অমৃতকালৰ বিষাক্ত উপহাৰ জনতাক!
১ এপ্ৰিলৰ পৰা বিজেপি চৰকাৰে বিষাক্ত কৰিব জনতাৰ জীৱন? মূল্যবৃদ্ধিৰে জনতাৰ পকেট কাঢ়িবলৈ সাজু চৰকাৰ !
কিয়নো ১ এপ্ৰিলৰ পৰা ভয়াৱহ ৰূপত সলনি হৈ পৰিব সৰ্বসাধাৰণৰ জীৱন। অমৃতকাল ভয়ংকৰ শাপ হৈ পৰিব সৰ্বসাধাৰণৰ জীৱনৰ বাবে।জনতাৰ পকেট কটাৰ সকলো…