Investigative reporting with dedication.

আগন্তুক ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰিব সৰ্বানন্দ সোনোৱালে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক সংগ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। ক্ষন্তেক পিছতে মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা। সৰ্বানন্দ সোনোৱালৰ নতুন যাত্ৰাক লৈ উৎসাহী সোণোৱালৰ অনুৰাগী সকল। অৱশ্যে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক ৰাইজে আগন্তুক নিৰ্বাচনত কি ভাৱে গ্ৰহণ কৰে সেয়াহে হব লক্ষণীয়।




