সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#arrest

ভিক্টৰ দাস কোন?

আজিৰ দিনটোত খবৰৰ শিৰোনাম ভিক্টৰ দাস। আজিৰ দিনটোত ৰাজ্যজুৰি সঘন উচ্চাৰিত এটা নাম ভিক্টৰ দাস। দেশৰ এজন সাধাৰণ নাগৰিক ভিক্টৰ দাস। অন্য দহজনৰ দৰেই পেছাগত বৃত্তিৰে পৰিয়াল পোহপাল দিব বিচৰা এজন ব্যক্তি ভিক্টৰ দাস। কোচিং চেণ্টাৰৰ টিউটৰ হিচাপে জীৱন…

পুনৰ ৰঙাঘৰৰ আলহী হ’ল চৰকাৰী বিষয়া

পুনৰ ৰঙাঘৰৰ আলহী হ'ল চৰকাৰী বিষয়া। চৰাইদেউৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ মুখ্য গাণনিক বিষয়া অমৃত গগৈক ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ। সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চৰকাৰী বিষয়া অমৃত গগৈক। চাকৰিৰ প্ৰলোভনেৰে বিভিন্নজনৰ পৰা লাখ লাখ টকা…

‘ই ডি’ কাৰ্যালয়ত হাজিৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী। প্ৰতিবাদ কৰিবলৈ আহি আটক ভূপেন বৰা আৰু…

আজি ইডিৰ সন্মুখত হাজিৰ হ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ইডিৰ সন্মুখত হাজিৰ হোৱাৰ পূৰ্বে কংগ্ৰেছ নেতা গৰাকীৰ সমৰ্থনত দেশৰ বিভিন্ন প্ৰান্তত সমদল উলিয়াইছে কংগ্ৰেছ দলে। গুৱাহাটীৰ ৰাজীৱ ভৱনতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্ৰেছে।ৰাজীৱভৱনৰ পৰা…

সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰ, ধনৰ অবৈধ সৰবৰাহ আৰু আৰ বি এছ ৰিয়েল্টৰ্ছৰ মাজত কি সম্পৰ্ক ?

দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰিছে এনফোৰ্চমেন্ট ডিৰেক্টৰেটে ৷ ধনৰ অবৈধ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ স্বাস্থ্যমন্ত্ৰীগৰাকীক ৷ ই ডিৰ বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি , দিল্লী চৰকাৰৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনে…

পুনৰ গ্ৰেপ্তাৰ হ’ব লালু প্ৰসাদ যাদৱ….

ৰাষ্ট্ৰীয় জনতা দলৰ সৰ্বোচ্চ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্রী লালু প্ৰসাদ যাদৱ পুনৰ গ্ৰেপ্তাৰ হ'ব বহুচৰ্চিত পশুখাদ্য কেলেংকাৰীৰ বাবে। মঙলবাৰে বিহাৰৰ চিবিআইৰ এখন বিশেষ আদালতে ১৩৯.৩৫ কোটি টকাৰ দৰন্দা কোষাগাৰ আত্মসাৎ কৰাৰ অভিযোগত দোষী…