মুমকিন হ্যে”-কিয় ক’লে ৰাহুল গান্ধীয়ে?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশৰ অৰ্থনৈতিক অৱস্থাৰ বাবে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক। আজি ৰাহুল গান্ধী ডাঙৰীয়াই infosys ৰ সংস্থাপক এন আৰ নাৰায়ণমূৰ্তিৰ এটা মন্তব্যৰ উদ্ধৃতি দি নৰেন্দ্ৰ মোডীক ২০১৯ চনৰ বিজেপিৰ…

ৰাজস্থান সংকটৰ অন্ত: শচীন পাইলটৰ ঘৰ বাপচী

যোৱা প্ৰায় কিছুদিন ধৰি চলি থকা ৰাজস্থানৰ ৰাজনৈতিক সংকট অন্ত হোৱাৰ দিশে আগবাঢ়িছে। কিছু সময় পূৰ্বে শচীন পাইলটে লগ ধৰে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাক। গান্ধী পৰিয়ালৰ লগত হোৱা এই মিটিংৰ পাছতে পাইলট কেম্পৰ বিধায়ক সকলে ৰাজস্থানৰ…

এবছৰ ধৰি হাইকামাণ্ড বিহীন কংগ্ৰেছ, গান্ধী পৰিয়ালৰ হাতৰ পৰা যাব নেকি কংগ্ৰেছৰ বাঘজৰী?

২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পৰাজয়ৰ হেঙঅ'ভাৰৰ পৰা যেন এতিয়াও উঠিবই পৰা নাই কংগ্ৰেছ দল। লোকসভা নিৰ্বাচনৰ পিছতে পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি ৰাহুল গান্ধীয়ে পদত্যাগ কৰা পিছতো যোৱা ১ বছৰ দিন ধৰি দলটোৱে নিৰ্বাচন কৰিব পৰা নাই পৰৱৰ্তী কংগ্ৰেছ অধ্যক্ষ।…

কংগ্ৰেছৰ আমোলত কৰোনা ভাইৰাছৰ দৰে মহামাৰী হোৱা হ’লে কি হ’ল হয়? ক’লে নৰেন্দ্ৰ মোদীয়ে

আজি ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰৰ উদ্ধোধনী অনুষ্ঠানত মন্তব্য দি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্চৰ্য প্ৰকাশ কৰি কয় যে কৰোনা ভাইৰাছৰ দৰে মহামাৰী ২০১৪ ৰ আগত হোৱা হ'লে দেশে কেনেদৰে যুঁজিলে হেতেন! কেনেদৰে পালন কৰিলে হেতেন লকডাউন যিহেতু তেতিয়া…

ৰাম মন্দিৰ প্ৰসংগত মুখ খুলিলে ৰাহুল গান্ধীয়ে

ৰাম মন্দিৰ প্ৰসংগত হঠাৎ মুখ খুলিছে ৰাহুল গান্ধীয়ে। ৰাম মন্দিৰৰ শিলান্যাসৰ ভূমিপূজন চলি থকা সময়তে টুইটাৰ যোগে ৰাহুল গান্ধীয়ে ব্যক্ত কৰিছে ৰাম মন্দিৰ সমন্ধে তেখেতৰ প্ৰথমটো ৰাজহুৱা মন্তব্য। কিছুমান সময় আগতে ৰাম মন্দিৰ সম্পৰ্কত মতা মত প্ৰকাশ…

নেহেৰুৱে যি বাধা দিছিল আজি তাকে কৰিব নৰেন্দ্ৰ মোদীয়ে

চন ১৯৫১। দেশ বিভাজনৰ স্মৃতি জনগনৰ মাজত তেতিয়াও সজীৱ।নতুন দেশ আৰু এখন নতুন চৰকাৰৰ নেতৃত্বত প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু। কোন দিশে যাব নতুন ভাৰত? ধৰ্মনিৰপেক্ষ প্ৰগতিশীল ভাৰত নে হিন্দু পুনৰজাগড়নবাদী ৰক্ষণশীল ভাৰত? বিপাঙত পৰিছে নেহৰুও।…

ৰাম মন্দিৰকলৈ বিভক্ত কংগ্ৰেছ- বিপাঙত শীৰ্ষ নেতৃত্ব

কাইলৈ অনুস্থিত হ'ব ৰাম মন্দিৰৰ ভূমিপূজন। বিজেপি আৰু সংঘ পৰিয়ালে তেওঁলোকৰ এই ৰাজনৈতিক সাফল্যক লৈ ব্যস্ত হৈ পৰাৰ সময়তে বিৰোধী কংগ্ৰেছ যেন কিংকৰ্তব্যবিমূঢ়। সমৰ্থনে কৰিব নে বিৰোধিতা কৰিব? এই প্ৰশ্নকলৈ এতিয়া বিভক্ত কংগ্ৰেছ দল। কিছুদিন পূৰ্বে…

ভাৰতত ত্ৰিশৰো অধিক ৰাজনীতিক কৰোনাত আক্ৰান্ত, ৩ জনৰ মৃত্যু

আগষ্ট মাহটো যেন হৈ পৰিছে ভাৰতৰ ৰাজনীতিক সকলৰ বাবে অতিশয় দু:সহ। এজনৰ পাছত আনজন ৰাজনীতিকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ। শেহতীয়াকৈ অমিত শ্বাহৰ দেহত ক'ভিড-১৯ ধৰা পৰাৰ পাছতে কংগ্ৰেছৰ সাংসদ তথা প্ৰাক্তন গৃহমন্ত্ৰী পি চিডাম্বৰমৰ পুত্ৰ কাৰ্তি…

ৰাজস্থান সংকট: ৰিচ’ৰ্ট পলিটিক্স, হৰ্ছ ট্ৰেডিঙৰ গৰাহত ৰাজস্থান চৰকাৰ

ৰাজস্থানৰ বিধান সভা অধিবেশনলৈ মাজত মাত্ৰ 13 দিন বাকী থাকোতে শাসকীয় কংগ্ৰেছ পাৰ্টিয়ে নিজৰ বিধায়ক সকলক ইতিমধ্যে জাইছেলমেৰ নামৰ স্থানৰ এখন ৰিচ'ৰ্টলৈ স্থানান্তৰ কৰিছে। Indian Express নামৰ দেশৰ আগশাৰীৰ বাতৰি কাকত খনত প্ৰকাশ পোৱা অনুসৰি…