সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

assam

ঘোষণা কৰা হ’ল ৰাজ্যৰ ৮০ খন পৌৰসভা নিৰ্বাচনৰ দিন

ঘোষণা কৰা হ'ল ৰাজ্যৰ ৮০ খন পৌৰসভা নিৰ্বাচনৰ দিন। ৬ মাৰ্চত হ'ব নিৰ্বাচন আৰু ৯ মাৰ্চত হ'ব নিৰ্বাচনৰ ভোট গণনা। শেহতীয়াকৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ এক সংবাদমেলত এই ঘোষণা আগবঢ়ায় ৰাজ্যিক নিৰ্বাচন আয়োগে। ● মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৫…

ছাত্ৰ নেতা কীৰ্তিকমল বৰাই পালে অন্তৰ্ৱতীকালীন জামিন

ছাত্ৰ নেতা কীৰ্তিকমল বৰাই লাভ কৰিলে অন্তৰ্ৱতীকালীন জামিন। ১৯ ফেব্রুৱাৰীলৈকে ম্যাদ থাকিব অন্তৱৰ্তীকালীন জামিনৰ। SI প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত 130/22 নম্বৰত নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ। নগাঁও জিলা বিশেষ ন্যায়াধীশৰ আদালতে গ্ৰাহ্য…

শিলাবৃষ্টিৰ ক্ষতিপূৰণ গোলাঘাট জিলা উপায়ুক্তৰ যোগেদি পাবলৈ ‘জীপাল’ৰ স্মাৰক পত্ৰ।

"ঘৰৰ কাষৰ কৃষি মন্ত্ৰী অতুল বৰাৰ ওপৰত ভৰষা নাইঃ সোনেশ্বৰ নৰহ শিলাবৃষ্টিৰ ফলত নষ্ট হোৱা পথাৰৰ সৰিয়হ , বড়োধানৰ কঠিয়া-খেতিৰ লগতে ঘৰ বাৰী নষ্ট হোৱা পৰিয়ালবৰ্গক অতিশীঘ্ৰে ক্ষতিপূৰণ আদায় দিয়াৰ দাবীত গোলাঘাট জিলাৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ…

ডঃ হিমন্ত বিশ্ব শৰ্মাই কি কি ক’লে সংবাদমেলত-

আজি জনতা ভৱনত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত বহু কেইটা গুৰুত্বপূর্ণ কথা ঘোষণা কৰে মুখ্যমন্ত্রী শৰ্মাই। মুখ্যমন্ত্রীগৰাকীৰ ঘোষণা, ১৫ ফেব্ৰুৱাৰী পৰা ৰাজ্যত নাথাকিব কোনো ধৰণৰ নৈশ কাৰ্ফিউ। কিন্তু সকলোৱে মাস্ক পিন্ধাটো…

ৰাজ্যৰ মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ: গুৱাহাটী উচ্চ ন্যায়ালয়

ৰাজ্যৰ মাদ্ৰাছাসমূহ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব। শুকুৰবাৰে অসম চৰকাৰৰ মাদ্ৰাছা বন্ধৰ সিদ্ধান্তক চীল-মোহৰ মাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০২০ চনত অসম চৰকাৰে মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে আনিছিল নতুন আইন। মাদ্ৰাছা-সংস্কৃত শিক্ষা বন্ধ কৰি…

সময় নাই, নিজৰেই নিয়ম ভংগ কৰি পৰীক্ষা পাতিবলৈ লৰালৰি এপিএছচিৰ?

সময় নাই, নিজৰেই নিয়ম ভংগ কৰি পৰীক্ষা পাতিবলৈ লৰালৰি এপিএছচিৰ? কি নিয়ম ভংগ কৰিলে এপিএছচিয়ে? ভোট বিচাৰি যোৱা বিজেপি প্ৰার্থী সঘন প্ৰতিবাদৰ সন্মুখীন হৈছে কিয় উত্তৰ প্ৰদেশত? বিহু ফাংচনলৈ জুবিনক মাতিব নালাগে বুলি কিয় কলে মুখ্যমন্ত্ৰীয়ে?…

এবছৰৰ বাবে বৃদ্ধি হ’ল অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল

এবছৰৰ বাবে স্থগিত হ'ল অসম সাহিত্য সভাৰ অধিৱেশন। অকল অধিৱেশনেই নহয় এবছৰৰ বাবে বৃদ্ধি কৰা হ'ল বৰ্তমানৰ কাৰ্যকালত থকা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল। বৰ্তমান কাৰ্যকালত থকা সমিতিখনে সময়ত সভাৰ অধিৱেশন, সভাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত…

বাজেটত মিজোৰামৰ বাবে ৬০০ কৌটি, অসমলৈ কিমান ?

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে উত্থাপণ কৰা বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বাবে আগবঢ়োৱা হৈছে ১৫০০ কৌটি টকা ৷ কিন্তু উত্তৰ পূৱৰ কোন ৰাজ্যই কিমান ধন পাব জানি লও আহক – •উত্তৰ পূৰ্বাঞ্চলৰ বাবে ঘোষণা কৰা ১৫০০ কৌটিৰ ভিতৰত ৬০০ কৌটি টকাই আগবঢ়োৱা  হৈছে…

১৫ ফেব্ৰুৱাৰী পৰা খোলা হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠান: মুখ্যমন্ত্রী

*১৫ ফেব্ৰুৱাৰী পৰা খোলা হ'ব ৰাজ্যৰ শিক্ষানুষ্ঠান। *ক'ভিডৰ সংক্রণ হ্রাস পোৱা বাবেই এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। *দুই-তিনিদিনৰ ভিতৰতেই শিথিল হ'ব ৰাতিৰ কাৰ্ফিউ। *১১ বজালৈ কাৰ্ফিউৰ সময় পিছুৱাই দিয়া হ'ব। *ক'ভিডৰ সংখ্যা ১০০০ৰ তললৈ আহিলেই…

কংগ্রেছ ত্যাগ কৰিব পাৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে

আজি বিয়লি কংগ্রেছ ত্যাগ কৰিব পাৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে। গৰুখুটিৰ উচ্ছেদৰ সময়ত ছহিদক অপমান কৰা মন্তব্য কৰি জেললৈ যাবলগীয়া হৈছিল বিধায়কজন। লগতে বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰো অভিযোগ উঠিছিল বিতৰ্কিত বিধায়কজনৰ বিৰুদ্ধে। ইয়াৰ…