সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

BJP

৪১০ টকীয়া গেছ ছিলিণ্ডাৰ কিয় ১০০০ টকীয়া হ’ল?

মোডী শাসনলৈ অহাৰ পূৰ্বে এটা ঘৰুৱা ছিলিণ্ডাৰৰ মূল্য আছিল ৪১০ টকা। এতিয়া কিয় হ'লগৈ ১০০০ টকা? ৫০ টকা দাম বৃদ্ধি হওঁতে স্মৃতি ইৰাণীয়ে লিখিছিল "কেনে লজ্জাজনক কথা এয়া?" দ্য ক্ৰছ কাৰেন্ট টেক---- …

আপোনাৰ মোৰ জেপ কাটি চলি আছে নেকি মোদী চৰকাৰ?

আপোনাৰ মোৰ জেপ কাটি ২ বছৰত কিমান ধন লুটিলে মোডী চৰকাৰে? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow…

শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ,কিন্তু প্ৰবর্তন হ’ব গীতা ভাগৱতৰ পাঠ্যক্ৰম৷

ভাগৱত গীতা অন্তভুক্ত হ’ব বিদ্যালয়ৰ পাঠ্যক্ৰমত৷ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰছাত্ৰীয়ে অধ্যয়ন কৰিব লাগিব ভাগৱত গীতা৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্যত ২০২২-২৩ শিক্ষাবর্ষৰ পৰা পাঠ্যক্ৰমত অন্তভুক্ত হব ভাগৱত গীতা৷গুজৰাট চৰকাৰৰ এই…

ফেচবুকে কেনেকৈ সহায় কৰে বিজেপিক?

বিজেপিৰ পৰম বন্ধু ফেচবুক৷ বিজেপি আৰু ফেচবুকৰ গোপন মিতিৰালী সন্দর্ভত ইতিমধ্যে কেইবাখনো প্ৰতিবেদন প্ৰকাশ কৰিছে আলজাজিৰাই৷ সেই গোপন মিতিৰালীৰ সুযোগতেই নির্বাচনৰ সময়ত ফেচবুকৰ জৰিয়তে বিশাল সুবিধা আদায় কৰি আহিছে বিজেপিয়ে৷আলজাজিৰাৰ শেহতীয়া এক…

চৰকাৰী আঁচনিৰ নামত চান্দা সংগ্ৰহ কিয় বিজেপিৰ?

চৰকাৰী আঁচনিৰ নামত দলীয় পুজি সংগ্ৰহ কৰিছে বিজেপিয়ে৷ শেহতীয়া সময়ত চান্দা সংস্কৃতিৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক৷ চান্দা সংগ্ৰহ কৰি বিহু নাপাতিবলৈও আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে৷ কিন্তু সেইখিনি সময়তে বিজেপিৰ…

দ্যা কাশ্মীৰ ফাইলছৰ লগত কি সম্পৰ্ক অৰবিন্দ কেজৰীয়াল,মমতা বেনাৰ্জী বা অখিলেশ যাদৱৰ?

এখন ছবিৰ লগত কি সম্পৰ্ক বিৰোধী ৰাজনৈতিক দল সমূহৰ?কি সম্পৰ্ক অৰবিন্দ কেজৰীয়াল,মমতা বেনাৰ্জী,মায়াবতী বা অখিলেশ যাদৱৰ?এই ছবিখনৰ লগত কি সম্পৰ্ক ছলমান খান,শ্বাহৰুষ খান অথবা আমিৰ খানৰ? 'দ্যা কাশ্মীৰ ফাইলছ'।এটা ৰাজনৈতিক দল বা এখন চৰকাৰে ভাল পোৱা…

কিয় বিজেপিক প্ৰতিৰোধ কৰাত বিফল হ’ল অখিলেশ যাদৱ আৰু কিয় সফল হৈছিল মমতা বেনাৰ্জী?

পঞ্জাৱৰ বাহিৰে উত্তৰাখণ্ড,গোৱা,মণিপুৰৰ লগতে উত্তৰ প্ৰদেশতো একক সংখ্যা গৰিষ্ঠতাৰে ক্ষমতালৈ আহিল বিজেপি দল।নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশত যদিও অখিলেশ যাদবৰ সমাজবাদী পাৰ্টিৰ ব্যাপক নিৰ্বাচনী ঢৌ দেখা গৈছিল অৱশেষত কিন্তু সেই ঢৌৱে অখিলেশ যাদৱক…

আৰু বহু আদিত্যনাথ আহি আছে

২০১৭ চন ৷উত্তৰ প্ৰদেশত অভাৱনীয় সফলতা লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ হাতত তুলি দিয়া হ’ল মুখ্যমন্ত্ৰী নিৰ্বাচনৰ দায়িত্ব ৷ নৰেন্দ্ৰ মোদীৰ শেষ বিচাৰত উঠিল যোগী আদিত্যনাথৰ নাম ৷ চৰ্চা চলিল প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰিছে নেকি…