সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#bihu

বিহু কৃষ্টি পৰিষদ, অসম-ৰ সৰ্বোচ্চ সন্মান ‘বিহু প্ৰজ্ঞা বঁটা লোক-সংস্কৃতিৰ গৱেষক ডাঃ অমৰেন্দ্ৰ…

বিহু কৃষ্টি পৰিষদ,অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা এখন সাপেখাতী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৭ আগষ্টত অনুষ্ঠিত হয়। পৰিষদৰ উপ-সভাপতি তথা নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কুসুম্বৰ টাই গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কেইবাটাও সিদ্ধান্ত…

বিহু, স্বদেশ অধ্যয়ন পাঠ্যক্ৰমৰ পৰা আতঁৰোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ

বিহু, স্বদেশ অধ্যয়ন পাঠ্যক্ৰমৰ পৰা আতঁৰোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ। ঘোষণা শিক্ষা সংসদৰ। উল্লেখ্য,  শনিবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা বিহু আৰু স্বদেশ অধ্যয়ন পাঠ্যক্ৰমৰ আঁতৰাই দিয়াৰ কথা।

উচ্চতৰ মাধ্যমিক পাঠ্যক্রমৰ পৰা আঁতৰিল ‘বিহু’

উচ্চতৰ মাধ্যমিক পাঠ্যক্রমৰ পৰা আঁতৰিল বিহু। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্রমৰ পৰা ৰাজ্য চৰকাৰে আঁতৰাই দিলে ঐচ্ছিক বিষয় বিহু। লগতে আঁতৰাই দিলে স্বদেশ অধ্যয়নৰ পাঠ্যক্রম। আনহাতে স্কুলীয়া শিক্ষাত অন্তর্ভুক্ত হ'ল চাৰিটা নতুন ভাষা। তিৱা,…

বিহু সমিতিসমূহক বিহু পাতিবলৈ চৰকাৰে দিব সাহাৰ্য্য- ডঃ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষাণা- ১৫ ফেব্ৰুৱাৰী পৰা ৰাজ্যত কভিডৰ সকলো নিষেধাজ্ঞা বাতিল। লগতে এইবাৰ ৰাজ্যবাসীয়ে পালন কৰিব পাৰিব হেঁপাহৰ ৰঙালী বিহু। বিহু সমিতিসমূহক বিহু পাতিবলৈ চৰকাৰে দিব ডেৰ লাখ টকাকৈ সাহাৰ্য্য। কিন্তু ১০ বছৰ…

আপুনি কেনেকৈ পাতিব পাৰিব ভোগালী বিহু….

নঙলামুখত ভোগৰ উৎসৱ ভোগালী বিহু। কিন্তু অসমবাসীক আগৰ দৰে ভোগালী বিহু উৎযাপন কৰিবলৈ নিদিয়ে ক'ভিডে। নিদিয়ে উৰুকাৰ নিশা ভেলাঘৰৰ আমেজ ল'বলৈ। এইবাৰ অসমবাসীয়ে কঠোৰ বাধ্য-বাধকতা মানি পাতিব লাগিব হেপাহৰ ভোগালী বিহু। অসমত ক'ভিডৰ সংখ্যা দিনে-দিনে…