সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#chaina

চৰকাৰৰ বিৰুদ্ধে দেশক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ কিয় ৰাহুল গান্ধীৰ ?

পুৱাই ভাৰত চৰকাৰক সকীয়ণি দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইট ৷ ভাৰত-চীন সীমান্তত চীনে নিৰ্মান কাৰ্য চলাই থকা সন্দৰ্ভত টুইট কৰি ৰাহুল গান্ধীয়ে কয় যে চীনে ভৱিষ্যতে শত্ৰুতাপূৰ্ণ কাৰ্যৰ বাবে ভেটি নিৰ্মান কৰি আছে ৷ ভাৰত চৰকাৰে বিষয়টোক আওকান কৰি…

চীন আৰু দক্ষিণ কোৰিয়াত পুনৰ শক্তিশালী হৈ উঠিছে অমিক্ৰন ।

চীন আৰু দক্ষিণ কোৰিয়াত পুনৰ শক্তিশালী হৈ উঠিছে অমিক্ৰন । বিগত শনিবাৰে চীনত নতুনকৈ আক্রান্ত হৈছে ২১৫৭ জন ব্যক্তি লগতে চীন প্ৰশাসনৰ খবৰ অনুসৰি শনিবাৰে মৃত্যু হয় দুজন ব্যক্তিৰ। তথ্য অনুসৰি আক্ৰান্ত সকলৰ অধিকাংশই জিলিন প্ৰদেশৰ বুলি জানিব পৰা…

এইবাৰ চীনেও ৰচিছে আক্ৰমণৰ পৰিকল্পনা

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতেই চীনে গ্ৰহণ কৰিছে এক নতুন পৰিকল্পনা ৷ বৃহস্পতিবাৰে টাইৱানৰ আকশত দেখা যায় চীনৰ ৯ খনকৈ যুঁজাৰু বিমান ৷ এইদৰে এটা মাহত চীনে ১২ বাৰ টাইৱানত প্ৰৱেশৰ চেষ্টা চলাইছে ৷ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পূৰ্বে চীন…

কেনেকৈ আমেৰিকাক চেৰ পেলাই চীন হল পৃথিৱীৰ আটাইতকৈ ধনী দেশ হবলৈ সক্ষম হ’ল?

আপোনাৰ মতে বিশ্বৰ ধনী দেশখন কি?আমেৰিকা?নহয়, আমেৰিকাক পিছ পেলাই পৃথিৱীৰ ধনী দেশৰ শীৰ্ষ তালিকাত প্ৰথম স্থান দখল কৰিছে ৰঙা চীনে।এতিয়াৰে পৰা বিশ্বৰ আটাইতকৈ ধনী দেশ হল চীন।কিন্তু কেনেকৈ আমেৰিকাক চেৰ পেলাই চীন হল পৃথিৱীৰ আটাইতকৈ ধনী দেশ হবলৈ…

ভাৰতক দু:শ্চিন্তাত পেলোৱা চীনৰ নতুন সীমা আইনত কি আছে ?

অৰুণাচল সীমান্তৰ বিবাদমান ভূমিত চীনে নিৰ্মান কৰিছে ১০০ টা ঘৰ ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এই প্ৰতিবেদনে স্বাভাৱিকতে ভাৰতক চিন্তাত পেলাইছে ৷ কিন্তু একেসময়তে চীনে প্ৰণয়ন কৰিছে নতুন সীমা আইন ৷এই আইনো ভাৰতৰ বাবে দু:শ্চিন্তাৰ কাৰণ হৈ পৰিছে ৷…

সোৱণশিৰিৰ কাষত চীনে নিৰ্মান কৰিছে গাও

চীনে ভাৰত সীমান্তৰ বিবাদমান ভূমিত ধাৰাবাহিক নিৰ্মান কাৰ্য অব্যাহত ৰাখিছে ৷ অৰুণাচল প্ৰদেশ সীমান্তৰে চীনা প্ৰশাসন ভাৰতৰ ভূমিত প্ৰৱেশ কৰাই নহয় , ১০০ টা ঘৰো নিৰ্মান কৰিছে ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ ইয়াৰ…