সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

BJP

জনপ্ৰিয়তা কমিছে নেকি বিজেপিৰ?

চেমি ফাইনেলৰ বাবে সাজু নৰেন্দ্ৰ মোদী৷ নির্বাচন আয়োগে ঘোষনা কৰিলে ৫ ৰাজ্যৰ বিধানসভা নির্বাচনৰ সময়সূচী৷ ২৪ ৰ লোকসভা নির্বাচনৰ পূর্বে উত্তৰ প্ৰদেশকে ধৰি ৫ ৰাজ্যত হব লগা নির্বাচনক গন্য কৰা হৈছে চেমি ফাইনেল বুলিয়েই৷ কাৰণ এই ৫ ৰাজ্যৰ নির্বাচনী…

এটা শ্লগান আছিল বৃহৎ নদীবান্ধ নবন্ধাও,ঠিক তেনেকৈ আন এটা শ্লগান আছিল যে বৃহৎ নদীবান্ধ বন্ধাবলৈ…

এটা শ্লগান আছিল অসম আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ আৰু আনটো শ্লগান আছিল অসমৰ জাতীয়তাবাদী দল সংগঠনৰ।কিন্তু এই সকলোবোৰৰ অন্তত এতিয়া কাৰ্যক্ষমৰ দিশে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প।গুৱাহাটীত উপস্থিত হৈ ২০২২ চনৰ আগষ্ট মাহৰ পৰা বিদ্যুৎ উৎপাদনৰ কথা…

নির্বাচনৰ সময়ত অসম বিজেপিয়ে কিমান কোটি টকাৰ পুজি সংগ্ৰহ কৰিছিল

বিগত নির্বাচনত কোন ৰাজনৈতিক দলে কিমান টকাৰ পুজি সংগ্ৰহ কৰিছিল অথবা কিমান টকা ব্যয় কৰিছিল সেই সন্দর্ভত এক প্ৰতিবেদন মুকলি কৰিছে এডিআৰে৷এডিআৰৰ তথ্য অনুসৰি বিগত বিধানসভা নির্বাচনৰ সময়ত দেশৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দল সমূহে সংগ্ৰহ কৰিছিল সর্বমুঠ…

চৰকাৰী আচনিক নির্বাচনী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল নেকি বিজেপিয়ে?

ভাৰত চৰকাৰৰ এখন আচনি৷আচনিৰ জৰিয়তে প্ৰদান কৰা হৈছিল বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ৷বিগত চাৰিটা বছৰত সফল ৰুপায়ন হোৱা আচনিখনক লৈ গর্বিত মোদী চৰকাৰ৷কিন্তু আচনিখনৰ ৰুপায়ন সন্দর্ভত এতিয়া পোহৰলৈ আহিছে আন এক তথ্য৷সেইয়া হৈছে,অন্যান্য সময়তকৈ নির্বাচনৰ…

ৰাজ্যিক বিজেপিত বিদ্ৰোহৰ উকমুকনি!

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন কাকত ‘নিয়মীয়া বাৰ্তা’ত ১৭ নবেম্বৰত প্ৰকাশ পাইছে অসম চৰকাৰৰ খাদ্য – অসামৰি যোগান আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেবিনেট মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ এটা আছুতীয়া সাক্ষাৎকাৰ…

বিজেপি মন্ত্ৰী-বিধায়কক কি শিকাইছে মুম্বাইৰ প্ৰশিক্ষণ শিবিৰত?

শুক্ৰবাৰৰ পৰা মুম্বাইত অনুষ্ঠিত হৈছে বিজেপি মন্ত্ৰী বিধায়কৰ প্ৰশিক্ষণ৷ইতিমধ্যে অসমৰ পৰাও সকলো মন্ত্ৰী বিধায়ক গৈ উপস্থিত হৈছে মুম্বাইৰ প্ৰশিক্ষণ শিবিৰত৷কিন্তু বিজেপি মন্ত্ৰী বিধায়কক কিহৰ প্ৰশিক্ষণ দিয়া হৈছে মুম্বাইৰ প্ৰশিক্ষণ শিবিৰত? খবৰ…

অমিত শ্বাহৰ সভাত মানুহ গোটাবলৈ লোকনিৰ্মান বিভাগে দিলে ৪০ লাখ

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন সমাগত ৷ যাৰ বাবে ৰাজ্যখনলৈ প্ৰধানমন্ত্ৰী , গৃহমন্ত্ৰীৰ আহ- যাহো সঘনে বৃদ্ধি পাইছে ৷ শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷লক্ষ্ণৌত এখন দলীয় সভাত ভাগ লৈ তেও মন্তব্য কৰে…

প্ৰধানমন্ত্ৰী মোদীৰ এখন সভাত ব্যয় কৰা হ’ব ২৩ কৌটি : ক’ত , কেতিয়া ?

মূল্যবৃদ্ধি , আৰ্থিক মন্দা একোৱেই যেন চুব নোৱাৰে আামাৰ ৰাজনেতাসকলক ৷ অসমৰ উপ নিৰ্বাচনত বিজয়ী হোৱা ৫ বিধায়কৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰীতি ভোজনত ব্যয় হ’ল ১২ লাখ টকা ৷ এই বাতৰি প্ৰকাশ হোৱাৰ দুদিন পাছতে মধ্যপ্ৰদেশৰ পৰা আহিছে তাতোকৈও ডাঙৰ খবৰ ৷…

মুম্বাইত উপস্থিত বিজেপিৰ মন্ত্ৰী বিধায়ক৷আজিৰে পৰা ৰাষ্ট্ৰীয় স্বয়ং সংঘৰ সৈতে বিজেপিৰ সকলো…

মুম্বাইত উপস্থিত বিজেপিৰ মন্ত্ৰী বিধায়ক৷আজিৰে পৰা ৰাষ্ট্ৰীয় স্বয়ং সংঘৰ সৈতে বিজেপিৰ সকলো মন্ত্ৰী-বিধায়কৰ হ'ব বিশেষ প্ৰশিক্ষণ । প্ৰশিক্ষনত উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ , বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা৷অহা ১৪ নৱেম্বৰলৈ…

অসমৰ নিৰ্বাচনত বিজেপিয়ে ব্যয় কৰিলে ৪৩.৪১ কৌটি টকা

অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ব্যয় কৰিছিল ৪৩ কৌটি ৪১ লাখ টকা ৷বিজেপি দলৰ তৰফৰ পৰা এই তথ্য সদৰী কৰা হৈছে ৷ প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচন আয়োগক নিৰ্বাচনী ব্যয়ৰ হিচাপ দাখিল কৰিব লাগে ৷ সেই অনুসৰি বিজেপি দলে পশ্চিমবংগ , অসম ,…