পূজাৰ মাজতেই মূল্যবৃদ্ধিৰ বিৰুদ্ধে ই-ৰিক্সাত উঠি প্ৰতিবাদ কংগ্ৰেছ নেতৃত্বৰ
পূজাৰ মাজতেই মহানৱমিৰ দিনা মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ। মৰিয়নিত ই-ৰিক্সাত উঠি তীব্ৰ প্ৰতিবাদ কংগ্ৰেছ নেতৃত্বৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সহ ভালেমান কংগ্ৰেছী নেতাৰ উপস্থিতিত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।…