সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চীয়েৰ লীডাৰ্ছৰ নৃত্যৰ বাবেই আফগানিস্তানত নিষিদ্ধ কৰা হৈছে নেকি IPL?

BCCIৰ ঐশ্বর্যশালী টি-২০ প্ৰতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ দ্বিতীয় লেগৰ মেচ দেওবাৰৰ পৰা সংযুক্ত আৰব আমীৰ শ্বাহীত আৰম্ভ হৈছে৷ সমগ্র বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে জনপ্রিয় টি-২০ প্রতিযোগিতাখনৰ আমেজ লৈছে যদিও আফগানিস্তানৰ ক্ৰিকেট অনুৰাগী সকলক মেচ…

প্ৰথমে এনকাউন্টাৰ তাৰ পাছত সাহায্য

ভুৱা এনকাউন্টাৰক লৈ উত্তাল হৈ পৰিছিল বড়োভূমি। উল্লেখযোগ্য যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত এনকাউন্টাৰ কৰি হত্যা কৰিছিল দুজন যুৱকক আৰু এতিয়া এই ঘটনাৰ তদন্তৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনকাউন্টাৰত নিহত হৈছিল জংচাৰ…

Just in- নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ চলাচল কৰা ফেৰীৰ সম্পূৰ্ণ সময়সূচী :-

আভ্যন্তৰীণ জল পৰিবহন বিভাগে যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ চলাচল কৰা ফেৰী সমূহৰ সময়সূচী ইতিমধ্যে নিৰ্ধাৰণ কৰি দিছে। জনসাধৰণৰ সুবিধাৰ্থে নিৰ্ধাৰণ কৰি দিছে এই বিশেষ সময়সূচী। প্ৰত্যেক দিনাই নিৰ্দিষ্ট সময়ত ৪ বাৰকৈ চলিব ফেৰী।…

অতি সোনকালে পুনৰ ৭০০ জন দালাল গ্ৰেপ্তাৰ কৰা হ’বঃ হিমন্ত বিশ্ব শৰ্মা

আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে। মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে আলফা কিম্বা চৰকাৰী কাৰ্যালয়ৰ দালাল সম্পৰ্কে সংবাদ মাধ্যমৰ আগত…

ভাৰতত উৎপাদিত ভেকচিন গ্ৰহণ কৰিলে যাব নোৱাৰিব ব্ৰিটেইনঃ কিন্তু কিয়?

ব্ৰিটেইনৰ ভ্ৰমণৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হব ভাৰতীয় নাগৰিক। বিট্ৰেইনৰ নতুন ভ্ৰমণ নিয়মে ভাৰতৰ ভেকছিন গ্ৰহণ কৰা লোকৰ বিট্ৰেইন ভ্ৰমণত বাধাৰ সৃষ্টি কৰিব পাৰে। দৰাচলতে এই নতুন নিয়মে ভাৰতৰ ভেকছিন গ্ৰহণ কৰা লোকসকলক টিকাকৰণ নকৰা বুলি গণ্য…

সংগীতৰ বাবেই আফগানিস্তান এৰিবলৈ বাধ্য হোৱা আয়েশা খান এতিয়া ক’ত আছে?

তালিবানে কাবুল দখল কৰাৰ পিছত নিজৰ ঘৰ আৰু দেশ এৰিবলৈ বাধ্য হৈছিল আয়েশা খান। আয়েশাই বিগত বৰ্ষৰ পৰা কাবুলত সংগীত শিকি আছিল আৰু লাইভ অনুষ্ঠান পৰিবেশন কৰিছিল। কিন্তু যেতিয়া তালিবান কাবুলৰ ওচৰত উপস্থিত হৈছিল তেতিয়া আয়েশাই কাবুল এৰিব লগা হৈছিল।…

এজাক বৰষুণতে মোডীৰ স্মাৰ্ট চিটিত হাহাকাৰ

আজি এজাক বৰষুণতে পুনৰ বুৰিল গুৱাহাটী। ৰাতিপুৱাৰ মূষলধাৰ বৰষুণ জাকে বুৰাই পেলালে মহানগৰখনৰ বহুকেইটা ৰাজপথ। বহু উপ-পথত পানীয়ে সৃষ্টি কৰিছে ছুইমিং পুল সদৃশ পৰিস্থিতি। মাত্ৰ এজাক বৰষুণতে পণবন্দী হ'ল মোডীৰ স্মাট চিটিৰ জনতা। বিজেপি চৰকাৰে ৰাজ্যত…

ক’ভিডৰ আতংকৰ মাজতে দেশত ডেংগুৰ সন্ত্ৰাসঃ কেন্দ্ৰৰ সতৰ্কবাণী

দেশত ক'ভিডে ধ্বংসলীলা চলাই থকাৰ মাজতে আৰম্ভ হৈছে ডেংগুৰ সন্ত্ৰাস। দেশৰ বহু কেইখন ৰাজ্যত ডেংগুয়ে লৈছে ভয়ংকৰ ৰূপ। ডেংগুৰ সন্ত্ৰাসৰ বাবে এতিয়া উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, তামিলনাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কেৰেলা, উৰিষ্যাকে ধৰি দেশৰ ১১ খন…

আজি ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব সৰ্বানন্দ সোনোৱালে

আগন্তুক ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰিব সৰ্বানন্দ সোনোৱালে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক সংগ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। ক্ষন্তেক পিছতে মনোনয়ন দাখিল…

জ্বলাই দিয়াৰ সলনি খৰ্গসমূহ মিউজিয়ামত সংৰক্ষণ কৰিব পাৰিলেহেঁতেনঃ অখিল গগৈ

চোৰাং চিকাৰীয়ে হত্যা কৰা গড়ৰ বহু খৰ্গ জ্বলাই দিয়াৰ যো-জা কৰিছে অসম চৰকাৰে। গঁড়ৰ খৰ্গ দহনৰ বাবে আয়োজন কৰা হৈছে আড়ম্বৰ পূৰ্ণ অনুষ্ঠান। কিন্তু ৰাজ্য চৰকাৰৰ এই কথা সমৰ্থন কৰিব পৰা নাই শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। এই…