সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ডিম্পল হত্যাকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তিঃ আৰক্ষীৰ জেৰাত কি ক’লে‌ আশিক গুপ্তাই ?

আৰক্ষীৰ জেৰাত ডিম্পলৰ হত্যাকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি। হত্যাকাণ্ডৰ পূৰ্বে ডিম্পলে সেৱন কৰিছিল চিগাৰেট। চিগাৰেট খোৱাত বাধা দিছিল হত্যাকাৰী অশিকে। যাৰ ফলত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে অভিযুক্তই । আৰক্ষীৰ…

কোন হ’ব আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি?

সুদীৰ্ঘ দুটা দশকৰ পিছত আজি আফগানিস্তানত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব তালিবানে। চৰ্চা চলিছে তালিবানৰ ৰাজনৈতিক শাখাৰ মুৰব্বী মোল্লা আব্দুল গণি বাৰাদাৰেই হব আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি। তালিবানৰ চাৰি শীৰ্ষ নেতাৰ ভিতৰত বাৰাদাৰৰ স্থান…

আজি অভিৰুচি ক্ৰীড়া দিৱস। কিন্তু কিয় পালন কৰা হয় এই দিৱস?

আজি অভিৰুচি ক্ৰীড়া দিৱস। অৰ্থাৎ আজি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। ভোগেশ্বৰ বৰুৱাই দুবাৰকৈ বেংককত অনুষ্ঠিত এছিয়ান গেমচত অংশগ্ৰহণ কৰি ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। এছিয়ান গেমচত ১৯৬৬ চনত পুৰুষৰ ৮০০…

কিয় ওজন হ্ৰাস পাইছে উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসক কিম জং উনৰ?

উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনৰ কথা হয়তো আপোনাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু শেহতীয়াকৈ কিম জং চৰ্চালৈ আহিছে তেঁওৰ স্বাস্থ্যৰ বাবে। কিমৰ কিছুমান ছবি আকৌ এবাৰ ভাইৰেল হৈ পৰিছে য'ত কিমক যথেষ্ট ক্ষীণ দেখা গৈছে। কিন্তু আচৰিত ধৰণে…

দুটা দশকৰ অন্তত আফগানিস্তানত আজি চৰকাৰ গঠন কৰিব তালিবানে

আজিৰে পৰা আফগানিস্তানত তালিবানৰ নেতৃত্বত নতুন চৰকাৰ। তালিবানে ১৫ আগষ্টত কাবুল দখলৰ পাছত প্ৰায় দুই সপ্তাহ অতিক্ৰম কৰিলে আৰু এফালৰ পৰা আফগানিস্তানত বিভীষিকা ৰ সৃষ্টি কৰি অৱশেষত চৰকাৰ গঠনৰ দিশৰ আগবাঢ়িছে। আন্তঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত…

পেৰা অলিম্পিকত পুৰুষৰ হাই জাম্পত ৰূপৰ পদক লাভ কৰিলে ভাৰতৰ প্ৰবীণ কুমাৰে

পুৰুষৰ হাই জাম্প (টি৬৪) ফাইনেলত ৰূপৰ পদক লাভ কৰিলে ভাৰতৰ প্ৰবীণ কুমাৰে। শুক্ৰবাৰে ২.০৭ মিটাৰ জাম্পৰ সৈতে নতুন এছিয়ান অভিলেখ গঢ়ি প্ৰবীণ কুমাৰৰ পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ১১ টালৈ বৃদ্ধি কৰিলে। ১৮ বছৰীয়া কুমাৰে প্ৰথমবাৰৰ বাবে…

আজিৰে পৰা ঘৰতে বহি ড্ৰাইভিং লাইচেন্স লাভ কৰিব আপুনি! কিন্তু কেনেকৈ?

এতিয়াৰে পৰা লাৰ্ণাৰ্চ লাইচেন্সৰ বাবে আপুনি আৰু ডিটিঅ' অফিচত দীঘলীয়া শাৰী পাতিব নালাগে। আজিৰে পৰা ঘৰতে বহি অনলাইন যোগে লাৰ্ণাৰ্চ লাইচেন্স লাভ কৰিব আপুনি। আজি দিনৰ ১২ বজাত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত…

পুৱতি নিশা মাতৃক পানী বিচাৰিছিল সিদ্ধাৰ্থই

মাত্ৰ ৪০ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাই ৷ অভিনেতাগৰাকীৰ মৃত্যুত সকলো শোকাহত ৷ বৃস্পতিবাৰে চিকিৎসালয়ত পোষ্টমৰ্টেম সম্পন্ন কৰাৰ পাছত তেওৰ নশ্বৰদেহ বাসগৃহলৈ নিয়া হয় ৷ৰাষ্ট্ৰীয় সংবাদ…

গুৱাহাটীৰ নবীন নগৰৰ দৰে পৰিস্থিতি আমেৰিকাৰ নিউয়ৰ্কত

গুৱাহাটীৰ নবীন নগৰ , অনিল নগৰৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে আমেৰিকাৰ নিউয়ৰ্ক চহৰত ৷ সকলো জলমগ্ন ৷ ঘোষণা কৰা হৈছে – ষ্টেট অৱ ইমাৰজেন্সী ৷ ধৰাবাহিক বৰষুণ আৰু ধুমুহা বতাহৰ ফলত আমেৰিকাৰ অভিজাত চহৰখন এতিয়া পানীৰ মাজত আৱদ্ধ হৈ পৰিছে ৷ শেহতীয়া খবৰ…

অত্যাধিক শৰীৰচৰ্চাই প্ৰাণ ল’লে নেকি সিদ্ধাৰ্থ শুক্লাৰ ?

বুধবাৰে নিশা শোৱাপাটীলৈ যোৱাৰ আগত মাকৰ সৈতে ঘৰৰ চৌহদত পায়চাৰি কৰিছিল ৷ বৃহস্পতিবাৰে তেওৰ নিথৰ দেহ উদ্ধাৰ হ’ল বিচনাত ৷মাত্ৰ ৪০ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাই ৷কিন্তু ৪০ বছৰ বয়সত হৃদৰোগ ?…