সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

china

Indo Pak War: ৯৩ হাজাৰ পাকিস্তানী সেনাই  আত্মসমৰ্পণ কৰা সেই দিনটো

‘পূৱৰ ৰণাংগনত ভাৰত আৰু বাংলাদেশৰ যৌথ সামৰিক বাহিনীৰ কামাণ্ডাৰ ইন ছীফ লেফটেনেণ্ট জেনেৰেল জগজিত সিং অৰোৰাৰ ওচৰত পাকিস্তানৰ ইষ্টাৰ্ণ কামাণ্ডৰ সকলো সামৰিক বাহিনীয়ে আত্মসমৰ্পণৰ বাবে সন্মত হৈছে৷ এই আত্মসমৰ্পণ পাকিস্তানৰ সেনা, নৌ আৰু বিমান বাহিনী…

সমালোচনাই সম্বিত ঘূৰালে ড’নাল্ড ট্ৰাম্পৰ

৯ এপ্ৰিলৰ মাজনিশাৰ পৰা বলৱৎ হৈছিল ড'নাল্ড ট্ৰাম্পৰ নতুন শুল্ক নীতি। আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈয়েই ড'নাল্ড ট্ৰাম্পে বিশ্বৰ বিভিন্ন দেশৰ ওপৰত জাপি দিছিল অতিৰিক্ত শুল্ক। যাক লৈ সমগ্ৰ বিশ্বত দেখা দিয়ে অৰ্থনৈতিক অনিশ্চয়তা। বিশ্বৰ প্ৰায়বোৰ শ্বেয়াৰ…

শ্ৰীলংকাত বুভুক্ষ জনতাৰ আৰ্তনাদ : ভাৰতৰ বাবে কি সকীয়ণি ?

বুভুক্ষ আৰু ক্ষোভিত জনতাৰ হুংকাৰত কঁপি উঠিছে শ্ৰীলংকাৰ ৰাজধানী কলম্বো ৷ লাখ লাখ প্ৰতিবাদকাৰী প্ৰৱেশ কৰিছে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ বাসগৃহত ৷ বিপদৰ আগজাননী আগতীয়াকৈ লাভ কৰি ইতিমধ্যে নিৰাপদ স্থানত আশ্ৰয় লৈছে ৰাষ্ট্ৰপতি ৰাজাপাক্ষে ৷…

মন্ত্ৰী পীয়ূষ হাজৰিকালৈ এটা মাত্ৰ সহজ প্ৰশ্ন

প্ৰসংগঃ চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কীট ৷ ‘দ্য ক্ৰছকাৰেন্ট’ৰ এখন আৰ টি আই আবেদনৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে স্পষ্ট কৰি দিয়ে যে এন এইচ এমে চীনৰ পৰা কোনোধৰণৰ পি পি ই কীট ক্ৰয় কৰা নাই বা বিদেশৰ পৰা অহা পি পি ই কীট গ্ৰহণো কৰা নাই…

চীনৰ হেকাৰে কেনেকৈ মুম্বাইক ১২ ঘন্টা আন্ধাৰত ডুবাই ৰাখিছিল?

চীনৰ হেকাৰে কেনেকৈ মুম্বাইক ১২ ঘন্টা আন্ধাৰত ডুবাই ৰাখিছিল? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us…

পুনৰ চীন আক্ৰান্ত কোভিডত

সম্প্ৰতি চীনত গৃহবন্দী হৈ আছে প্ৰায় ৩০ মিলিয়ন জনতা। তথ্য অনুসৰি মঙ্গলবাৰে চীনত ৫২৮০ জন নতুন কোভিড ৰোগী চিনাক্ত হয়। এই পৰিসংখ্যা পূৰ্বৱৰ্তী দিনৰ তুলনাত দুগুণতকৈও অধিক। ৰাষ্ট্ৰখনৰ প্ৰায় ১৩ খন চহৰ ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে।…

বেইজিঙ শীতকালীন অলিম্পিক বহিস্কাৰ আমেৰিকাৰ লগতে আন চাৰি দেশৰ

আজি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে উদ্বোধন কৰিব ৰাজধানী বেইজিঙত অনুষ্ঠিত হ'বলগীয়া শীতকালীন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান। উল্লেখনীয় যে আমেৰিকাৰ লগতে আন চাৰিখন দেশে বহিস্কাৰ কৰিছে এইবেলিৰ বেইজিঙ শীতকালীন অলিম্পিক । জিনজিয়াঙ অঞ্চলত উইঘুৰৰ জনবসতিৰ…

ৰঙা চীনে আৱিষ্কাৰ কৰিলে কৃত্রিম সূৰ্য

ন-ন আৱিষ্কাৰৰ ক্ষেত্রত বিশ্বৰ ভিতৰত চৰ্চাত থাকে চীন। এইবাৰ ৰঙা চীনে আৱিষ্কাৰ কৰিলে কৃত্রিম সূৰ্য। আচল সূৰ্যতকৈ ৫ গুণ শক্তিশালী কৃত্রিম সূৰ্যৰ তাপমাত্রা  ৭০ নিযুত ডিগ্রী ছেলছিয়াছ। উৎক্ষেপণৰ পাছত ১৭ মিনিট ৩৬ ছেকেণ্ড সময়ৰলৈকে তাপমাত্ৰা ধৰি…

অৰুণাচলৰ ১৫ স্থানৰ নতুন নাম কি ৰাখিলে চীনে ?

বিগত ৩০ ডিচেম্বৰত চীনৰ বিদেশ মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশৰ ১৫ টা স্থানৰ নাম সলনি কৰি এখন জাননী জাৰি কৰিছে ৷ লগতে এই ঠাইসমূহৰ নিজাববীয়া নামাকৰণো কৰিছে ৷ এতিয়াৰে পৰা চীনে নিজৰ মানচিত্ৰ আৰু দস্তাবেজত অৰুণাচল প্ৰদেশৰ এই ঠাইবোৰৰ নিজাববীয়া নামহে…

অৰুণাচল প্ৰদেশৰ ১৫ টা স্থানৰ নাম সলনি চীনৰ

চীনে অতীতৰে পৰা অৰুণাচল প্ৰদেশক চীনৰ অংশ হিচাপে ধাৰাবাহিকভাৱে দাবী কৰি আহিছে আৰু ভাৰতে প্ৰতিবাৰেই ইয়াক দৃঢ়ভাৱে অস্বীকাৰ কৰিছে। কিন্তু বিবিচিৰ এটা বাতৰি অনুসৰি, ৩০ ডিচেম্বৰ বৃহস্পতিবাৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতৰ অৰুণাচল প্ৰদেশৰ ১৫ টা…