সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

assam

কাৰ্বি আংলঙৰ লাহৰিজানত চলিছে উচ্ছেদ

নৰেন শইকীয়া কাৰ্বি আংলঙ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পুণৰ আৰম্ভ হৈছে তৃতীয়টো উচ্ছেদ অভিযান ৷ ইতিমধ্যে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত লাহৰিজানত চলিছিল দুটাকৈ উচ্ছেদ অভিযান ৷ ২০ আৰু ২৪ ডিচেম্বৰত লাহৰিজানত চলিছিল অভিযান ৷…

অসমীয়া অবিহনে এ পি এছ চিৰ মূল লিখিত পৰীক্ষা কেতিয়া ?

অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল লিখিত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে ৷ অসমীয়া বিষয়ৰ বাধ্যতামূলক প্ৰশ্নকাকত অবিহনে অহা ২১ ফেব্ৰুৱাৰীৰ পৰা মূল লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব ৷ ২১ ফেব্ৰুৱাৰী , ২২…

অসমে মেঘালয়ক গতাব ২ খন সত্ৰ, ২০ টা নামঘৰ: সত্ৰ মহাসভাই কি কয় ?

অসম- মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে অসম চৰকাৰে শেহতীয়াকৈ ভুমি হস্তান্তৰৰ এক চুক্তি স্বাক্ষৰ কৰিবলৈ আগবাঢ়িছে ৷ বিৰোধী দলসমূহে এই চুক্তিক একপক্ষীয় বুলি অভিহিত কৰিছে ৷ একেসময়তে অসম সত্ৰ মহাসভাই সদৰী কৰিছে যে এই চুক্তিৰ ফলত দুখন সত্ৰ আৰু ২০…

মুখ্যমন্ত্রীৰ সভাত প্ৰৱেশ কৰিবলৈ নাপাই প্ৰতিবাদত বহিল ৰূপজ্যোতি কুৰ্মী

আজি দেৰগাঁৱত সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাত প্ৰৱেশ কৰিবলৈ নাপাই প্ৰতিবাদত বহিল ৰূপজ্যোতি কুৰ্মী। মুখ্যমন্ত্রীৰ সুৰক্ষা বাহিনীয়ে প্ৰৱেশ কৰিবলৈ নিদিলে মৰিয়নি সমষ্টিৰ বিধায়ক…

অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ-

বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় কেবিনেট বৈঠক। কেবিনেট বৈঠকখনত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠক শেষ হোৱা পিছতেই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত…

ৰাজ্যৰ সৰ্বোচ্চ “ৰাজ্যিক অসামৰিক বঁটা” প্ৰদান অনুষ্ঠান

আজি বিয়লি ৩ বজাত ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৰাজ্যৰ সৰ্বোচ্চ “ৰাজ্যিক অসামৰিক বঁটা”৷ ”অসম বৈভৱ”, “অসম সৌৰভ”, “অসম গৌৰৱ” এই তিনিটা সন্মান প্ৰদান কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে। মানৱ সেৱা, লোকসেৱা, স্বাস্থ্য, শিক্ষা, উদ্যাগ,…

চৰকাৰৰ বিৰুদ্ধে কিয় উচ্চতম ন্যায়ালয়লৈ যাব প্ৰদেশ কংগ্ৰেছ ?

মেঘালয়ক অসমৰ ভূমি এৰি দিয়াক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মেঘালয়ক অসমৰ ভূমি গতাই দিয়াৰ বিৰুদ্ধে আজি মহানগৰীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ হৈ সভাপতি ভূপেন বৰা…

আগন্তুক গণৰাজ্য দিৱস উপলক্ষে নতুন SOP জাৰি

আগন্তুক গণৰাজ্য দিৱস উপলক্ষে নতুন SOP জাৰি। SOPৰ নিয়ম অনুসৰিহে পালন কৰিব লাগিব ৰাজ্যবাসীয়ে গণৰাজ্য দিৱস। - *ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু অতিথিৰ ভাষণত থাকিব সীমাবদ্ধতা * গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ উদযাপনত সৰ্বাধিক ১০০০ জন লোক উপস্থিত…

অসমৰ ৬৯০ বৰ্গ কিঃমিঃ ভূমি চুবুৰীয়া ৰাজ্যক এৰি দিবনে অসমবাসীয়ে?

অসমৰ ৬৯০ বর্গ কিলোমিটাৰ ভূমি চুবুৰীয়া ৰাজ্যক এৰি দিবনে অসমবাসীয়ে? এই শিৰোনামাৰেই অসমবাসীলৈ এখন মুকলি চিঠি লিখিছে অখিল গগৈয়ে৷ চিঠিখনৰ হুবহু তলত আগবঢ়াইছোঁ৷ শ্রদ্ধেয় অসমবাসী ৰাইজ, প্রথমে মোৰ সেৱা গ্ৰহণ কৰিব। এটি জৰুৰী বিষয়ত আপোনালোকলৈ…

ৰাজ্যত ক’ভিডত আক্ৰান্ত ৮৩৩৯ জন , মৃত্যু ১৫ জন

ৰাজ্যত অব্যাহত আছে ক'ভিডৰ সংক্ৰমণ। প্ৰতিদিনে আক্ৰান্ত হৈছে সহস্ৰাধিক লোক। বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছে ৮৩৩৯ জন লোক । মৃত্যু হৈছে ১৫ জন ৰোগী। সৰ্বাধিক কামৰুপ(ম)ত ১৯২৯ জন, কৰিমগঞ্জত ৭৪৭ জন, ডিব্ৰুগড়ত ৫১২ জন, তিনিচুকীয়াত ৩৮০ জন,…