সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মন্ত্ৰীৰ কনভয়ৰ গতিবেগ হ্ৰাস হ’ব কেতিয়া?

এফালে ‘স্পীড লিমিট’, ‘পথ সুৰক্ষা সপ্তাহ’ আনফালে মন্ত্ৰী-এম-এল এৰ কনভয়ৰ খুন্দাত সাধাৰণ নাগৰিকৰ মৃত্যুৰ বাতৰি। চৰকাৰৰ ‘স্পীড লিমিট’ ‘পথ সুৰক্ষা’ শব্দ বোৰ কেৱল ভেকোভাঁওনা নে ধোৱা চাঙৰ ওপৰত উঠি থকা বগা হাতী?

- Donation -

Leave A Reply

Your email address will not be published.