সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

BCCI

কোন জ্যেষ্ঠ খৈলুৱৈয়ে কোহলিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে BCCIত?

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে কিছু দিন পূৰ্বো টি-২০ৰ অধিনায়কত্ব ত্যাগ কৰিব বুলি ঘোষণা কৰি সকলোকে হতবাক কৰিছিল। বিৰাট কোহলিয়ে ২০২১ চনৰ টি-২০ বিশ্বকাপৰ পিছত টি-২০ ৰ অধিনায়কত্ব হস্তান্তৰ কৰিব। আমাৰ হাতত আহি পৰা খবৰ অনুসৰি টীম…

Dream11 এইবাৰ আই পি এলৰ টাইটল স্পনছ’ৰ, কিন্তু এই কোম্পানীটো আছে চীনা বিনিয়োগ

আই পি এলৰ টাইটল স্পনছ'ৰক কেন্দ্ৰ কৰি চলি থকা সকলো বিতৰ্কৰ চলি থকাৰ মাজতে আজি বিচিচিআই য়ে ঘোষণা কৰে যে এইবাৰ আই পি এলৰ টাইটল স্পনছ'ৰ হ'ব Dream11। Dream11 নামৰ ভাৰতীয় ফেণ্টাছী গেমৰ কোম্পানীটোৱে আই পি এলৰ টাইটল স্পনছ'ৰ এই বিড ২২২ কোটি টকাত…

BCCI ৰ বাবে কিয় পুনৰ বিতৰ্কত সাঙোৰ খাইছে অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ?

ক্ৰিকেট প্ৰেমী সকললৈ দুখবৰ কঢ়িয়াই পুনৰ বিতৰ্কত সুমাই পৰিছে বি চি চি আই। শেহতীয়াকৈ সংস্থাটোৱে উচ্চতম ন্যায়ালয়ত কৰা এক আবেদনক কেন্দ্ৰ কৰি আৰম্ভ হৈছে এই বিতৰ্ক। The Wire নামৰ নিউজ পৰ্টেলটোৱে শেহতীয়া ভাবে কৰা এক বাতৰি অনুসৰি বি চি চি আয়ে…

আই পি এলক ‘আত্মনিৰ্ভৰ’ কৰাৰ দায়িত্ব এইবাৰ পতঞ্জলিৰ

বিতৰ্কিত ঔষধ নিৰ্মাণ কোম্পানী পতঞ্জলিয়ে এইবাৰ স্পনছ'ৰ কৰিব আই পি এল। ইকনমিক টাইম নামৰ এখনত প্ৰকাশ পোৱা বাতৰি অনুসৰি আই পি এলৰ এইবাৰ টাইটল স্পনছ'ৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে পতঞ্জলিয়ে। উল্লেখযোগ্য যে আই পি এলে চীনা কোম্পানী ভিভ'ৰ পৰা টাইটল…

আই পি এল এ গ্ৰহণ কৰিব চাইনীজ কোম্পানীৰ স্পনশৰ্শ্বিপ, ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব খেল

১৯ ছেপ্টেম্বৰ ৰ পৰা আৰম্ভ হ'ব লগা আই পি এলে গ্ৰহণ কৰিব চাইনীজ কোম্পানীৰ স্পনশৰ্শ্বিপ। আই পি এল কৰ্তৃপক্ষৰ এই সিদ্ধান্ত অৱশ্যে এতিয়াও ভাৰত চৰকাৰৰ অনুমতি লাভ কৰা নাই। আই পি এলৰ চাইনীজ স্পনশ্বৰ সমূহৰ ভিতৰত আছে মোবাইল কোম্পানী Vivo, Paytm আৰু…

যোৱা ১০ মাহে নিজৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত ভাৰতীয় ক্ৰিকেটৰ ষ্টাৰ খেলুৱৈ সকল

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ সংস্থাৰ (BCCI) শেহতীয়া কৰ্মকান্দই ক্ৰিকেট অনুগামী সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশ্বৰ সবাটোতকৈ ধনী ক্ৰিকেট বৰ্ড হোৱাৰ পিছতো, সংস্থাটোৱে যোৱা ১০ মাহ ধৰি খেলুৱৈ সকলক তেওঁলোকৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত…