সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ত কৰায়ত্ত হ’ল গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী ?

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে  গঁড়ৰ খৰ্গসহ তিনিজন  চোৰাং ব্যৱসায়ীক কৰায়ত্ত কৰে ৷ জখলাবন্ধা থানাত ৰুজু হৈ থকা ১৬৬/২০১৮ নং গোচৰটোৰ ভিত্তিত মৰিগাঁও আৰক্ষীৰ সহযোগত নগাও আৰক্ষীয়ে অভিযান চলাই এই ব্যক্তিকেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত…

চৰকাৰে বিক্ৰী কৰি থকা সম্পত্তি দেশৰ সম্পদ, বিজেপি বা মোডীৰ নহয়ঃ মমতা বেনাৰ্জী

ৰাজহুৱা সম্পত্তিৰ পৰা অধিক ৰাজহ সংগ্ৰহ কৰাৰ উদ্দেশ্যে নৰেন্দ্ৰ মোডী চৰকাৰে গ্ৰহণ কৰিছে নেশ্যনেল মনিটাইজেশ্বন পাইপলাইন(NMP) শীৰ্ষক এক বিশেষ পলিচি। মালিকীস্বত্ব হস্তান্তৰ নকৰাকৈ ৰাজহুৱা খণ্ডৰ সম্পত্তি ব্যক্তিগত খণ্ডক ব্যৱহাৰৰ অনুমতি দি…

WHOৰ বিজ্ঞানীয়ে বেছি কথা কয়ঃ চন্দ্ৰ মোহন পাটোৱাৰী

বিশ্ব স্বাস্থ্য সংস্থাক তুচ্ছ তাচ্ছিল্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ। মন্ত্ৰী গৰাকীৰ মতে ক'ভিডৰ ঔষধ প্ৰস্তুত কৰাত ব্যৰ্থ হৈছে WHO। বিশ্ব স্বাস্থ্য সংস্থাৰ বিজ্ঞানীসকলে বেছি কথা কয়। ঔষধ তৈয়াৰ কৰাৰ নামত কোটি কোটি টকাৰ লোকচান কৰি আছে…

শাসকীয় দলৰ হৈ কাম কৰা আৰক্ষী বিষয়াক কি সকীয়ণি দিলে উচ্চতম ন্যায়ালয়ে?

ছত্তীশগড়ৰ নিলম্বিত অতিৰিক্ত সঞ্চালক প্ৰধান গুৰজিন্দৰ পাল সিঙে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে এটা গুৰুত্বপূৰ্ণ মন্তব্য। ন্যায়ালয়ে বৃহস্পতিবাৰে উল্লেখ কৰে যে দেশত আৰক্ষী বিষয়াসকলে শাসকীয় দলৰ পক্ষ লৈ…

দিল্লীৰ পৰা বংগলৈ উভতি যোৱা ‘দিদি’ আকৌ দিল্লীমুখী কিয় ?

মমতাৰ ৰাজনীতিত প্ৰৱেশৰ কাহিনী “তেওঁ জন্মগতভাবে বিদ্ৰোহী ৷ নিৰ্ভীক আৰু আগ্ৰাসীভাবে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছে ৷ আজি যি স্থানত তেওঁ থিয় হৈ আছে , সেয়া হ’ল প্ৰচণ্ড শ্ৰম আৰু কঠিন সংগ্ৰামৰ পৰিণতি ৷” –পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিষয়ে…

মোক তালিবানে হত্যা কৰা নাইঃ কোন সাংবাদিকে দিলে স্পষ্টীকৰণ?

আফগানিস্তানৰ টিভি চেনেল Tolo Newsৰ সাংবাদিক জিয়াৰ খান হত্যাৰ বাতৰিটোৱে ভাৰতকে ধৰি চুবুৰীয়া দেশসমূহত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। কিন্তু এই বাতৰি ভাইৰেল হৈ পৰাৰ কিছু সময় পিছতে সাংবাদিকজনে টুইটাৰ যোগে স্পষ্ট কৰিছে যে তেওঁক তালিবান…

আফগানিস্তানত এটা পানীৰ বটল আৰু এক প্লেট ভাতৰ মূল্য দহ হাজাৰ টকা! কিয়?

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম জি নিউজৰ এডিটৰ-ইন-চীফ সুধীৰ চৌধুৰীৰ অনুষ্ঠানে উন্মোচন কৰিলে সন্ত্ৰাস জৰ্জৰিত আফগানিস্তানৰ জনতাৰ দুখ-দুৰ্দশাৰ প্ৰকৃত ছবি। বিগত ২৫ আগষ্টত সম্প্ৰচাৰিত অনুষ্ঠানটোত তালিবানে আফগানিস্তান দখল কৰাৰ পিছত প্ৰথম ভাৰতীয় সংবাদ…

বিজেপিৰ বাবে হাগ্ৰামা মহিলাৰী কিয় অপৰিহাৰ্য হৈ পৰিছে ?

বিজেপি আৰু বিপি এফৰ মাজত আৰম্ভ হৈছে নতুন সমীকৰণ ৷ পৰিষদীয় নিৰ্বাচনৰ পৰা শেহতীয়া বিধানসভা নিৰ্বাচনলৈ অব্যাহত থকা ৰাজনৈতিক শত্ৰুতাৰ অৱসান ঘটাই পুণৰ হাগ্ৰামা মহিলাৰীক আকোৱালি ল’বলৈ সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বিজেপিৰ ওচৰ চপাটো…

ৰাষ্ট্ৰসংঘৰ কৰ্মীকো মাৰপিট তালিবানৰ

এইবাৰ ৰাষ্ট্ৰসংঘৰ কৰ্মীক ভাবুকি দিয়াৰ অভিযোগ উত্থাপণ হৈছে তালিবানৰ বিৰুদ্ধে ৷আনকি আফগানিস্তানত থকা ৰাষ্ট্ৰসংঘৰ কেবাটাও কাৰ্যালয়ত তালিবানে লুটপাত চলোৱাৰ বাতৰিও ৰয়টাৰ্ছে প্ৰকাশ কৰিছে ৷ ৰাষ্ট্ৰসংঘৰ গোপন নথিত এনেধৰণৰ এক ডজন ঘটনাৰ কথা উল্লেখ কৰা…

ছইবৰৰ পত্নী , এ আই ইউ ডি এফ প্ৰাৰ্থী মিনাক্ষী ৰহমানে কিমান সম্পত্তিৰ তথ্য লুকুৱালে ?

ছইবৰ ৰহমানৰ ১০৬ কোটি টকাৰ সম্পত্তি৷তাৰে ১০০ কোটি টকাৰেই মাটি৷কিন্তু পত্নী মিনাক্ষী ৰহমানৰ কিমান আছে সম্পত্তি?মিনাক্ষী ৰহমানে নির্বাচন আয়োগৰ ওচৰত লুকুৱাইছিল নেকি সম্পত্তিৰ তথ্য? মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ…